All Assamese Film name বা সকলো অসমীয়া চলচ্চিত্ৰৰ নামসমূহ অসমীয়া ফিল্মৰ পৰিচালকৰ নামৰ (assamese film director) সৈতে উল্লেখ কৰিবলৈ চেষ্টা কৰা হৈছে। পুৰণি অসমীয়া চলচ্চিত্ৰৰ নামসমূহ (old assamese film name or assamese old film name) আৰু লগতে নতুন অসমীয়া চলচ্চিত্ৰৰ (assamese film new) নামসমূহ (assamese movie name) ক্ৰমান্বয়ে চনসমূহৰ সৈতে উল্লেখ কৰা হৈছে। অসমীয়া চলচ্চিত্ৰ নামসমূহৰ মাজত (assamese film movie) যদিহে কোনো চিনেমাৰ নাম (assamese film new) নতুন বা পুৰণি বাদ পৰিছে বা ভুলকৈ লিপিবদ্ধ হৈছে তেন্তে আমাক তলৰ comment অংশত গৈ আঙুলিয়াই দিয়ে যেন। এই লেখাটো নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে আপডেট কৰা হব তেনে ক্ষেত্ৰত নতুন অসমীয়া চলচ্চিত্ৰৰ নামসমূহ লিপিবদ্ধ কৰা হব।
Assamese Film name
জয়মতী (১৯৩৫) পৰিচালক – জ্যোতিপ্ৰসাদ আগৰৱালা (First Assamese film name) Watch/Download
ইন্দ্ৰমালতী (১৯৩৯) পৰিচালক – জ্যোতিপ্ৰসাদ আগৰৱালা Watch/Download
মনোমতি (১৯৪১) পৰিচালক: ৰোহিনী কুমাৰ বৰুৱা Watch/Download
ৰূপহী (১৯৪৪) পৰিচালক: পাৰ্বতী প্ৰসাদ বৰুৱা Watch/Download
বদন বৰফুকন (১৯৪৭) পৰিচালক:কমল নাৰায়ণ চৌধুৰী Watch/Download
চিৰাজ (১৯৪৮) পৰিচালক: ফণী শৰ্মা Watch/Download
পাৰ ঘাট (১৯৪৯) পৰিচালক: প্ৰবীণ ফুকন Watch/Download
বিপ্লৱী ( ১৯৫০ ) পৰিচালক:অসিত সেন Watch/Download
ৰুণুমী (১৯৫২) পৰিচালক: সুৰেশ চন্দ্ৰ গোস্বামী Watch/Download
সতী বেউলা (১৯৫৪) পৰিচালক: সুনীল গাংগুলী Watch/Download
নিমিলা অংক (১৯৫৫) পৰিচালক: লক্ষ্যধৰ চৌধুৰী Watch/Download
পিয়লী ফুকন (১৯৫৫) পৰিচালক: ফণী শৰ্মা Watch/Download
সৰাপাত (১৯৫৬) পৰিচালক: আনোৱাৰ হুছেইন Watch/Download
স্মৃতিৰ পৰশ (১৯৫৬) পৰিচালক: নিপ বৰুৱা Watch/Download
লখিমী (১৯৫৬) পৰিচালক: ভবেন দাস Watch/Download
এৰা বাটৰ সুৰ (১৯৫৬) পৰিচালক: ড° ভূপেন হাজৰিকা Watch/Download
মাক আৰু মৰম (১৯৫৭) পৰিচালক: নিপ বৰুৱা Watch/Download
ধুমুহা (১৯৫৭) পৰিচালক: ফণী শৰ্মা Watch/Download
ৰঙা পুলিচ(১৯৫৮) পৰিচালক: নিপ বৰুৱা Watch/Download
নতুন পৃথিৱী (১৯৫৮) পৰিচালক: আনোৱাৰ হুছেইন Watch/Download
ভক্ত প্ৰহ্লাদ (১৯৫৮) পৰিচালক: নিপ বৰুৱা Watch/Download
কেঁচা সোণ (১৯৫৯) পৰিচালক: ফণী শৰ্মা Watch/Download
চাকনৈয়া (১৯৫৯) পৰিচালক: শৈল বৰুৱা Watch/Download
পূবেৰুণ (১৯৫৯) পৰিচালক: প্ৰভাত মুখাৰ্জী Watch/Download
পুৱতি নিশাৰ সপোন (১৯৫৯)পৰিচালক: ফণী শৰ্মা Watch/Download
আমাৰ ঘৰ (১৯৫৯)পৰিচালক: নিপ বৰুৱা Watch/Download
শকুন্তলা (১৯৬১) পৰিচালক: ভূপেন হাজৰিকা Watch/Download
লাচিত বৰফুকন (১৯৬১) পৰিচালক: লক্ষ্যধৰ চৌধুৰী, প্ৰবীন ফুকন Watch/Download
নৰকাসুৰ (১৯৬২) পৰিচালক: নিপ বৰুৱা Watch/Download
ইটো সিটো বহুতো (১৯৬৩) পৰিচালক: ব্ৰজেন বৰুৱা Watch/Download
মাটিৰ স্বৰ্গ (১৯৬৩) পৰিচালক: অনিল চৌধুৰী Watch/Download
তেজীমলা (১৯৬৩) পৰিচালক: আনোৱাৰ হুছেইন Watch/Download
মণিৰাম দেৱান (১৯৬৪) পৰিচালক: সৰ্বেশ্বৰ চক্ৰৱৰ্তী Watch/Download
প্ৰতিধ্বনি (১৯৬৪) পৰিচালক: ভূপেন হাজৰিকা Watch/Download
লটিঘটি (১৯৬৬) পৰিচালক: ভূপেন হাজৰিকা Watch/Download
মৰম তৃষ্ণা (১৯৬৮) পৰিচালক: আব্দুল মজিদ Watch/Download
সংগ্ৰাম (১৯৬৮) পৰিচালক: অমৰ পাঠক Watch/Download
ভাগ্য (১৯৬৮) পৰিচালক: এ. চালাম Watch/Download
চিকমিক বিজুলী (১৯৬৯) পৰিচালক: ভূপেন হাজৰিকা Watch/Download
ডক্তৰ বেজবৰুৱা (১৯৬৯) পৰিচালক: ব্ৰজেন বৰুৱা Watch/Download
অপৰাজেয় (১৯৭০) পৰিচালক: ফণী তালুকদাৰ, অতুল বৰদলৈ, মুনিন বায়ন, গৌৰী বৰ্মণ Watch/Download
বৰুৱাৰ সংসাৰ (১৯৭০) পৰিচালক: নিপ বৰুৱা Watch/Download
মুকুতা (১৯৭০) পৰিচালক: ব্ৰজেন বৰুৱা Watch/Download
মানৱ আৰু দানৱ (১৯৭১) পৰিচালক: ইন্দুকল্প হাজৰিকা Watch/Download
