Assamese writer's book

অসমীয়া সাহিত্যিকৰ সাহিত্য সৃষ্টিৰ কিছু তথ্য || 10+ Top Assamese writer’s book list PART1

অসমীয়া সাহিত্যিকৰ সাহিত্য সৃষ্টিৰ কিছু তথ্য Assamese writer’s book list

✓হীৰেন গোহাঁই

  • অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা(১৯৮৭)
  • সাহিত্যৰ সত্য(১৯৭০)
  • সাহিত্য আৰু চেতনা(১৯৭৬)
  • বিশ্বয়তন(১৯৮৩)
  • বাস্তৱৰ স্বপ্ন (১৯৭২)
  • কাল ভ্ৰমৰ (১৯৭৪)
  • কেৱল মানুহৰ আছে গান (১৯৭০)
  • সমাজ আৰু সমালোচনা (১৯৭২)
  • সৃষ্টি আৰু যুক্তি (১৯৭২)
  • কীৰ্তন পুথিৰ ৰহবিচাৰ (১৯৮১)
  • তেজৰ আখৰে লিখা (১৯৮২)
  • কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা (১৯৮৬)
  • উপন্যাসৰ আধুনিক সমালোচনা (ভাগ ১,২)
  • অদৃষ্ট আৰু অসম (১৯৮৮)
  • কাল শ্রত আৰু কাণ্ডাৰী (১৯৯৫)
  • Tradition & Paradise lost: a heretical view (1997)
  • Assam, a burning question (1984)
  • On the present movement in Assam (1980)
  • Nature and art in Shakespeare: an essay on Hamlet,Nature and Art In Shakespeare (1988)
  • The Magic Plant (1992)
  • Aspects of Early 19th Century Bengalee Culture (1990)
✓হোমেন বৰগোহাঞি

  • পিতা পুত্ৰ
  • আত্মানুসন্ধান
  • হালধীয়া চৰায়ে বাওধান খায়,
  • সাওদৰ পুতেকে নাও মেলি যায়
  • অস্তৰাগ
  • তিমিৰ তীৰ্থ
  • কুশীলৱ
  • এদিনৰ ডায়েৰি
  • বিষন্নতা
  • নিসংগতা
  • সুবালা
  • মৎস্যগন্ধা
  • ধুমুহা আৰু ৰামধেনু
  • মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ
  • গদ্যৰ সাধনা
  • মানুহ হোৱাৰ গৌৰৱ
  • প্ৰজ্ঞাৰ সাধনা
  • উচ্চাকাংক্ষা

✓হেম বৰুৱা

  • সাগৰ  দেখিছা (১৯৫৪)
  • ডাক পখিলী
  • মেকং নৈ দেখিলোঁ
  • ইজৰাইল
  • আধুনিক সাহিত্য (১৯৪৮)
  • বালিচন্দা(১৯৫৯)
  • সালমিহলি (১৯৫৯)
  • ৰঙা কৰবিৰ ফুল (১৯৫৯)
  • কন্নকি (১৯৬০)
  • এই গীত (১৯৬১)
  • সাহিত্য আৰু সাহিত্য (১৯৬২)
  • আচুফুল (১৯৬৪)
  • মন ময়ুৰী (১৯৬৫)
  • বহাগত পাতি যাও বিয়া (১৯৬৯)
  • স্মৃতিৰ পাপৰী (১৯৭০)
  • তলসৰা
  • The Red River & the Blue Hill(1954)

✓হেমচন্দ্ৰ বৰুৱা

  • হেমকোষ(১৯০০)
  • অসমীয়া ব্যাকৰণ(১৮৫৯)
  • আদি পাঠ(১৮৭৩)
  • পাঠ-মালা) (1882)
  • অসমীয়া ল’ৰাৰ ব্যাকৰণ(১৮৮৬)
  • পঢ়াশলীয়া অভিধান(১৮৯২)
  • বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী
  • কানীয়াৰ কীৰ্ত্তন(১৮৬১)
  • স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়(অনুবাদ)
  • Assamese Marriage System
হলিৰাম বৰুৱা

