100+ বিজ্ঞানভিত্তিক সাধাৰণ জ্ঞান quiz || Important gk in Assamese for competitive exam

gk in Assamese

বৰ্তমান বিজ্ঞানৰ যুগত প্ৰতিটো প্ৰতিযোগিতা মূলক পৰীক্ষাত (gk in Assamese for competitive exam) বিজ্ঞান বিষয়ক প্ৰশ্ন অন্তৰ্ভূক্ত হোৱাটো স্বাভাৱিক। বিজ্ঞান বিষয়ক কিছু প্ৰশ্ন আপোনালোকৰ সুবিধা হোৱাকৈ সংগ্ৰহ কৰি আপোনালোকৰ বাবে আগবঢ়ালোঁ।

gk in assamese || gk in assamese language || quiz in assamese language || quiz in assamese ||assam science gk || gk in Assamese for competitive exam

প্ৰশ্ন: পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি?
উঃ উইলহেম বণ্টজেন ।
প্ৰশ্ন: ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ?
উঃ ফ্রিয়ন ।
প্ৰশ্ন: টিউব লাইটত নিয়ন গেছ প্রথম কোনে ব্যৱহাৰ কৰে ?
উঃ ফৰাচী বিজ্ঞানী ক্লাইভে ১৯১০ চনত ।
প্ৰশ্ন: কোন গৰাকী পদার্থ বিজ্ঞানীয়ে নার্জী বাহিনীৰ কবলৰ পৰা নিজৰ নােবেল বঁটা পদকটো ৰক্ষা কবিবলৈ তাক এচিডত দ্রবীভূত কৰি ৰাখি পিচত দ্রবণখিনিৰ পৰা পুনৰ পদকটো গঢ়াই লৈছিল ?
উঃ নীলচ ব’ৰ ।
প্ৰশ্ন: হাতঘড়ী প্রথম কেতিয়া, ক’ত সাজি উলিওৱা হৈছিল ?
উঃ ১৭৯০ চনত চুইজাৰলেগুত ।
প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উঃ পুটোনিয়াম।
প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?
উঃ বৃটেইন ।
প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?
উঃ ৰেডন।
প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?
উঃ নাইট্ৰজেন অক্সাইড।
প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।
উ: টিন আৰু সীহৰ ধাতু।
প্ৰশ্ন: “বেঘনীসেহাসুৰ” – কি?
উ: বগা পােহৰত থকা সাতটা ৰঙৰ সমষ্টি । যেনে – বেঙুনীয়া, ঘননীলা,নীলা, সেউজীয়া, হালধীয়া, সুমিথিৰা আৰু ৰঙা।
প্ৰশ্ন: অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?
উঃ মার্কনী।
প্ৰশ্ন:প্রথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন ?
উ: উইলিয়াম কেক্সটোন ।
প্ৰশ্ন: চুম্বকে কি কি আকর্ষণ কৰে ?
উ: লাে, নিকেল আৰু কোবাল্ট।

gk in assamese || gk in assamese language || quiz in assamese language || quiz in assamese ||assam science gk

প্ৰশ্ন: ৰিফ্রিজাৰেটৰ কোনে, কেতিয়া আবিষ্কাৰ কৰিছিল ?
উ: জেমচ হেৰিচন, ১৮৫০ চনত ।
প্ৰশ্ন:পদার্থ বিজ্ঞানত দুবাৰ নােবেল বঁটা লাভ কৰা বিজ্ঞানীজন কোন ?
উঃ টমাছ ইয়ং।
প্ৰশ্ন: কি পদার্থৰ ওপৰত নােমেৰে তৈয়াৰী কাপােৰ ঘাঁহলে বিদ্যুৎ উৎপন্ন হয়?
উঃ এমবাৰ ।
প্ৰশ্ন: বিজ্ঞানৰ দুটা বিষয়ত দুবাৰ নােবেল বঁটা লাভ কৰা বিজ্ঞানী গৰাকী কোন ?
উঃ মাডাম কুৰী। ১৯০৩ চনত পদার্থ বিজ্ঞানত আৰু ১৯১১ চনত ৰসায়ন বিজ্ঞানত।
প্ৰশ্ন: ৰাজস্থানৰ পােখৰাণত কৰা ভাৰতৰ প্রথম পৰমাণু পৰীক্ষাটোৰ সাংকেতিক নাম কি আছিল ?