অৰণ্য (১৯৭১) পৰিচালক: সমৰেন্দ্ৰ নাৰায়ণ দেৱ Watch/Download
শেষ বিচাৰ (১৯৭১) পৰিচালক: দেৱ কুমাৰ বসু Watch/Download
যোগ বিয়োগ(১৯৭১) পৰিচালক: দ্বিবন বৰুৱা Watch/Download
ললিতা (১৯৭২) পৰিচালক: ব্ৰজেন বৰুৱা Watch/Download
ওপজা সোণৰ মাটি (১৯৭২) পৰিচালক: ব্ৰজেন বৰুৱা Watch/Download
মৰীচিকা (১৯৭২) পৰিচালক: অমূল্য মান্না Watch/Download
হৃদয়ৰ প্ৰয়োজন (১৯৭২) পৰিচালক:গৌৰী বৰ্মণ Watch/Download
বিভ্ৰাট (১৯৭২) পৰিচালক: ফণী তালুকদাৰ Watch/Download
ভাইটি (১৯৭২) পৰিচালক:কমল নাৰায়ণ চৌধুৰী Watch/Download
উপগ্ৰহ (১৯৭২) পৰিচালক:ভবেন দাস Watch/Download
মমতা (১৯৭৩) পৰিচালক: নলিন দুৱৰা Watch/Download
ৰশ্মিৰেখা (১৯৭৩) পৰিচালক: প্ৰফুল্ল বৰুৱা Watch/Download
সোণতৰা(১৯৭৩) পৰিচালক: নিপ বৰুৱা Watch/Download
উত্তৰণ (১৯৭৩) পৰিচালক: মনোৰঞ্জন শুৰ Watch/Download
অভিযান (১৯৭৩) পৰিচালক: সুজিত সিংহ Watch/Download
অনুতাপ (১৯৭৩) পৰিচালক: অতুল বৰদলৈ Watch/Download
গণেশ (১৯৭৩) পৰিচালক: এ. কে. ফিল্মচ্ Watch/Download
বনৰীয়া ফুল (১৯৭৩) পৰিচালক: অতুল বৰদলৈ Watch/Download
বৃষ্টি (১৯৭৪ ) পৰিচালক: দেউতি বৰুৱা Watch/Download
পৰিণাম (১৯৭৪) পৰিচালক: প্ৰবীন বৰা Watch/Download
সন্তান(১৯৭৪) পৰিচালক: অমৰ পাঠক Watch/Download
চামেলি মেমচাব (১৯৭৫) পৰিচালক: আব্দুল মজিদ Watch/Download
তৰামাই (১৯৭৫) পৰিচালক: দ্বিবন বৰুৱা Watch/Download
ৰতনলাল (১৯৭৫) পৰিচালক: নলীন দুৱৰা Watch/Download
খোজ (১৯৭৫) পৰিচালক: পুলক গগৈ Watch/Download
কাঁচঘৰ (১৯৭৫) পৰিচালক: বিজয় চৌধুৰী, পীযুষ কান্তি ৰয় Watch/Download
পুতলা ঘৰ (১৯৭৬) পৰিচালক: সমৰেন্দ্ৰ নাৰায়ন দেৱ Watch/Download
পলাশৰ ৰং (১৯৭৬) পৰিচালক: জীৱন বৰা Watch/Download
প্ৰাণ গঙ্গা (১৯৭৬) পৰিচালক: ৰবীন চেতিয়া Watch/Download
আদালত (১৯৭৬) পৰিচালক: দিলীপ ডেকা Watch/Download
গঙা চিলনীৰ পাখি (১৯৭৬) পৰিচালক: পদুম বৰুৱা Watch/Download
বনহংস (১৯৭৭ ) পৰিচালক: আব্দুল মজিদ Watch/Download
ধৰ্মকাই (১৯৭৭ ) পৰিচালক: ভবেন দাস Watch/Download
নতুন আশা (১৯৭৭ ) পৰিচালক: প্ৰবিৰ মিত্ৰ Watch/Download
পাপ আৰু প্ৰায়শ্চিত্ত (১৯৭৭ ) পৰিচালক: আনোৱাৰ হুছেইন Watch/Download
সন্ধ্যাৰাগ (১৯৭৭) পৰিচালক: ভবেন্দ্ৰ নাথ শইকীয়া Watch/Download
সোণমা (১৯৭৭ ) পৰিচালক: নিপ বৰুৱা Watch/Download
ফাগুনী (১৯৭৮) পৰিচালক: শিৱ প্ৰসাদ ঠাকুৰ Watch/Download
নিয়তি (১৯৭৮) পৰিচালক: ইন্দুকল্প হাজৰিকা Watch/Download
বনজুই (১৯৭৮) পৰিচালক: আব্দুল মজিদ Watch/Download
কল্লোল (১৯৭৮) পৰিচালক: অতুল বৰদলৈ Watch/Download
মৰম (১৯৭৮) পৰিচালক: দ্বিবন বৰুৱা Watch/Download
মৰমী (১৯৭৮) পৰিচালক: দীজেন্দ্ৰ নাৰায়ন দেৱ Watch/Download
মন প্ৰজাপতি (১৯৭৯ ) পৰিচালক: ভূপেন হাজৰিকা Watch/Download
মেঘ (১৯৭৯ ) পৰিচালক: অতুল বৰদলৈ Watch/Download
মেঘমুক্তি (১৯৭৯ ) পৰিচালক: বন্ধু (অনিল চৌধুৰী, গিৰীশ চৌধুৰী, বিনু বৰ্দ্ধন, শ্যামল মুখার্জী) Watch/Download
নিশাৰ চকুলো (১৯৭৯ ) পৰিচালক: দেৱ কুমাৰ বসু Watch/Download
শ্ৰীমতী মহিমাময়ী (১৯৭৯ ) পৰিচালক: পুলক গগৈ Watch/Download
সোণৰ হৰিণ(১৯৭৯ ) পৰিচালক: সমৰেন্দ্ৰ নাৰায়ন দেৱ Watch/Download
আশ্ৰয় (১৯৭৯ ) পৰিচালক: দুলাল ৰয় Watch/Download
বিশেষ এৰাতি (১৯৭৯ ) পৰিচালক: উপেন কাকতি Watch/Download
দূৰণিৰ ৰং (১৯৭৯ ) পৰিচালক: জনছ মহলীয়া Watch/Download
ৰাংঢালী (১৯৭৯ ) পৰিচালক: দিজেন্দ্ৰ নাৰায়ন দেৱ Watch/Download
অকণ (১৯৮০) পৰিচালক: গৌৰী বৰ্মন Watch/Download
মইনাজান (১৯৮০) পৰিচালক: দেৱ কুমাৰ বসু Watch/Download
উপপথ (১৯৮০) পৰিচালক: হেমন্ত দত্ত Watch/Download
আজলী নবৌ (১৯৮০) পৰিচালক: নিপ বৰুৱা Watch/Download
ৰজা হৰিশ্চন্দ্ৰ (১৯৮০) পৰিচালক: দ্বিবন বৰুৱা Watch/Download
পোনাকণ(১৯৮১) পৰিচালক: আব্দুল মজিদ Watch/Download