  • যৎকিঞ্চিৎ
হৰিনাৰায়ন দত্ত বৰুৱা

  • শ্ৰী মদ্ভাগৱত
  • শ্ৰী শংকৰ বক্যমৃত
✓সূৰ্য কুমাৰ ভূঞা

  • ৰমণী গাভৰু
  • বুৰঞ্জীৰ বাণী
  • লাচিত বৰফুকন
  • কোৱঁৰ বিদ্ৰোহ(১৯৪৮)
  • কামৰূপৰ বুৰঞ্জী (১৯৩০)
  • দেওধাই অসম বুৰঞ্জী(১৯৩২)
  • অসমৰ পদ্য বুৰঞ্জী;(১৯৩২)
  • পদসাহ বুৰঞ্জী(১৯৩৫)
  • কছাৰী বুৰঞ্জী(১৯৩৬)
  • জয়ন্তীয়া বুৰঞ্জী
  • ত্ৰিপুৰা বুৰঞ্জী
  • সাতসৰী অসম বুৰঞ্জী
  • মিৰজুমলাৰ অসম আক্ৰমণ(১৯৫৬)
  • গোপাল কৃষ্ণ গোখলে(১৯৬১)
  • আহোমৰ দিন(১৯১৮)
  • ৰবীন্দ্ৰ নাথ ঠাকুৰ(১৯২০)
  • আনন্দৰাম বৰুৱা(১৯২০)
  • জোনাকী(১৯২৮)
  • চানেকী(১৯২৮)
  • অসম জীয়ৰী(১৯৩৫)
  • ৰাজেশ্বৰ সিংহ(১৯৭৬)
  • ৰমনী গাভৰু(১৯৫১)
  • স্বৰ্গদেউ গদাধৰ সিংহ
  • আনন্দৰাম ঢেকীয়াল ফুকন
  • জগন্নাথ বৰুৱা
  • চাৰ এডৱাৰ্ড গেইট
  • নিৰ্মালি(১৯১৮)
  • পঞ্চমী(১৯২৭)
  • ত্ৰিপদী(১৯৬০)
  • An Assamese Nurjahan (1962)
  • Tungkhungia Buranji (1932)
  • Assamese Historical Literature
  • Kartuya
  • An Account of Assam
  • Preliminary Report on the old Record at Assam Secretariat
  • Lachit Barphukan and his Times
  • Annal of Delhi Badsahai
  • Anglo Assamese Relations (1937)
  • The Seven Hindrances (1937)
  • Atan Buragohain and his Times (1937)
  • Studies in the Literature of Assam (1937)
  • Catalogue of Historical writings (1955)
✓সুৰেন্দ্ৰ মোহন দাস

  • টলষ্টয়ৰ সাধু (অনুবাদ)
  • যুদ্ধ আৰু শান্তি (অনুবাদ)
✓সত্যনাথ বৰা(অসমীয়া সাহিত্যৰ বেকন)

  • সাৰথি(১৯১৫)
  • সাহিত্যৰ বিচাৰ
  • বহল ব্যাকৰণ
  • গীতাৱলী
  • কেন্দ্ৰ সভা(১৯২৫)
  • চিন্তা কলি (১৯৩৫)
  • আকাশ ৰহস্য
  • জীৱনৰ অমিয়া
✓শংকৰদেৱ

  • কীৰ্তন
  • গুণমালা
  • উত্তৰাকণ্ড ৰামায়ন
  • বৰগীত
  • হৰিশ্চন্দ্ৰ উপাখ্যান
  • অজামিল উপাখ্যান
  • বলিছলন
  • অমৃত মন্থন
  • গজেন্দ্ৰ উপাখ্যান
  • কুৰুক্ষেত্ৰ
  • গোপী-উদ্ধৱ সংবাদ
  • কৃষ্ণ প্ৰয়াণ – পাণ্ডব নিৰ্বাৰণ
  • ভক্তি প্ৰদীপ
  • ভক্তি ৰত্নাকৰ
  • নিমি-নৱসিদ্ধ সংবাদ
  • অনাদি পাতন
  • ভাগৱত প্ৰথম, দ্বিতীয়
  • দশম স্কন্ধৰ আদিছোৱা
  • ৰামায়ণৰ উত্তৰা কাণ্ড
  • কালিয়দমন নাট
  • কেলিগোপাল
  • ৰুক্মিণী হৰণ
  • পাৰিজাত হৰণ
  • ৰাম বিজয়
✓লীলা গগৈ