উ: স্মাইলিং বুদ্ধা।
প্ৰশ্ন: ভাৰতত স্থাপন কৰা প্রথম আনবিক ৰিয়েক্টৰটোৰ নাম কি?
উ: অপ্সৰা।
প্ৰশ্ন: ভাৰতৰ ভাবা পাৰমাণৱিক গবেষণা কেন্দ্রৰ আটাইতকৈ ডাঙৰ ৰিয়েক্টৰটোৰ নাম কি।
উ: ধ্ৰুৱ।
প্ৰশ্ন:মহাকাশত কোনাে বস্তৰ ওজন কিমান ?
উ: শূণ্য।
প্ৰশ্ন: কেথত ৰশ্মি ব্যৱহাৰ কৰা জনপ্রিয় যন্ত্রবিধৰ নাম কি ?
উঃ টেলিভিছন।
প্ৰশ্ন: পোহৰে ঢো সৃষ্টি কৰে, এই কথা প্রমাণ কৰা বিজ্ঞানীজন কোন ?
উ: টমাছ ইয়ং।
প্ৰশ্ন:কোনবিধ পদার্থক দাৰ্শনিক শিল’ (Philospher’s Stone) বোলা হয় ?
উঃ জিংক অক্সাইড।
প্ৰশ্ন:মহাকাশ বিজ্ঞান প্রতিষ্ঠান ‘নাছাৰ সম্পূর্ণ নাম কি ?
উঃ নেচনেল এৰোনেটিক স্পেচ এডমিনিষ্টেচন (আমেৰিকা)।
প্ৰশ্ন: কোনবিধ উদ্ভিদৰ মূল, কাণ্ড আৰু শিপা নাই ?
উঃ ৰাফ্লেছিয়া ।
প্ৰশ্ন: গছৰ বয়স কেনেকৈ নির্ণয় কৰিব পাবি ?
উঃ গা-গছৰ বছেৰেকীয়া তৰপৰ আঙঠিবোৰ গণনা কৰি।
প্ৰশ্ন: উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰমােন বিধৰ নাম কি ?
উঃ অক্সিন।
প্ৰশ্ন:উদ্ভিদৰ জীবনী শক্তি বা জ্ঞান পাব পৰা যন্ত্রটোৰ নাম কি ?
উঃ ক্রিচকোগ্রাফ।
প্ৰশ্ন: চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিড সােমায় যায়।সেই এচিডবিধৰ নাম কি ?
উঃ ফৰমিক এচিড।
প্ৰশ্ন: উদ্ভিদৰ সালােক সংশ্লেষণ প্রক্রিয়াৰ অক্সিজেন কৰ পৰা আহে ?
উঃ পানীৰ পৰা।
প্ৰশ্ন: আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি ?
উঃ ব্লেক আইৰণ উড (অফ্রিকা)।
প্ৰশ্ন: পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি १
উঃ ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য । ইয়াৰ আয়তন ২৯০ কোটি হেক্টৰ।
প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ বয়সীয়াল গছজোপা ক’ত আছে ?
উ: কেলিফৰ্নিয়া হুইলাৰ শৃংগত থকা এজোপা পাইন গছ। এই গছজোপা বয়স ৫ হাজাৰৰ অধিক ।
প্ৰশ্ন: পৃথিৱীৰ অকলশৰীয়া গছজোপা ক’ত আছে ?
উঃ নাইজেৰিয়াৰ মকভূমি অঞ্চলত । এইজোপা গছৰ পৰা চাৰিওপিনে ৩১ মাইল দূৰলৈকে কোনাে গছ নাই ।
assam gk question || assam gk 2020 || assam gk for apsc || assam science gk question and answer || assam science gk || gk in assamese || gk in Assamese for competitive exam
প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি १ ই ক’ত অৱস্থিত ।
উঃ কোল্ট বেড উড (কালিফ’র্ণিয়া)। উচ্চতা ৩৬৭৮ ফুট।
প্ৰশ্ন: বিশ্বত সর্বাধিক পৰিমানে ব্যৱহাৰ হােৱা পাচলিবিধ কি ?