উত্তৰশূন্য (১৯৮১) পৰিচালক: দ্বিবন বৰুৱা Watch/Download
অনিৰ্বাণ (১৯৮১) পৰিচালক: ড. ভবেন্দ্ৰনাথ শইকীয়া Watch/Download
মানসী (১৯৮১) পৰিচালক: বলাই সেন Watch/Download
ৰজনী গন্ধা (১৯৮১) পৰিচালক: প্ৰফুল্ল কুমাৰ বৰুৱা Watch/Download
কাজিৰঙাৰ কাহিনী (১৯৮২) পৰিচালক: সমৰেন্দ্ৰ নাৰায়ণ দেৱ Watch/Download
সাদৰী (১৯৮২) পৰিচালক: পুলক গগৈ Watch/Download
বোৱাৰী (১৯৮২) পৰিচালক: শিৱপ্ৰসাদ ঠাকুৰ Watch/Download
অপৰূপা (১৯৮২) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
ৰাজা (১৯৮২) পৰিচালক: সমৰেন্দ্ৰ নাৰায়ন দেৱ Watch/Download
ঘৰ সংসাৰ(১৯৮৩) পৰিচালক: শিৱপ্ৰসাদ ঠাকুৰ Watch/Download
আলোকৰ আহ্বান (১৯৮৩) পৰিচালক: চাৰুকমল হাজৰিকা Watch/Download
শ্ৰী শ্ৰী মা কামাখ্যা(১৯৮৩) পৰিচালক: আনোৱাৰ হুছেইন Watch/Download
ককাদেউতা নাতি আৰু হাতী (১৯৮৩) পৰিচালক: নিপ বৰুৱা Watch/Download
সেন্দূৰ (১৯৮৪ ) পৰিচালক: পুলক গগৈ Watch/Download
সোণ মইনা (১৯৮৪ ) পৰিচালক: শিৱপ্ৰসাদ ঠাকুৰ Watch/Download
নয়নমণি (১৯৮৪ ) পৰিচালক: সুপ্ৰভা দেৱী Watch/Download
দেৱী (১৯৮৪ ) পৰিচালক: শম্ভু গুপ্তা Watch/Download
শকুন্তলা আৰু শংকৰ জোছেফ আলী (১৯৮৪ ) পৰিচালক: নিপ বৰুৱা Watch/Download
জীৱন সুৰভি (১৯৮৪ ) পৰিচালক: নৰেশ কুমাৰ Watch/Download
মানস কন্যা (১৯৮৫) পৰিচালক: ফণী তালুকদাৰ Watch/Download
অংগীকাৰ (১৯৮৫) পৰিচালক: প্ৰবীণ বৰাড॰ ভূপেন হাজৰিকা Watch/Download
অগ্নিস্নান (১৯৮৫) পৰিচালক: ভবেন্দ্ৰ নাথ শইকীয়া Watch/Download
মন মন্দিৰ (১৯৮৫) পৰিচালক: শিৱপ্ৰসাদ ঠাকুৰ Watch/Download
ব’হাগৰ দুপৰীয়া (১৯৮৫) পৰিচালক: জন্ছ মহলীয়া Watch/Download
সৰবজান (১৯৮৫) পৰিচালক: হীৰেন চৌধুৰী Watch/Download
যুগে যুগে সংগ্ৰাম(১৯৮৬) পৰিচালক: গৌৰী বৰ্মন Watch/Download
এই দেশ মোৰ দেশ (১৯৮৬) পৰিচালক: শিৱপ্ৰসাদ ঠাকুৰ Watch/Download
ময়ূৰী (১৯৮৬) পৰিচালক: শিৱপ্ৰসাদ ঠাকুৰ Watch/Download
আলায়াৰণ (বড়ো ভাষাত)(১৯৮৬) পৰিচালক: জাংদাও বডোচা Watch/Download
পাপৰি (১৯৮৬) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
বান (১৯৮৬) পৰিচালক: চাৰুকমল হাজৰিকা Watch/Download
মধুচন্দা (১৯৮৬) পৰিচালক: দাৰা আহমেদ Watch/Download
সংকল্প (১৯৮৬) পৰিচালক: হেম বৰা Watch/Download
দীপজ্যোতি (১৯৮৬) পৰিচালক: প্ৰদ্যুৎ বসুৰমেন বৰুৱা Watch/Download
নিজৰা (১৯৮৬) পৰিচালক: অমৰেন্দ্ৰ বৰদলৈ Watch/Download
আৰতি (১৯৮৬) পৰিচালক: অসীম দাস Watch/Download
মা (১৯৮৬) পৰিচালক: ভবেন দাস Watch/Download
এণ্টনী মোৰ নাম (১৯৮৬) পৰিচালক: নিপ বৰুৱা Watch/Download
হালধীয়া চৰায়ে বাওধান খায় (১৯৮৭) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
প্ৰতিদান (১৯৮৭) পৰিচালক: দাৰা আহমেদ Watch/Download
জেতুকী (১৯৮৭) পৰিচালক: চন্দ্ৰ তালুকদাৰ Watch/Download
জিউনি সিমাং (বড়ো ভাষাৰ ছবি) (১৯৮৭) পৰিচালক: অমৰ হাজৰিকা Watch/Download
প্ৰতিমা (১৯৮৭) পৰিচালক: নিপন গোস্বামী, মুনিন বৰুৱা Watch/Download
প্ৰতিশোধ (১৯৮৭) পৰিচালক: অমিত মৈত্ৰ Watch/Download
প্ৰথম ৰাগিনী (১৯৮৭) পৰিচালক: ধীৰু ভূঞা Watch/Download
সূত্ৰপাত (১৯৮৭) পৰিচালক: মৃদুল গুপ্তা Watch/Download
অ’ চেনাই (১৯৮৭) পৰিচালক: মুকুল দত্ত Watch/Download
পিতা-পুত্ৰ (১৯৮৮) পৰিচালক: মুনিন বৰুৱা Watch/Download
আই মোৰ জনমে জনমে (১৯৮৮) পৰিচালক: নিপ বৰুৱা Watch/Download
ছিৰাজ (১৯৮৮) পৰিচালক: ড॰ ভূপেন হাজৰিকা Watch/Download
অজলা ককাই(১৯৮৯) পৰিচালক: দ্বিবন বৰুৱা Watch/Download
কোলাহল (১৯৮৯) পৰিচালক: ড. ভবেন্দ্ৰ নাথ শইকীয়া Watch/Download
বৰদৈচিলা (১৯৮৯) পৰিচালক: দাৰা আহমেদ Watch/Download
ভাই-ভাই (১৯৮৯) পৰিচালক: বিজু ফুকন Watch/Download
শেৱালি (১৯৮৯) পৰিচালক: শিৱপ্ৰসাদ ঠাকুৰ Watch/Download
কনকলতা (১৯৮৯) পৰিচালক: কুন্তলা ডেকা Watch/Download