  • অসমৰ সংস্কৃতি(১৯৮২)
  • নৈ বৈ যায়(১৯৮৩)
  • বিকোদৰ বৰুৱাৰ বিয়া(১৯৭৭)
  • খঁৰা শিয়ালৰ বিয়া (শিশু কবিতা) (১৯৫৪)
  • বুৰঞ্জীয়ে পৰশা নগৰ (১৯৫৭)
  • হেৰোৱা দিনৰ কথা (১৯৫৭)
  • শৰাইঘাটৰ যুদ্ধৰ কথা (১৯৭৭)
  • বেলি মাৰ গল (১৯৮৩)
  • বুৰঞ্জী সাহিত্য (১৯৮৮)
  • বুৰঞ্জীয়ে কথা কয় (১৯৯১)
  • বুৰঞ্জীৰ ৰূপৰেখাঃশিৱসাগৰ (১৯৯৪)
  • আহোম জাতি আৰু অসমীয়া সংস্কৃতি (১৯৬১)
  • বিহু এটি সমীক্ষা (১৯৬৯)
  • টাই সংস্কৃতিৰ ৰূপৰেখা (১৯৭১)
  • সাহিত্য সংস্কৃতিৰ বুৰঞ্জী (১৯৭২)
  • অসমীয়া লোকগীত (১৯৫৭)
  • মণিৰাম দেৱানৰ গীত (১৯৫৭)
  • জোনবাই এ এটি তৰা দিয়া (১৯৬৮)
  • অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা (১৯৬৮)
  • বিহুগীত আৰু বনঘোষা (১৯৬৯)
  • কপলিং চিগা ৰেল (১৯৫৯)
  • বিয়েৰিং চিঠি (১৯৭৬)
  • বিশেষ কি লিখিম (১৯৭৮)
  • ঘেৰঘেৰী বাছ (১৯৮১)
  • নীলা চিঠি (১৯৮৬)
  • হাঁহি আৰু বাঁহী (১৯৮৫)
  • গীত মালঞ্চ (১৯৬৪)
  • সোণতৰা (১৯৫৪)
  • পোনাকণৰ সপোন (১৯৫৫)
  • অনুপম কোঁৱৰৰ সাধু (১৯৫৯)
  • লাচিত বৰফুকন (১৯৬২)
  • ৰংমনৰ কথা (১৯৬৩)
  • জয়মতী কুঁৱৰী আৰু মূলা গাভৰু (১৯৬৩)
  • ভাৰতৰ কথা (১৯৭২)
  • সৰগৰ মুকুতা (১৯৫৭)
  • ডকাইত কোন (১৯৫৭)
  • নীলা খামৰ চিঠি (১৯৬৩)
  • সাহিত্যঃদুটিমান আলোচনা (১৯৮৩)
  • চিন্তাৰ স্বাক্ষৰ (১৯৯২)
  • অসমীয়া সংস্কৃতি (সম্পাঃ) (১৯৬৬)
  • অসমীয়া গ্ৰন্থপঞ্জী (সম্পাঃ) (১৯৭২)
  • যতীন্দ্ৰ নাথ দুৱৰাঃকবি আৰু কবি প্ৰতিভা(সম্পাঃ)(১৯৮৭)
  • আধুনিক অসমীয়া সাহিত্যৰ পৰিচয় (সম্পাঃ)(১৯৮৮)
  • কুমাৰ হৰণ(১৯৭২)
  • চোৰ ধৰা (১৯৭২)
  • অশ্বকৰ্ণ বধ (১৯৭৩)
  • বঙ্গৰ লোক সংস্কৃতি (১৯৮৩)
  • সীমান্তৰ মাটি আৰু মানুহ (১৯৬৩)
  • বিহু-এটি সমীক্ষা ( ১৯৬৯)
  • ইংৰাজী সংকলন
  • The Tai Khamtis of North East India
  • (১৯৭১)
  • The Buranjiss:Historical Literature of Assam(১৯৮৬)
  • The History of the System of Ahom Administration (১৯৯১)
✓লক্ষ্যধৰ চৌধুৰী

  • মানুহ বিচাৰি
  • মোৰ লক্ষ্য (কবিতা)
  • নিমিলা অংক(নাটক)
  • উমলা ঘৰ(নাটক)
✓লক্ষ্মীনাথ বেজবৰুৱা(ৰসৰাজ)