উঃ পিয়াজ ।
প্ৰশ্ন: পৃথিৱীৰ ভিতৰত সর্বাধিক আকির্ড থকা দেশখনৰ নাম কি ?
উঃ কলম্বিয়া ।
প্ৰশ্ন: উদ্ভিদৰ উচ্চতা মাপক যন্ত্রটোৰ নাম কি ?
উঃ আর্ক ইণ্ডিকেটৰ ।
প্ৰশ্ন:পতংগভােজী উদ্ভিদসমূহে পােক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয়?
উ: প্ৰোটিন।
প্ৰশ্ন:কুঁহিয়াৰত থকা শর্কৰাবিধৰ নাম কি?
উ: চুক্ৰ’জ।
প্ৰশ্ন:সুমিথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি ?
উঃ বাৰগাটে ।
প্ৰশ্ন:এৰিতেল কি শিল্পৰ বাবে প্রয়ােজনীয় ?
উঃ চামৰা শিল্প।
প্ৰশ্ন:কোনবােৰ উদ্ভিদে পােনপতীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্রোজেন আহৰণ কৰিব পাৰে ?
উঃ মাহজাতীয় উদ্ভিদে।
প্ৰশ্ন:আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবােৰৰ নাম কি ?
উঃ টালিপট ।
প্ৰশ্ন:কোনবিধ গছে সর্বাধিক কাল ফল দিয়ে ?
উঃ নাচপতি ।
প্ৰশ্ন:বিলাহী প্রকৃততে ফল নে পাচলি ?
উঃ ফল ।
প্ৰশ্ন:বিলাহীত থকা এচিডবিধৰ নাম কি ?
উঃ এচিটিক এচিড।
প্ৰশ্ন:বিশ্বৰ অন্যতম জনপ্রিয় পানীয় ‘চাহ খােৱাৰ প্রথা প্রথম কোন দেশত কেতিয়া প্রচলিত হৈছিল ?
উঃ চীনদেশত ১২ শ শতিকাত । সেই দেশৰ ঝেন সন্ন্যাসী সম্প্রদায়ে সকলাে ৰোগৰ নিৰাময়কাৰী ঔষধ হিচাবে চাহক ব্যৱহাৰ কৰিছিল ।
প্ৰশ্ন:পৃথিবীৰ ভিতৰত সর্বাধিক আফিং বা কানি উৎপাদন হােৱা অঞ্চলটো সােণালী ত্রিভুজ (Golden Triangle) নামে খ্যাত। এই ত্রিভূজ গঠন কৰা দেশ
– তিনিখনৰ নাম কি?
উঃ থাইলেও, ম্যানমাৰ আৰু লাওচ ।।
প্ৰশ্ন:আঙুৰত খকা এচিড বিধৰ নাম কি।
উ: চাইট্রিক এটিড।
প্ৰশ্ন:আটাইতকৈ বিষাক্ত কাঠফুলা বিধৰ নাম কি ?
উঃ এমানিটা ফেলইডিছ।
প্ৰশ্ন:বাঘ মাৰিবৰ বাবে প্রয়ােগ কৰা বিহ হিচাবে কোটিল্যৰ অর্থ শাস্ত্রত এবিধ উদ্ভিদৰ কথা উল্লেখ আছে। উদ্ভিদবিধৰ নাম কি ?
উঃ কডমিলেট।
প্ৰশ্ন:কচু গছৰ পাত, ঠাৰি আদি গাত লাগিলে খজুৱাই – ইয়াৰ কাৰণ কি ?
উঃ কচু গছত কেলচিয়াম অকজেলেট নামৰ এবিধ ৰাসায়নিক পদার্থ থকাৰ বাবে।
প্ৰশ্ন:লাজুকীবন ছুই দিয়াৰ লগে লগে জয় পৰি যায় । এই ধৰণৰ চলনক কি কোৱা হয়?
উঃ কম্পানুকু্ণন ।
প্ৰশ্ন:চোৰাত গছৰ পাতত কি বিষাক্ত পদার্থ থাকে, যাৰ বাবে গাত ইয়াৰ পাত লাগিলে ডাকে?