উত্তৰকাল(১৯৯০) পৰিচালক: আব্দুল মজিদ Watch/Download
গ্ৰহণ (১৯৯০) পৰিচালক: অতুল বৰদলৈ Watch/Download
যুঁজ(১৯৯০) পৰিচালক: হেমেন দাস Watch/Download
বনানি(১৯৯০) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
ধ্ৰুৱতৰা (১৯৯০) পৰিচালক: দাৰা আহমেদ Watch/Download
অভিমান (১৯৯০) পৰিচালক: মৃদুল গুপ্তা Watch/Download
পাহাৰী কন্যা (১৯৯০) পৰিচালক: মুনীন বৰুৱা Watch/Download
তথাপিও নদী(১৯৯০) পৰিচালক: হেমন্ত দাস Watch/Download
ৰঙা নদী (১৯৯০) পৰিচালক: ব্ৰজেন বৰা Watch/Download
ৱশ্ব’বিপো (কাৰ্বি ভাষাত)(১৯৯০) পৰিচালক: গৌতম বৰা Watch/Download
যখিনী (১৯৯১ ) পৰিচালক: ভূপেন উজীৰ Watch/Download
প্ৰেম জনমে জনমে (১৯৯১ ) পৰিচালক: যাদৱ চন্দ্ৰ দাস Watch/Download
সূৰ্য্য তেজৰ অন্য নাম (১৯৯১ ) পৰিচালক: দিনেশ গগৈ Watch/Download
ফিৰিঙতি (১৯৯১ ) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
সাৰথি(১৯৯২) পৰিচালক: ভবেন্দ্ৰ নাথ শইকীয়া Watch/Download
প্ৰভাতী পখীৰ গান (১৯৯২) পৰিচালক: মুনিন বৰুৱা Watch/Download
গৰখীয়া (১৯৯২) পৰিচালক: হেমেন দাস Watch/Download
অগ্নি(১৯৯২) পৰিচালক: দীনেশ গগৈ Watch/Download
বংশধৰ(১৯৯২) পৰিচালক: প্ৰফুল্ল বৰা Watch/Download
ৰঙা মদাৰ (১৯৯২) পৰিচালক: তিমথি হান্সে দাস Watch/Download
ৰেলৰ আলিৰ দুবৰি বন(১৯৯৩) পৰিচালক: পুলক গগৈ Watch/Download
আৱৰ্তন (১৯৯৩) পৰিচালক: ভবেন্দ্ৰ নাথ শইকীয়া Watch/Download
ৰিক্সাৱালা (১৯৯৩) পৰিচালক: দাৰা আহমেদ Watch/Download
সংঘাত সংঘাত সংঘাত(১৯৯৩) পৰিচালক: দীনেশ গগৈ Watch/Download
শ্ৰীমান মাইমন (১৯৯৩) পৰিচালক: ব্ৰজেন বৰা Watch/Download
প্ৰিয়জন(১৯৯৩) পৰিচালক: ৱাইচ কুৰ্নী বৰা Watch/Download
হলধৰ(১৯৯৩) পৰিচালক: সঞ্জীৱ হাজৰিকা Watch/Download
প্ৰত্যাৱৰ্তন (১৯৯৩) পৰিচালক: ৰঞ্জিত দাস Watch/Download
অবুজ বেদনা (১৯৯৩) পৰিচালক: গুণসিন্ধু হাজৰিকা Watch/Download
অশান্ত প্ৰহৰ (১৯৯৪) পৰিচালক: শিৱপ্ৰসাদ ঠাকুৰ Watch/Download
হৃদয়ৰ আঁৰে আঁৰে (১৯৯৪) পৰিচালক: যাদৱ দাস Watch/Download
মীমাংসা (১৯৯৪) পৰিচালক: সঞ্জীৱ হাজৰিকা Watch/Download
অগ্নিগড় (১৯৯৪) পৰিচালক: চন্দ্ৰ মুদৈ Watch/Download
একত্ৰিশ জুন(১৯৯৪) পৰিচালক: ভাস্কৰ বৰা Watch/Download
আপোনজন (১৯৯৫) পৰিচালক: গৌৰী বৰ্মন Watch/Download
সাগৰলৈ বহু দূৰ (১৯৯৫) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
উৰ্বশী (১৯৯৫) পৰিচালক: দাৰা আহমেদ Watch/Download
আই কিল্ড হিম ছাৰ (১৯৯৫) পৰিচালক: প্ৰদীপ গগৈ Watch/Download
পানী (১৯৯৫) পৰিচালক: প্ৰফুল্ল শইকীয়া Watch/Download
নিশাৰ অৰণ্য (১৯৯৫) পৰিচালক: গণেশ দাস Watch/Download
ইতিহাস(১৯৯৬ ) পৰিচালক: ভবেন্দ্ৰ নাথ শইকীয়া Watch/Download
ৰাগ-বিৰাগ (১৯৯৬ ) পৰিচালক: বিদ্যুৎ চক্ৰৱৰ্তী Watch/Download
জলাঞ্জলি (১৯৯৬ ) পৰিচালক: উপেন বৰুৱা Watch/Download
অদাহ্য (১৯৯৬ ) পৰিচালক: সান্ত্বনা বৰদলৈ Watch/Download
হাগ্ৰামায়াও জিনাহাৰি (বড়ো ভাষাত) (১৯৯৬ ) পৰিচালক: জাংদাও বডোচা Watch/Download
অভিশপ্ত প্ৰেম (১৯৯৭) পৰিচালক: মনোজ সেন Watch/Download
সপোন (১৯৯৭) পৰিচালক: ৰাজেন ৰাজখোৱা Watch/Download
সংস্কাৰ (১৯৯৭) পৰিচালক: ৰঞ্জিত দাস Watch/Download
দেউতাৰ বিয়া (১৯৯৭) পৰিচালক: দীপক ভূঞা Watch/Download
বুধু অৰ্জুন(১৯৯৭) পৰিচালক: পদ্ম কৈৰী Watch/Download
কুশল (১৯৯৮) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
দেৱতা(১৯৯৮) পৰিচালক: দাৰা আহমেদ Watch/Download
মোহমুক্তি (১৯৯৮) পৰিচালক: ধীৰাজ দাস কাশ্যপ Watch/Download
যৌৱনে আমনি কৰে (১৯৯৮) পৰিচালক: অশোক কুমাৰ বিষয়া Watch/Download
বুকুৰ মাজত জ্বলে (১৯৯৯ ) পৰিচালক: অশোক কুমাৰ বিষয়া Watch/Download
মহাৰথী(১৯৯৯ ) পৰিচালক: বাণী দাস Watch/Download
অনল (১৯৯৯ ) পৰিচালক: পৰমানন্দ ৰাজবংশী Watch/Download
বৈভৱ (১৯৯৯ ) পৰিচালক: মঞ্জু বৰা Watch/Download