  • পদুম কুঁৱৰী
  • সুৰভি
  • কেহুকলি
  • বুঢ়ী আইৰ সাধু
  • ককাদেউতা আৰু নাতিল’ৰা
  • জুনুকা
  • বাখৰ
  • কামত কৃতিত্ব লভিবৰ সংকেত
  • ধেমেলীয়া নাটক (প্ৰহসন)
  • লিতিকাই
  • নোমল
  • পাচনি
  • চিকৰপতি নিকৰপতি
  • নাটৰ কুকি
  • গদাধৰ ৰজা
  • মঙলা
  • চক্ৰধ্বজ সিংহ
  • জয়মতী কুঁৱৰী
  • বেলিমাৰ
  • কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
  • কৃপাবৰ বৰুৱাৰ ওভতনি
  • বৰবৰুৱাৰ বুলনি
  • বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
  • বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
  • বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
  • বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
  • কৃপাবৰ বৰুৱাৰ সামৰণি
  • ভাৰতবৰ্ষৰ বুৰঞ্জী(অনুবাদ)
  • অসমীয়া ভাষা আৰু সাহিত্য
  • পত্ৰলেখা
  • কাঁহুদী আৰু খাৰলি
  • মোৰ জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫)(আত্মজীৱনী)
  • মোৰ জীৱন সোঁৱৰণ (দ্বিতীয় খণ্ড, ১৯৬১)(আত্মজীৱনী)
  • ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত
  • শ্ৰীশ্ৰী শংকৰদেৱ
  • শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ
  • চিন্তাশীল ৰচনাসম্পাদনা কৰক
  • তত্ত্বকথা
  • শ্ৰীকৃষ্ণকথা
  • ভগৱৎ কথা
  • সাধুকথাৰ কুঁকি
  • জোনবিৰি
✓লক্ষ্মী নন্দন বৰা

  • পাতাল ভৈৰৱী(১৯৮৬)
  • দৃষ্টিৰূপা(১৯৫৮)
  • নিশাৰ পূৰভী (১৯৬২)
  • গঙা চিলনীৰ পাখি (১৯৬৩)
  • আকৌ শৰাইঘাট (১৯৮০)
  • মাটিত মেঘৰ ছাঁ (১৯৭০)
  • বিশেষ এৰাতি (১৯৭৯)
✓মহিম বৰা

  • কাঠনিবাৰী ঘাট (১৯৬১)
  • দেহা গৰকা প্ৰেম (১৯৬৭)
  • ম‍ই, পিপলী আৰু পূজা (১৯৬৭)
  • বহুভুজী ত্ৰিভুজ (১৯৬৭)
  • এখন নদীৰ মৃত্যু (১৯৭২),
  • ৰাতি ফুলা ফুল (১৯৭৭)
  • বৰযাত্ৰী (১৯৮০)
  • মোৰ প্ৰিয় গল্প (১৯৮৭),
  • গল্প সমগ্ৰ মহিম বৰা (১৯৯৩),
  • চিন্তা বিচিত্ৰা (১৯৭৫),
  • সাহিত্য বিচাৰ (১৯৮৯)
  • হেৰোৱা দিগন্তৰ মায়া (১৯৭৩)
  • পুতলা ঘৰ (১৯৭৩)
  • এধানি মাহীৰ হাঁহি (১৯৯৭)
  • বন্দুলি ফুলৰ ৰং (২০০৭)
  • বত্ৰিশ পুতলাৰ সাধু (১৯৭৬),
  • তেজীমলা আৰু চিণ্ডেৰেলা (২০০১)
  • ৰাজা ৰামমোহন ৰায় (১৯৮৯)
  • শ্ৰীশ্ৰী শংকৰদেৱৰ নাট্যাৱলী (১৯৮৯)
  • ৰঙা জিঞা (১৯৭৮)
  • জোনমণিৰ হাঁহি
✓ৰাম সৰস্বতী

  • মহাভাৰত (অনুবাদ)
  • বিজয় পৰ্ব
  • মণিচন্দ্ৰ ঘোষ পৰ্ব
  • পুষ্পহৰণ পৰ্ব
  • কালকুব্জ শোষক পৰ্ব
  • ভীম চৰিত
  • বকাসুৰ বধ
  • কুলাচল বধ
  • জঙঘাসুৰ বধ
  • জটাসুৰ বধ
  • পাঞ্চালী বিবাহ
  • সিন্ধুৰা পৰ্ব
  • ব্যাসাশ্ৰম
  • অশ্বকৰ্ণৰ যুদ্ধ
  • খটাসুৰ বধ
  • ব্যঞ্জন পৰ্ব
✓ৰত্নকান্ত বৰকাকতী(শেৱালী কবি)

  • শেৱালী
  • তৰ্পণ
  • চন্দ্ৰ হাৰ
  • চিত্ৰলেখা
✓ৰজনীকান্ত বৰদলৈ(উপন্যাস সম্ৰাট)