উ: চোৰাতৰ পাতত গ্রন্থিযুক্ত দংশননোম থাকে। এই গ্রন্থিবােৰে কেলচিয়াম অকজেলেটৰ দৰে বিষাক্ত পদার্থ তৈয়াৰ কৰে।
প্ৰশ্ন:বৰদিনৰ সময়ত খৃষ্ট ধর্মীলােকসকলে তেওঁলােকৰ এজোপা অতি প্রিয় উদ্ভিদ উপহাৰ হিচাবে ইজনে সিজনক দিয়ে। এই উদ্ভিদবিধৰ নাম কি ?
উঃ মিছন্ট বা বান্দা
প্ৰশ্ন:কৃষি ক্ষেত্রত ব্যবহাৰ কৰা এর্জলা সাৰ প্রকৃততে কি ?
উ: পানীত ওফন্দি ফুৰা এবিধ ঢেকীয়াজাতৰ উদ্ভিদ । ইয়াক সকপুনি বুলিও কোৱা হয়।
প্ৰশ্ন:কিং অৱ ফাইবাৰ বা সূতাৰ ৰজা কাক কোৱা হয় ?
উঃ ৰিহা গছৰ আহৰ পৰা তৈয়াৰ কৰা সূতাক।
প্ৰশ্ন:কফিত থকা ৰাসায়নিক পদার্থ বিধৰ নাম কি?
উঃ কেফেইন ।
প্ৰশ্ন:অমিতা ফলত থকা এনজাইম বিধৰ নাম কি ?
উঃ পেপেইন ।
প্ৰশ্ন:কোনবিধ উদ্ভিদৰ ফলৰ পৰা চকলেট তৈয়াৰ কৰা হয় ?
উ: ককও গছ (Theobroma cacao)
প্ৰশ্ন:ঘাহৰ ওপৰত অধ্যয়নক কি কোবা হয় ?
উ: এগ্ৰ’ষ্টলজি
প্ৰশ্ন:সর্বাধিক পৰিমাণৰ চি-ভিটামিন থকা ফলবিধৰ নাম কি ?
উঃ আমলখি।
প্ৰশ্ন:‘কনচাই ব্যবস্থাটো প্রথম কোনে উদ্ভাবন কবিছিল ?
উঃ চীনাসকলে ।
প্ৰশ্ন:কোনবিধ উদ্ভিদৰ পৰা কানি প্রস্তুত কৰা হয় ?
উঃ আফিং।
assam gk question || assam gk 2020 || assam gk for apsc || assam science gk question and answer || assam science gk || gk in assamese || gk in Assamese for competitive exam
প্ৰশ্ন:নাৰিকল ফলৰ ভিতৰত থকা পানীখিনি প্রকৃততে কি ?
উঃ জুলীয়া ভ্রণপােষক ।
প্ৰশ্ন:চয়াবিনত কিমান পবিমাণৰ প্রােটিন থাকে ?
উঃ শতকৰা ৪০ ভাগ ।
প্ৰশ্ন:দ্বিতীয় সেউজ বিপ্লব” বুলি কাক কোৱা হয় १
উঃ সামাজিক বনানিকৰণক ।
প্ৰশ্ন:পােহৰ নােহােৱাকৈ গজিব পৰা উদ্ভিদক কি কোৱা হয়?
উ: এফটিক।
প্ৰশ্ন:অন্য উদ্ভিদৰ গাত আশ্রয় লৈ থকা উদ্ভিদক কি কোৱা হয় ?
উ: পৰাশ্রয়ী ।
প্ৰশ্ন:ভাৰতত কিমান প্রজাতিৰ উদ্ভিদ আছে ?
উঃ ১৫ হাজাৰৰো অধিক ।
প্ৰশ্ন:উত্তৰ-পূর্বাঞ্চলৰ কোন ঠাইত কলচী গছ আৱিষ্কাৰ কৰা হৈছিল ?
উঃ খাছিয়া পাহাৰত।
প্ৰশ্ন:উদ্ভিদ দেহৰ বাহ্যিক আভ্যন্তৰীণ গঠন আৰু আকৃতি সম্বন্ধীয় অধ্যয়ন থকা প্রাচীন ভাৰতীয় গ্রন্থখনৰ নাম কি ?