মৰম নদীৰ গাভৰু ঘাট (১৯৯৯ ) পৰিচালক: পুলক গগৈ Watch/Download
যুগান্তৰৰ তেজাল পুৱা (২০০০) পৰিচালক: জন্ছ মহলীয়া Watch/Download
হিয়া দিয়া নিয়া (২০০০) পৰিচালক: মুনিন বৰুৱা Watch/Download
মৎস্যগন্ধা (২০০০) পৰিচালক: সঞ্জীৱ হাজৰিকা Watch/Download
মৃত্যুহীন জীৱন (২০০০) পৰিচালক: আনোৱাৰ হুছেইন Watch/Download
নিষিদ্ধ নদী (২০০০) পৰিচালক: বিদ্যুৎ চক্ৰৱৰ্তী Watch/Download
তুমি মোৰ মাথোঁ মোৰ (২০০০) পৰিচালক: জুবিন গাৰ্গ Watch/Download
অহংকাৰ (২০০০) পৰিচালক: প্ৰদীপ হাজৰিকা Watch/Download
ভূমিপুত্ৰ। (২০০০) পৰিচালক: জয়ন্ত দাস Watch/Download
জোন জ্বলে কপালত (২০০০) পৰিচালক: মুন্না আহমেদ Watch/Download
পখী (২০০০) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
দাগ (২০০১) পৰিচালক: মুনিন বৰুৱা Watch/Download
নায়ক (২০০১) পৰিচালক: মুনিন বৰুৱা Watch/Download
গৰম বতাহ (২০০১) পৰিচালক:ব্ৰজেন বৰা Watch/Download
এই মৰম তোমাৰ বাবে (২০০১) পৰিচালক: তৌফিক ৰহমান Watch/Download
কন্যাদান (২০০২) পৰিচালক: মুনিন বৰুৱা Watch/Download
আই লাভ ইউ (২০০২) পৰিচালক:অশোক কুমাৰ বিষয়া Watch/Download
অন্য এক যাত্ৰা (২০০২) পৰিচালক: মঞ্জু বৰা Watch/Download
আছেনে কোনোবা হিয়াত(২০০২) পৰিচালক: বাহাৰুল ইছলাম Watch/Download
শেষ উপহাৰ (২০০২) পৰিচালক: গোপাল বৰঠাকুৰ Watch/Download
সেউজী ধৰণী ধুনীয়া (২০০২) পৰিচালক: ৰাজীৱ ভট্টাচাৰ্য Watch/Download
কইনা মোৰ ধুনীয়া (২০০২) পৰিচালক: সুমন হৰিপ্ৰিয়া Watch/Download
বিস্ফোৰণ(২০০২) পৰিচালক: কন্দৰ্প শইকীয়া Watch/Download
এই মৰম তোমাৰ বাবে (২০০২) পৰিচালক: তৌফিক ৰহমান Watch/Download
গুণ গুণ গানে গানে (২০০২) পৰিচালক: বিদ্যুৎ চক্ৰৱৰ্তী Watch/Download
মন (২০০২) পৰিচালক: বাণী দাস Watch/Download
জখম (২০০২) পৰিচালক: মুন্না আহমেদ Watch/Download
জীৱন নদীৰ দুটি পাৰ(২০০২) পৰিচালক: মুন্না আহমেদ Watch/Download
ককাদেউতাৰ ঘৰজোঁৱাই (২০০২) পৰিচালক: সুমন হৰিপ্ৰিয়া Watch/Download
ইমান মৰম কিয় লাগে (২০০২) পৰিচালক: অলক নাথ Watch/Download
জোনাকী মন (২০০২) পৰিচালক: জীৱৰাজ বৰ্মন Watch/Download
প্ৰেম আৰু প্ৰেম (২০০২) পৰিচালক: শম্ভু গুপ্তা Watch/Download
তুমিয়ৈ মোৰ কল্পনা (২০০২) পৰিচালক: বিপুল কুমাৰ বৰুৱা Watch/Download
প্ৰিয়া অ’ প্ৰিয়া (২০০২) পৰিচালক: অঞ্জন কলিতা Watch/Download
ত্যাগ (২০০২) পৰিচালক: নাৰায়ণ শীল Watch/Download
মৰমী হ’বানে লগৰী (২০০২) পৰিচালক: ইছা খান Watch/Download
মিঠা মিঠা লগনত (২০০২) পৰিচালক: অচ্যুত কুমাৰ ভাগৱতী Watch/Download
পানৈ-জংকি (২০০২) পৰিচালক: দিলীপ দলে, নাৰায়ণ শীল Watch/Download
প্ৰেম গীত (২০০২) পৰিচালক: আশিস শইকীয়া Watch/Download
প্ৰেম ভৰা চকুলো (২০০৩ ) পৰিচালক: প্ৰবীণ বৰা Watch/Download
কণিকাৰ ৰামধেনু (২০০৩ ) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
পত্নী (২০০৩ ) পৰিচালক: পুলক গগৈ Watch/Download
তৰা (২০০৩ ) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
বিধাতা(২০০৩ ) পৰিচালক: মুনিন বৰুৱা Watch/Download
হিটলিষ্ট (২০০৩ ) পৰিচালক: দীনেশ গগৈ Watch/Download
সত্যম শিৱম সুন্দৰম (২০০৩ ) পৰিচালক: ব্ৰজেন বৰা Watch/Download
মা(২০০৩ ) পৰিচালক: পদ্ম কৈৰী Watch/Download
আকাশীতৰাৰ কথাৰে (২০০৩ ) পৰিচালক: মঞ্জু বৰা Watch/Download
প্ৰিয়া মিলন (২০০৩ ) পৰিচালক: মুন্না আহমেদ Watch/Download
এয়েই জোনাকবিহীন জীৱন (২০০৩ ) পৰিচালক: মুন্না আহমেদ Watch/Download
বন্ধন (২০০৩ ) পৰিচালক: তৌফিক ৰহমান Watch/Download
ৰংবিন (২০০৩ ) পৰিচালক: গৌতম চেটাৰ্জী Watch/Download
অৰ্পণ (২০০৩ ) পৰিচালক: কৃষ্ণ ফুকন Watch/Download
অগ্নিসাক্ষী (২০০৩ ) পৰিচালক: যদুমণি দত্ত Watch/Download
সৰু বোৱাৰী(২০০৩ ) পৰিচালক: চক্ৰধৰ ডেকা Watch/Download