  • ৰহদৈ লিগিৰী(১৯৩০)
  • মিৰি জীয়ৰী(১৯৯৪)
  • মনোমতী(১৯০০)
  • দন্দুৱা দ্ৰোহ(১৯০৯)
  • নিৰ্মল ভকত(১৯২৭)
  • তাম্ৰে স্বৰ মন্দিৰ (১৯২৬)
  • ৰঙিলী (১৯২৫)
  • ৰাধা আৰু ৰুক্মিণীৰ ৰণ (১৯২৫)
ৰঘুনাথ চৌধাৰী (বিহগী কবি)

  • সাদৰি (১৯১০)
  • কেতেকী(১৯১৮)
  • কাৰ বালা(১৯২৩)
  • নৱ মল্লিকা(১৯৫৮)
  • কৰণি(অপ্ৰকাশিত)
✓যোগেশ দাস

  • পৃথিৱীৰ অসুখ
  • ডাৱৰ আৰু নাই(১৯৫৫)
  • কল পটোৱা ৰ মৃত্যু (১৯৫৩)
  • জোনাকীৰ জুই (১৯৫৯)
  • নিৰুপাই নীৰুপাই (১৯৬৩)
  • এমুঠি ধূলি (১৯৬৫)
  • হাজাৰ ফুল (১৯৬৭)
  • নেদেখা জুইৰ ধোৱা (১৯৭২)
  • অবিধা(১৯৭২)
  • নৰেশ আৰু মালতী (১৯৭৭)
  • পপীয়া তৰা (১৯৫৬)
  • আন্ধাৰ ৰ আঁৰে আঁৰে (১৯৫৮)
  • ত্ৰিবেণী (১৯৬১)
  • মদাৰৰ বেদনা (১৯৬৩)
  • হাজাৰ লোকৰ ভিৰ (১৯৬৫)
  • Folklore of Assam(1972)
✓যতীন্দ্ৰ নাথ দুৱৰা(বনফুল কবি)

  • বনফুল(১৯৫২)
  • ওমৰ তীৰ্থ(১৯২৫)
  • আপোন সুৰ(১৯৩৮)
  • কথা কবিতা (১৯৩৩)
  • মিলনৰ সুৰ (১৯৬০)
✓মৌলানা তৈয়ব উল্লাহ

  • উন্মূল কোৰান
  • কাৰাগাৰৰ চিঠি
  • পোন্ধৰ আগষ্ট
মিত্ৰদেৱ মহন্ত

  • চেনেহ জৰী
  • জুন জুনি
  • চন্দ্ৰ হাৰ(১৯২৫)
  • লেকলৌ লানি (১৯১৫)
  • বিয়া বিপৰ্যয় (১৯২৪)
  • জ্ঞান লহৰী প্ৰথম সঃ (১৯২৪), দ্বিতীয় সঃ (১৯৮০)
  • ধ্ৰুৱ (১৯২৫)
  • মৌ মহাভাৰত (১৯২৫)
  • মোহন ভোগ (১৯২৫)
  • নিবোকা ৰজা (১৯২৮)
  • অসমীয়া ধৰ্মাচাৰ্যৰ উপাধি (১৯৩০)
  • ব্ৰিটিছ সাম্ৰাজ্যৰ বুৰঞ্জী (১৯৩১)
  • প্ৰহ্লাদৰ ক-খ (১৯৩৫)
  • টেঙৰ-ভেঙৰ (১৯৩৫)
  • এটা চুৰট (১৯৩৫)
  • ব’হাগী বিহুৰ সুৱাগী নাম (১৯৩৬)
  • বলিছলন (১৯৪৬)
  • ভোটৰ ৰগৰ (১৯৪৬)
  • ভাকুট-কুট(১৯৪৮)
  • ল-নি পাঠ (২য় ভাগ) (১৯৪৯)
  • ল-নি পাঠ (১ম ভাগ) (১৯৫০)
  • বৈদেহী বিয়োগ (১৯৫০)
  • চৰণ ধূলি (১৯৫৫)
  • জুনজুনি (১৯৫৫)
  • প্ৰচ্ছন্ন পাণ্ডৱ (১৯৫৬)
  • ৰাংঢালী (১৯৫৭)
  • গীতি শতদল (১৯৫৯)
  • অজামিলৰ মুক্তি (১৯৬০)
  • থাপনি গুণমালা (১৯৬০)
  • মিঠা ক খ
  • টেঙৰী আইতা
  • চেনেহ জৰী
  • সাৰ্বজনীন অশৌচ বিধি

Leave a Comment

Your email address will not be published. Required fields are marked *