উঃ অথর্ব বেদ।
প্ৰশ্ন:ভাৰতৰ কোনখন প্রাচীন গ্রন্থত উদ্ভিদৰ শ্রেণীকৰণ উল্লেখ আছে ?
উঃ ঋকবেদ।
প্ৰশ্ন:ভাৰতৰ একমাত্র মৰু-অভয়াৰণ্যখন কি আৰু ই ক’ত অৱস্থিত ?
উঃ নাৰায়ণ সৰোবৰ। ই গুজৰাটৰ কচ্ছ অঞ্চলত অৱস্থিত।
প্ৰশ্ন:জুলাই মাহৰ প্রথম সপ্তাহটো ভাৰতত কি উৎসৱ হিচাবে পালন কৰা হয় ?
উঃ বন মহােৎসৱ।
প্ৰশ্ন:এবিধ উদ্ভিদৰ প্রাচুর্য্যতাৰ বাবে ভাৰতৰ সুন্দৰবন অঞ্চলৰ নামাকৰণ কৰা হৈছিল । উদ্ভিদবিধৰ নাম কি ?
উঃ সুন্দৰী গছ ।
প্ৰশ্ন:হােমি পৈথিক ঔষধৰ বাবে প্রয়ােজনীয় ঔষধি গছৰে অসমৰ ঔষধ ভেষজ উদ্যান খন কেতিয়া কত স্থাপন কৰা হয় ?
উঃ ১৯৯৬ চনৰ ১ ফেব্রুৱাৰীৰ দিনা তিতাবৰৰ জালুকনিবাৰীত।
প্ৰশ্ন:বায়ুমণ্ডলত সৰ্বাধিক থকা গেছবিধৰ নাম কি ?
উঃ নাইট্রোজেন।
প্ৰশ্ন:ধান খেতিৰ পৰা উদ্ভৱ হােৱা বিষাক্ত গেছবিধৰ নাম কি?
উঃ মিথেন।
প্ৰশ্ন:যােৱা, ধুলি আকু কুৱলী আদি লগহৈ যি এটা অশান্তিকৰ পৰিবেশৰ সৃষ্টি হয় তাক কি কোৱা হয় ?
উঃ ধুঁৱলী (Smog) ।
প্ৰশ্ন:অজন স্তৰটো ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত ?
উঃ প্রায় ২৫ কিঃ মিঃ।
প্ৰশ্ন:বায়ুমণ্ডলৰ একেবাবে তলৰ অংশটোক কি কোৱা হয় ?
উঃ ট্রপস্ফিয়াৰ।
প্ৰশ্ন:ভূ-পৃষ্ঠৰ কোন অংশত বতাহৰ সোঁত আটাইতকৈ প্রবল ?
উ: কুমেৰু অঞ্চলত। ঘন্টাত গতিবেগ ৩০০ কিঃ মিঃ।
প্ৰশ্ন:বায়ুমণ্ডল অধ্যয়নৰ বাবে বেলুনেৰে আকাশলৈ যােৱা প্রথম ব্যক্তিগৰাকী কোন আছিল ?
উঃ দামিত্রি মেণডেলিভ (১৮৮৭)।
প্ৰশ্ন:পুথিৱীৰ ভিতৰত আটাইতকৈ বেছি কোলাহল পূর্ণ চহৰখনৰ নাম কি ?
উঃ ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিও।
প্ৰশ্ন:বিভিন্ন স্তৰত থকা গেচৰ উপাদান, গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পৃথিবীক আগুৰি থকা বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰা হৈছে ?
উঃ ৫ টা (১) ট্রপস্থিয়াৰ (২) ষ্টেটস্ফিয়াৰ (৩) মেছস্ফিয়াৰ (৪) আয়ন স্ফিয়াৰ
(৫) এক স্ফিয়াৰ ।
প্ৰশ্ন:পৃথিবীৰ ক্রমবর্ধমান উচ্চতাৰ বাবে মেৰু অঞ্চলৰ বৰফ গলাৰ ফলত ভাবত মহাসাগৰৰ এটা দ্বীপ ২০৫০ চনৰ ভিতৰত সমুদ্রত বুৰ যােবাৰ আশংকা কৰা
হৈছে। দ্বীপটোৰ নাম কি?