হেঁপাহ (২০০৩ ) পৰিচালক: শংকৰ বৰুৱা Watch/Download
জুমন-সুমন (২০০৩ ) পৰিচালক: মহিবুল হক Watch/Download
এটি কলি দুটি পাত(২০০৩ ) পৰিচালক: নয়নমণি বৰুৱা Watch/Download
বাৰুদ (২০০৪) পৰিচালক: মুনিন বৰুৱা Watch/Download
হৃদয় কঁপোৱা গান (২০০৪) পৰিচালক: জয়ন্ত নাথ Watch/Download
দীনবন্ধু (২০০৪) পৰিচালক: মুনিন বৰুৱা Watch/Download
অনুৰাগ (২০০৪) পৰিচালক: বিদ্যুৎ চক্ৰৱৰ্তী Watch/Download
মনত বিৰিণাৰ জুই (২০০৪) পৰিচালক: অশোক কুমাৰ বিষয়া Watch/Download
লাজ (২০০৪) পৰিচালক: মঞ্জু বৰা Watch/Download
মা তুমি অনন্যা (২০০৪) পৰিচালক: মুন্না আহমেদ Watch/Download
জুয়ে পোৰা সোণ (২০০৪) পৰিচালক: সঞ্জীৱ সভাপণ্ডিত Watch/Download
হৃদয় কপোঁৱা গান (২০০৪) পৰিচালক: জয়ন্ত নাথ Watch/Download
চক্ৰব্যূহ (২০০৪) পৰিচালক: প্ৰাঞ্জল শইকীয়া Watch/Download
ৰংমন (২০০৪) পৰিচালক: অমল বৰুৱা Watch/Download
মায়া (২০০৪) পৰিচালক: ৰাজেশ ভূঞা, পৱিত্ৰ মাৰ্ঘেৰিটা Watch/Download
অন্তহীন যাত্ৰা (২০০৫ ) পৰিচালক: মুন্না আহমেদ Watch/Download
কদমতলে কৃষ্ণ নাচে (২০০৫ ) পৰিচালক: সুমন হৰিপ্ৰিয়া Watch/Download
দি ছিক্সথ ডে অৱ ক্ৰিয়েচন (২০০৫ ) পৰিচালক: দীপা ভট্টচাৰ্য Watch/Download
চেনাই মোৰ ঢুলীয়া (২০০৫ ) পৰিচালক: চন্দ্ৰ মুদৈ Watch/Download
সোণৰ খাৰু নালাগে মোক ৰ (২০০৫ ) পৰিচালক: জনী বৰ্মন Watch/Download
জীৱন তৃষ্ণা (২০০৫ ) পৰিচালক: অৰূপ মান্না Watch/Download
হিয়াৰ দাপোনত তোমাৰেই ছবি (২০০৫ ) পৰিচালক: শিৱানন বৰুৱা Watch/Download
চুৰেণ চোৰৰ পুতেক(২০০৫ ) পৰিচালক: চন্দ্ৰ মুদৈ Watch/Download
জয়মতী (২০০৬) পৰিচালক: মঞ্জু বৰা Watch/Download
অহিৰ ভৈৰৱ (২০০৬) পৰিচালক: শিৱপ্ৰসাদ ঠাকুৰ Watch/Download
অঘৰী আত্মা (২০০৬) পৰিচালক: মুন্না আহমেদ Watch/Download
আমি অসমীয়া(২০০৬) পৰিচালক: ৰাজীৱ ভট্টাচাৰ্য Watch/Download
জাতিংগা ইত্যাদি(২০০৬) পৰিচালক: সঞ্জীৱ সভাপণ্ডিত Watch/Download
অধিনায়ক(২০০৬) পৰিচালক: যতীন বৰা Watch/Download
স্নেহবন্ধন (২০০৬) পৰিচালক: দেৱজিত অধিকাৰী Watch/Download
আইদেউ (২০০৭ ) পৰিচালক: অৰূপ মান্না Watch/Download
জোনদা ইমান গুণ্ডা (২০০৭ ) পৰিচালক: চন্দ্ৰ মুদৈ Watch/Download
নীলকণ্ঠ (২০০৭) পৰিচালক: ৰজনী বৰ্মন Watch/Download
ধন কুবেৰৰ ধন (২০০৮) পৰিচালক: ধীৰাজ দাস কাশ্যপ Watch/Download
আজান ফকীৰ চাহেব (২০০৮) পৰিচালক: বাণী কলিতা Watch/Download
মন যায় (২০০৮) পৰিচালক: এম মণিৰাম Watch/Download
জীৱন বাটৰ লগৰী(২০০৯ ) পৰিচালক: তিম’থি দাস হান্সে Watch/Download
আই ক’ত নাই (২০০৯ ) পৰিচালক: মঞ্জু বৰা Watch/Download
ধুনীয়া তিৰোতাবোৰ (২০০৯ ) পৰিচালক: প্ৰদ্যুৎ কুমাৰ ডেকা Watch/Download
অ’ মোৰ মনে তৰা(২০০৯ ) পৰিচালক: হেমন্ত কলিতা Watch/Download
বসুন্ধৰা (২০১০ ) পৰিচালক: হীৰেন বৰা Watch/Download
শ্ৰীমন্ত শঙ্কৰদেৱ(২০১০ ) পৰিচালক: সূৰ্য্য হাজৰিকা Watch/Download
অচিন চিনাকি (২০১০ ) পৰিচালক: মুন্না আহমেদ Watch/Download
ৰামধেনু (২০১১) পৰিচালক: মুনিন বৰুৱা Watch/Download
জানমণি (২০১১) পৰিচালক: ৰাজেশ ভূঞা Watch/Download
পলে পলে উৰে মন (২০১১) পৰিচালক: তিমথী দাস হাঞ্চে’ Watch/Download
জেতুকা পাতৰ দৰে (২০১১) পৰিচালক: যদুমণি দত্ত Watch/Download
এ উইকেণ্ড (২০১১) পৰিচালক: দিগন্ত মজুমদাৰ Watch/Download
তোমাৰ খবৰ (২০১১) পৰিচালক: ৰাজীৱ বৰা Watch/Download
জাংফাই জোনাক (২০১২ ) পৰিচালক: সঞ্জীৱ সভাপণ্ডিত Watch/Download
বাঁকৰ পুতেক (২০১২ ) পৰিচালক: চন্দ্ৰ মুদৈ Watch/Download
সমীৰণ বৰুৱা আহি আছে (২০১২ ) পৰিচালক: প্ৰদ্যুত কুমাৰ ডেকা Watch/Download
তুলা আৰু তেজা (২০১২ ) পৰিচালক: জোনমণি দেৱী খাউণ্ড Watch/Download
ৰিচাং (২০১২ ) পৰিচালক: মানস বৰুৱা Watch/Download
এখন নেদেখা নদীৰ সিপাৰে (২০১২ ) পৰিচালক: বিদ্যুত কটকী Watch/Download
ৰ’দ্ (২০১২ ) পৰিচালক: গৌতম বৰুৱা Watch/Download