উঃ মালদ্বীপ।
assam gk question || assam gk 2020 || assam gk for apsc || assam science gk question and answer || assam science gk || gk in assamese || gk in Assamese for competitive exam
প্ৰশ্ন:বৃক্ষৰোপনৰ জড়িয়তে মুক্ত ভুমিৰ একোটা অঞ্চল সংৰক্ষণ কৰা কার্য্যক কি কোৱা হয় ?
উ: অৰণ্যকৰণ (afforestalien)
প্ৰশ্ন:সূর্যোদয়ৰ আগে আগে বায়ুমণ্ডলৰ পৰবা অহা ক্ষীণ, ঢেলা পােহৰক কি বােলে?
উঃ ধলফাট (dawn) ।
প্ৰশ্ন:হাবি বননিৰে পৰিপূর্ণ সৰু উপত্যকাক কি কোৱা হয় ?
উঃ ডেল (dell)।
প্ৰশ্ন:যি কুঁবলীৰ মাজেদি ১-২ কিঃ মিঃ লৈকে দেখা যায় তেনে কুঁবলীক কি কোৱা হয় ?
উঃ হেজ (hage)।
প্ৰশ্ন:পৃথিবীৰ বায়ুমণ্ডলৰ ভৰ কিমান?
উ: ৫১৫৮*১০১২ টন
প্ৰশ্ন:অজন গেছৰ তৰপটো বায়ুমণ্ডলৰ কোন অংশত আছে ?
উঃ ষ্টেটোস্ফিয়াৰ।
প্ৰশ্ন:বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমানে বিষাক্ত কার্বণ-মনােক্সাইড গেছ কিহে যােগায়।
উঃ মটৰগাড়ী সমুহে।
প্ৰশ্ন:পৃথিবীৰ আটাইতকৈ বেগবান ধুমুহা বিধৰ নাম কি ?
উঃ টর্নেডাে। ইয়াৰ গতিবেগ ঘন্টাত ৪৫০ কিঃ মিঃ।
প্ৰশ্ন:কিমান ডেছিবেলৰ ওপৰৰ শব্দই মানুহৰ ক্ষতি কৰিব পাৰে ?
উ:৯০ ডেছিবেল
প্ৰশ্ন:এবিধ উত্তম কীটনাশক ঔষধ। প্লেগ, পীতজব, মেলেৰীয়া বীজানুৰ সুন্দৰ প্রতিৰোধক। চুইজাৰলেণ্ডৰ বিজ্ঞানী ড° মূলাৰক ১৯৪৮ চনত এইবিধ দ্রব্যৰ
আবিষ্কাৰক হিচাপে নােবেল বঁটাও প্রদান কৰা হয়। কিন্তু প্রদুষক হিচাপে ধৰা পৰাত এতিয়া বহুদেশে ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।
উ: D.D.T.
প্ৰশ্ন:সাধাৰণতে বায়ুমণ্ডলত কোনবিধ গেছে এচিড বৰযুণৰ সৃষ্টি কৰে?
উ: ছালফাৰ-ডাই-অক্সাইড।
প্ৰশ্ন:ডাৱৰৰ গতিবেগ আৰু দিশ-নির্ণয় কৰা যন্ত্রক কি কোবা হয় ?
উ: মেঘৰ গতিমান যন্ত্ৰ (Nephoscope) I
প্ৰশ্ন:বছৰৰ কোনটো দিন সমগ্র বিশ্বত ‘বিশ্ব-পাৰিপার্শ্বিকতা দিবস’ হিচাবে পালন কৰা হয় ?
উঃ ৫ জুন।
প্ৰশ্ন:বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি পৃথিবীৰ আটাইতকৈ প্রদৃষিত ১০ খন মহানগৰীৰ ভিতৰত এখন ভাৰততাে আছে। সেই মহানগৰখনৰ নাম কি ?
উঃ দিল্লী।
প্ৰশ্ন:পৰিবেশ সংৰক্ষণৰ প্রতীক হিচাবে গ্রহণ কৰা ৰংটো কি ?
উঃ সেউজীয়া ।
প্ৰশ্ন:ভাৰত বণ্যপ্রাণী সংৰক্ষণ’ আইনখন কেতিয়াৰ পৰা গৃহীত হয় ?
উঃ ১৯৭২ চনৰ পৰা।
প্ৰশ্ন:অসমৰ কাজিৰঙা অভয়াৰণ্যক কেতিয়া ৰাষ্ট্রীয় উদ্যান’ হিচাবে ঘােষণা কৰা হয় ?
উঃ ১৯৭৪ চনৰ ১ জানুবাৰীৰ দিনা।
প্ৰশ্ন:বন্য জীৱ-জন্তুক ৰক্ষনাবেক্ষণৰ বাবে কঠোৰ আইন প্রণয়ন কৰা প্রথম ভাৰতীয়
ৰজাজন কোন ?
উঃ সম্রাট অশােক।
assam gk question || assam gk 2020 || assam gk for apsc || assam science gk question and answer || assam science gk || gk in assamese || gk in Assamese for competitive exam

প্ৰশ্ন:কৃত্রিম বৰষুণ প্রথম কেতিয়া আৰু কোনে দিয়াইছিল ?
উ: ১৯৪৬ চনত ভিনচেন্ট জোচেফ শ্বেফাৰ এ।
প্ৰশ্ন:কোনজন ভাৰতীয় সম্রাটে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি অনুভৱ কৰি তেওঁ ৰাজসভাত ধুমপান কৰাটো নিষিদ্ধ কৰিছিল ?
উ: সম্রাট জাহাঙ্গীৰ।
প্ৰশ্ন:নৰ্মদা বচাও আন্দোলনৰ গুৰি ধৰা ব্যক্তিগৰাকী কোন
: মেধা পটেকাৰ ।
প্ৰশ্ন:বিশ্বস্বাস্থ্য সংস্থাৰ মতে ভাৰতৰ জনসাধাৰণে ব্যৱহাৰ কৰা পানীৰ কিমান অংশ দৃষিত ?
উঃ ৭০ শতাংশ।
প্ৰশ্ন:কোন মাছে উবিব পাবে ?
উঃ ফিল্লাৰ ।
প্ৰশ্ন:মাছৰ বয়স কি দৰে নির্ণয় কৰিব পাৰি ?
উঃ মাছৰ বাকলিৰ ওপৰত দেখা দিয়া ঘূৰণীয়া আঁকবােৰৰ পৰা।
প্ৰশ্ন:হাঁহ-কুকুৰাৰ কণীবিলাক উমনি দিবলৈ কিমান উত্তাপৰ প্রয়ােজন ?
উঃ ১০১ ডিগ্রী ফাৰেনহাইট।
প্ৰশ্ন:গাখীৰত থকা প্রােটিন বিধৰ নাম কি ?
উঃ কেজিন।
প্ৰশ্ন:বাঘ আৰু সিংহৰ বর্ণ সংকৰ পােৱালীক কি কোৱা হয় ?
উঃ টাইগন।
প্ৰশ্ন:ঠেংত চকুথকা প্রাণীবিধৰ নাম কি ?
উ ফৰিং।
প্ৰশ্ন:ডেউকা নথকা চৰাইবিধৰ নাম কি ?
উঃ টাকাহে চৰাই (নিউজলেও)।
প্ৰশ্ন:এৰা গাখীৰক দৈ কৰা বেক্টেৰিয়া বিধৰ নাম কি
উঃ লেক্টবেছিলছা।
প্ৰশ্ন:পানীত থকা আটাইতকৈ ডাঙৰ আৰু দীঘল সাপবিধৰ নাম কি?
উঃ এনাকণ্ডা ।
প্ৰশ্ন:আটাইতকৈ বেগী সাপবিধৰ নাম কি?
উঃ আফিকাৰ ৰেক মাম্বা। ইয়াৰ গতিবেগ ঘণ্টাত ১৫ মাইল।
প্ৰশ্ন:আটাইতকৈ বেগী চৰাইবিধৰ নাম কি ?
উঃ স্পিন টেইলড চুইফট।
প্ৰশ্ন:আটাইতকৈ বিষাক্ত মাছবিধৰ নাম কি ?