বান্ধোন (২০১২ ) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
বৰলাৰ ঘৰ (২০১২ ) পৰিচালক: মনি চি কাপেন Watch/Download
মী এণ্ড মাই ছিষ্টাৰ (২০১২ ) পৰিচালক: ৰাজেশ ভূঞা Watch/Download
দুৱাৰ (২০১৩) পৰিচালক: বিদ্যুৎ চক্ৰৱৰ্তী Watch/Download
লুইতক ভেটিব কোনে (২০১৩) পৰিচালক: প্ৰবীণ বৰা Watch/Download
মনে মোৰ কইনা বিচাৰে (২০১৩) পৰিচালক: সদানন্দ গগৈ Watch/Download
ৰণাংগন (২০১৩) পৰিচালক: প্ৰণৱজ্যোতি ভৰালী Watch/Download
আকাশ চুবলৈ মন (২০১৩) পৰিচালক: মানস হাজৰিকা Watch/Download
সূৰ্যাস্ত (২০১৩) পৰিচালক: প্ৰদ্যুৎ কুমাৰ ডেকা Watch/Download
অধ্যায় (২০১৩) পৰিচালক: অৰূপ মান্না Watch/Download
তুমি যদি কোৱা (২০১৩) পৰিচালক: চিম্পল গগৈ Watch/Download
কৰমা কে ৰাতি (২০১৩) পৰিচালক: জয়ন্ত নাথ Watch/Download
বীৰ চিলাৰায়(২০১৩) পৰিচালক: সমৰেন্দ্ৰ নাৰায়ণ দেৱ Watch/Download
মমতাজ (২০১৩) পৰিচালক: পুলক গগৈ Watch/Download
ভাল পাব নাজানিলো (২০১৩) পৰিচালক: ঋতুৰাজ দত্ত Watch/Download
লোকেল কুং ফু (২০১৩) পৰিচালক: কেনী বসুমতাৰী Watch/Download
দুৰ্জন (২০১৩) পৰিচালক: মৌপ্ৰাণ শৰ্মা Watch/Download
মহাসমৰ (২০১৩) পৰিচালক: জন্ছ মহলীয়া Watch/Download
অজেয়(২০১৪) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
চিঞৰ (২০১৪) পৰিচালক: কংকণ ৰাজখোৱা Watch/Download
ৰাগ – দা ৰিদম অফ লাভ (২০১৪) পৰিচালক: ৰজনী বসুমতাৰী Watch/Download
হিয়া দিবা কাক (২০১৪) পৰিচালক: ৰাজীৱ বৰা Watch/Download
জীয়া জুৰিৰ সুবাস (২০১৪) পৰিচালক: সঞ্জীৱ সভাপণ্ডিত Watch/Download
ছাঁয়া (২০১৪) পৰিচালক: ৰোহণ পাটৰ Watch/Download
বৰশী (২০১৪) পৰিচালক: প্ৰদ্যুৎ কুমাৰ ডেকা Watch/Download
অভদ্ৰ(২০১৪) পৰিচালক: অমন কুমাৰ Watch/Download
জিলমিল জোনাক (২০১৪) পৰিচালক: শিবানন বৰুৱা Watch/Download
গ্ৰহণ (২০১৪) পৰিচালক: তিলক শৰ্মা Watch/Download
মহাপুৰুষ (২০১৪) পৰিচালক: ব্ৰজেন বৰা Watch/Download
পানী (২০১৪) পৰিচালক: যদুমণি দত্ত Watch/Download
চুমা পৰশতে (২০১৪) পৰিচালক: জোনমণি দেৱী খাউণ্ড Watch/Download
দা ফে’চ (২০১৪) পৰিচালক: ৰাজীৱ দত্ত Watch/Download
শৃংখল (২০১৪) পৰিচালক: প্ৰবীণ হাজৰিকা Watch/Download
ৰ’দৰ চিঠি (২০১৪) পৰিচালক: বাহাৰুল ইছলাম Watch/Download
টি আৰ পি আৰু (২০১৪) পৰিচালক: মৃদুল গুপ্তা Watch/Download
অদম্য (২০১৪) পৰিচালক: ববী শৰ্মা বৰুৱা Watch/Download
অহেতুক(২০১৫) পৰিচালক: বাণী দাস Watch/Download
আৰোহী(২০১৫) পৰিচালক: অৰূপ মান্না Watch/Download
অনুৰাধা (২০১৫) পৰিচালক: ৰাকেশ শৰ্মা Watch/Download
লাভ ইন বেংকক (২০১৫) পৰিচালক: অসীম বৈশ্য Watch/Download
দূৰদৰ্শন এটি যন্ত্ৰ (২০১৬) পৰিচালক: ৰাজেশ ভূঞা Watch/Download
কথানদী(২০১৬) পৰিচালক: ভাস্কৰ হাজৰিকা Watch/Download
সাত নম্বৰৰ সন্ধানত (২০১৬) পৰিচালক: আব্দুল মজিদ Watch/Download
দিকচৌ বনত পলাশ (২০১৬) পৰিচালক: সঞ্জীৱ সভাপণ্ডিত Watch/Download
গানে কি আনে (২০১৬) পৰিচালক: ৰাজেশ যশপাল Watch/Download
হৰি ওঁম (২০১৬) পৰিচালক: অৰূপ জ্যোতি ৰাভা Watch/Download
পাগলী (২০১৬) পৰিচালক: ৰূপজ্যোতি বৰা Watch/Download
বহ্নিমান (২০১৬) পৰিচালক: বিশ্বজিৎ বৰা Watch/Download
হান্দুক (মৰাণ)(২০১৬) পৰিচালক: জয়ছেং জয় দহোতীয়া Watch/Download
কোঁৱৰপুৰৰ কোঁৱৰ(২০১৭ ) পৰিচালক: ৰাজেশ ভূঞা Watch/Download
দূৰ (২০১৭ ) পৰিচালক: কঙ্কণ ৰাজখোৱা Watch/Download
ছাকিৰা আহিব বকুলতলৰ বিহুলৈ(২০১৭ ) পৰিচালক: হিমাংশু প্ৰসাদ দাস Watch/Download
বিউটিফুল লাইভ্জ (২০১৭ ) পৰিচালক: কঙ্কণ ডেকা Watch/Download
মৃগনাভি (২০১৭ ) পৰিচালক: হেমেন দাস Watch/Download
ৰাফ এণ্ড টাফ (২০১৭ ) পৰিচালক: মণি সিনহা Watch/Download
অথেলো(২০১৭ ) পৰিচালক: হেমন্ত কুমাৰ দাস Watch/Download
লোকেল কুং ফু ২ (২০১৭ ) পৰিচালক: কেনী বসুমতাৰী Watch/Download