উঃ ষ্টন ফিছ।
প্ৰশ্ন:বর্তমান পৃথিবীৰ বৃহত্তম স্থলচৰ জন্তুবিধ কি ?
উঃ আফ্রিকীয় হাতী।
প্ৰশ্ন:এটা পৰুৱাই কিমান ওজনৰ বস্তু কট়িয়াব পাৰে ?
উঃ নিজৰ ওজনৰ ২০ গুণ গধুৰ।
প্ৰশ্ন:কৃত্রিম ভাবে কণী উমনি দিয়া যন্ত্রটোৰ নাম কি ?
উঃ ইনকুৱেটৰ।

gk in assamese || gk in assamese language || quiz in assamese language || quiz in assamese ||assam science gk || gk in Assamese for competitive exam
প্ৰশ্ন:পৃথিৱীৰ আটাইতকৈ দীঘল মাছবিধৰ নাম কি ?
উঃ সাগৰীয়া ‘গল্ডফিচ’। ইয়াৰ দৈর্ঘ্য ১২০ ফুট।
প্ৰশ্ন:আটাইতকৈ দ্রুতগতিত সাঁতুৰিব পৰা চৰাইবিধৰ নাম কি?
উঃ পেংগুইন ।
প্ৰশ্ন:বর্তমান পৃথিবীৰ আটাইতকৈ ওখ জন্তুবিধৰ নাম কি?
উ: জিৰাফ।
প্ৰশ্ন:পুথিৱীল ভিতৰত আটাইতকৈ চাপৰ আৰু আটাইতকৈ ওখ বুলি জনাজাত মানুহ জাতি দুটা কি কি ?
উ: মধ্য আফ্রিকাৰ পিগমি’ সকল চাপৰ আকু দক্ষিণ আমেৰিকাৰ পাটাগােনিয়াম সকল সবাতােকৈ ওখ।
প্ৰশ্ন:পানীৰ তলত দুৰন্ত গতিত দৌৰিব পৰা জন্তুবিধৰ নাম কি ?
উঃ জলহস্তী ।
প্ৰশ্ন:বাঘৰ পিয়ল কিহৰ ভিত্তিত কৰা হয় ?
উঃ সিহতৰ ভৰিৰ খােজৰ ভিত্তিত ।
প্ৰশ্ন:পৃথিবীৰ বৃহত্তম কে্কোৰা বিধৰ নাম কি ?
উঃ নাৰিকল কে্কোৰা।
প্ৰশ্ন:আটাইতকৈ দীঘল সাপবিধৰ নাম কি ?
উ: ৰেটিকুনেটেড পাইথন।
প্ৰশ্ন:আটাইতকৈ বেগাই সাতুৰিব পৰা মাছবিধ কি?
উঃ চেইলফিচ (সামুদ্রিক)।
প্ৰশ্ন:আহাৰ বিচাৰি নাপালে আত্মহত্যা কৰা চৰাইবিধৰ নাম কি ?
উঃ গুৱাটেমালাত থকা ৰবিন আৰকাড।
প্ৰশ্ন:কোনবিধ প্রাণীয়ে নােখােৱাকৈয়ে জীৱন অতিবাহিত কৰিব পাৰে ?
উঃ অষ্ট্রেলিয়াৰ কোৱালা’ নামৰ প্রাণীবিধ ।
প্ৰশ্ন:কোনবিধ চৰাইয়ে বেছিভাগ সময় গান গায় কটায় ?
উঃ দহিকতৰা।
প্ৰশ্ন:কোণবিধ প্রাণীৰ চকুত ঔষধি গুণ থাকে?
উঃ লাজুকী বান্দৰ।
প্ৰশ্ন:অধিক শব্দ কৰা প্রাণীবিধৰ নাম কি ?
উঃ জিলি । ইইতে চেকেণ্ডত পাঁচশ বাৰলৈ শব্দ কৰিব পাৰে।
প্ৰশ্ন: জীবনত কোনাে সময়তে ঘােৰ নভগা চৰাইবিধৰ নাম কি?
উঃ চাকৈ চকোৱা।
প্ৰশ্ন: নিজৰ শােবা পাটী নিতৌ পৰিষ্কাৰ কৰা জন্তুবিধৰ নাম কি?
উঃ বেজার্ছ।

Leave a Comment