অন্তৰীণ (২০১৭ ) পৰিচালক: মঞ্জুল বৰুৱা Watch/Download
ছয়গাঁৱৰ চম্পা (২০১৭ ) পৰিচালক: চন্দ্ৰ মুদৈ Watch/Download
চাকনৈয়া (২০১৭ ) পৰিচালক: নৱ কুমাৰ নাথ Watch/Download
শেষ অঙ্গীকাৰ (২০১৭ ) পৰিচালক: প্ৰণয় ফুকন Watch/Download
দূৰণিৰ নিৰলা পঁজা (২০১৭ ) পৰিচালক: ধ্ৰুৱ জে বৰদলৈ Watch/Download
অজানিতে (২০১৭ ) পৰিচালক: ডিম্বেশ্বৰ গগৈ Watch/Download
মিছন চাইনা (২০১৭ ) পৰিচালক: জুবিন গাৰ্গ Watch/Download
তুমি আহিবানে(২০১৭ ) পৰিচালক: প্ৰেৰণা বৰবৰুৱা Watch/Download
ক্ষোভ (২০১৭ ) পৰিচালক: হীৰেণ বৰা Watch/Download
এই মাটিতে (২০১৭ ) পৰিচালক: সীতানাথ লহকৰ Watch/Download
মাজ ৰাতি কেতেকী (২০১৭ ) পৰিচালক: সান্তনা বৰদলৈ Watch/Download
দা কিউৰিঅ’ছিটি শ্বপ (২০১৭ ) পৰিচালক: শঙ্কৰ বৰুৱা Watch/Download
প্ৰিয়াৰ প্ৰিয় (২০১৭ ) পৰিচালক: মুনিন বৰুৱা Watch/Download
সোণাৰ বৰণ পাখি (২০১৭ ) পৰিচালক: ববী শৰ্মা বৰুৱা Watch/Download
ৰাম ভদকা হুইস্কী (২০১৭ ) পৰিচালক: প্ৰশান্ত শইকীয়া Watch/Download
খলনায়িকা (২০১৭ ) পৰিচালক: হেমন্ত নীলিম দাস Watch/Download
ঈশ্বু (২০১৭ ) পৰিচালক: উৎপল বৰপূজাৰী Watch/Download
সঁচা প্ৰেম (২০১৮) পৰিচালক: প্ৰমোদ এচ Watch/Download
শৈশৱতে ধেমালীতে(২০১৮) পৰিচালক: বিদ্যুৎ কটকী Watch/Download
কেলেণ্ডাৰ (২০১৮) পৰিচালক: হিমজ্যোতি তালুকদাৰ Watch/Download
ঢৌ (২০১৮) পৰিচালক: লক্ষ্মীনন্দন পেগু, প্ৰবীণ বসুমতাৰী Watch/Download
ৰক্তবীজ(২০১৮) পৰিচালক: বিশ্বজিৎ বৰা Watch/Download
তাণ্ডৱ অৱ পাণ্ডৱ(২০১৮) পৰিচালক: প্ৰিয়ম নিৰ্মল Watch/Download
ক্ৰোধ (২০১৮) পৰিচালক: মনোজ বৈশ্য Watch/Download
তোৰ মোৰ ফকতীয়া লাভ ষ্টোৰী (২০১৮) পৰিচালক: ই্ন্দ্ৰজিৎ কাকতি Watch/Download
ধম ধমা ধম (২০১৮) পৰিচালক: মণি সিনহা Watch/Download
লীলাৰ পৰা লেইলালৈ (২০১৮) পৰিচালক: সদানন্দ গগৈ Watch/Download
বেড বয়জ (২০১৮) পৰিচালক: চাইফুল ইচলাম Watch/Download
তুমি মোক ফাকি দিলা (২০১৮) পৰিচালক: হাদিফ আহমেদ Watch/Download
ভিলেজ ৰকষ্টাৰছ্ (২০১৮) পৰিচালক: ৰীমা দাস Watch/Download
দ্য আণ্ডাৰৱৰ্ল্ড (২০১৮) পৰিচালক: ৰাজেশ যশপাল Watch/Download
ৰাজা ৰিটাৰ্ণচ্ (২০১৮) পৰিচালক: কিশোৰ দাস Watch/Download
ভগা খিৰিকী (২০১৮) পৰিচালক: জাহ্নু বৰুৱা Watch/Download
আহি আছে (২০১৮) পৰিচালক: নিপন ঢলুৱা Watch/Download
চাচপেণ্ডেড ইন্সপেক্টৰ বড়ো(২০১৮) পৰিচালক: কেনী বসুমতাৰী Watch/Download
ভাওৰীয়া (২০১৯ ) পৰিচালক: বিশ্বজিৎ কলিতা Watch/Download
ককাইদেউ বিন্দাছ (২০১৯ ) পৰিচালক: ধ্ৰুৱ জে বৰদলৈ Watch/Download
ৰঙীন (২০১৯ ) পৰিচালক: শঙ্কৰ বৰুৱা Watch/Download
কানীন (২০১৯ ) পৰিচালক: মঞ্জুল বৰুৱা Watch/Download
সীমা- দ্য আনট’ল্ড ষ্ট’ৰী (২০১৯ ) পৰিচালক: হীৰেণ নাথ Watch/Download
বৰনদী ভটিয়ায় (২০১৯ ) পৰিচালক: অনুপম কৌশিক বৰা Watch/Download
কাঞ্চনজংঘা (২০১৯ ) পৰিচালক: জুবিন গাৰ্গ Watch/Download
বুলবুল কেন্ ছিং (২০১৯ ) পৰিচালক: ৰীমা দাস Watch/Download
ৰত্নাকৰ (২০১৯ ) পৰিচালক: যতীন বৰা Watch/Download
ৰ’দ হৈ আহা তুমি (২০১৯ ) পৰিচালক: তপন বৰদলৈ Watch/Download
অস্তিত্ব (২০১৯ ) পৰিচালক: মিৰ্জা আৰিফ হাজৰিকা Watch/Download
ইপাৰ সিপাৰ (২০১৯ ) পৰিচালক: প্ৰণৱজ্যোতি ভৰালী Watch/Download
আমিষ (২০১৯ ) পৰিচালক: ভাস্কৰ হাজৰিকা Watch/Download
প্ৰতিঘাট (২০১৯ ) পৰিচালক: অচিন্ত শঙ্কৰ Watch/Download
গৰু (২০২০) পৰিচালক: হিমাংশু প্ৰসাদ দাস Watch/Download
লাইফ ইন এ পাপেত (২০২১) পৰিচালক: ৰাজেন দাস Watch/Download
একলব্য (২০২২) পৰিচালক: আলফ্ৰেড হক Watch/Download
গংগা – এখনি বোৱতী নদী (২০২২) পৰিচালক: মনি সিনহা Watch/Download
ৰাইনো এক্সপ্ৰেছ (২০২২) পৰিচালক: মণি সিনহা Watch/Download
লোকেল উৎপাত (২০২২) পৰিচালক: কেনী বসুমতাৰী Watch/Download
Related