50+ বিজ্ঞানভিত্তিক সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰ || 100+ Assamese quiz for competitive exam in Assamese

Assamese quiz for competitive exam in Assamese|| বিজ্ঞানভিত্তিক সাধাৰণ জ্ঞান

Assamese quiz


  বৰ্তমান বিজ্ঞানৰ যুগত প্ৰতিটো প্ৰতিযোগিতা মূলক পৰীক্ষাত বিজ্ঞান বিষয়ক প্ৰশ্ন অন্তৰ্ভূক্ত হোৱাটো স্বাভাৱিক। বিজ্ঞান বিষয়ক কিছু প্ৰশ্ন আপোনালোকৰ সুবিধা হোৱাকৈ সংগ্ৰহ কৰি আপোনালোকৰ বাবে আগবঢ়ালোঁ।
Assamese quiz || gk in assamese || gk in assamese language || quiz in assamese language || quiz in assamese

প্ৰশ্ন: নিজৰ খাদ্য ধুই খোৱা জন্তুবিধৰ নাম কি?
উত্তৰ: ৰেকুনচ

প্ৰশ্ন: উভয় লিংগৰ প্ৰাণী দুবিধ কি কি?
উত্তৰ:কেচু আৰু শামুক

প্ৰশ্ন: সবাতোকৈ অধিক কণী পৰা প্ৰাণী বিধৰ নাম কি?
উত্তৰ:ফিটা পেলু (১৪ ঘণ্টাত ৭ লাখ লৈকে কণী পাৰিব পাৰে।)

প্ৰশ্ন: কোনবিধ সামুদ্ৰিক মাছ বিদ্যুৎ উৎপন্ন কৰে?
উত্তৰ:টৰ্পেডো

প্ৰশ্ন: আটাইতকৈ ক্ষুদ্ৰতম চৰাই বিধৰ নাম কি?
উত্তৰ:হামিং বাৰ্ড

প্ৰশ্ন: হাতীৰ ভৰিত কিমান নখ থাকে?
উত্তৰ:১৬-১৮ টালৈ

প্ৰশ্ন:সন্তান প্ৰসব কৰা প্ৰাণীক কি কোৱা হয়?
উত্তৰ:জৰায়ুজ

প্ৰশ্ন:কণী পৰা প্ৰাণীক কি কয়?
উত্তৰ:অন্দজ

প্ৰশ্ন: মকৰাৰ জাল কি পদাৰ্থৰে গঠিত?
উত্তৰ:প্ৰটিন জাতীয় পদাৰ্থৰে

প্ৰশ্ন: কোন বিধ সাপে কণী নাপাৰে?
উত্তৰ:ভাইপাৰ

প্ৰশ্ন: চকু বন্ধ নকৰাকৈ টোপনি যোৱা প্ৰাণী কেইবিধ কি কি ?
উত্তৰ:মাছ আৰু সাপ

প্ৰশ্ন: গাখীৰ দিয়া মাছ বিধৰ নাম কি?
উত্তৰ:তিমি

প্ৰশ্ন: আটাইতকৈ সৰু মাছ বিধৰ নাম কি?
উত্তৰ:গোবি

প্ৰশ্ন: আকাশতে কণী পাৰি পোৱালি জগোৱা চৰাই বিধৰ নাম কি ?
উত্তৰ:হোমা

প্ৰশ্ন: ফুলেৰে নিজৰ বাঁহ সজা চৰাই বিধৰ নাম কি?
উত্তৰ:মালি চৰাই

প্ৰশ্ন: এন্দুৰ এটাই কিমান দূৰত থাকি নিজৰ গাত চিনি পাব পাৰে?
উত্তৰ:দুই কিলোমিটাৰ

প্ৰশ্ন: আটাইতকৈ বেছি দিন জীয়াই থকা প্ৰাণী বিধৰ নাম কি?
উত্তৰ:নীল তিমি ( ৫০০ বছৰ প্ৰায়)

প্ৰশ্ন:আফ্ৰিকাৰ এবিধ পৰুৱাই জাক পাতি যি কোনো বনৰীয়া জন্তুক আক্ৰমণ কৰি ধৰাশয়ী কৰিব পাৰি। প্ৰাণী বিধৰ নাম কি?
উত্তৰ: ড্ৰাইভাৰ পৰুৱা

প্ৰশ্ন: দক্ষিণ আমেৰিকাৰ এবিধ প্ৰাণী , যি ভয় খালে বল এটাৰ দৰে গোলাকাৰ হৈ পৰে। প্ৰাণী বিধৰ নাম কি?
উত্তৰ:আৰ্মাদিল্লো

প্ৰশ্ন: আটাইতকৈ দ্ৰুত গতিত যাব পৰা কুকুৰ বিধৰ নাম কি?
উত্তৰ:গ্ৰে হাউণ্ড

প্ৰশ্ন: আটাইতকৈ শক্তিশালী কুকুৰ বিধৰ নাম কি?
উত্তৰ:বুল ডগ

প্ৰশ্ন: আটাইতকৈ ডাঙৰ কুকুৰ বিধৰ নাম কি?
উত্তৰ: গ্ৰেট ডন

প্ৰশ্ন: আটাইতকৈ সাহসী কুকুৰ বিধৰ নাম কি?
উত্তৰ: টেৰিয়াৰ

প্ৰশ্ন: কোন বিধ কুকুৰৰ ঘ্ৰাণ শক্তি আটাইতকৈ প্ৰবল?
উত্তৰ: ব্লাড হাউন্দ

প্ৰশ্ন: কিতাপ পত্ৰ কুটি নষ্ট কৰা উজ্জ্বল পোক বিধৰ নাম কি?
উত্তৰ:চিলভাৰ ফিছ

প্ৰশ্ন: পৃথিৱীত কিমান প্ৰজাতিৰ পৰুৱা আছে?
উত্তৰ:প্ৰায় ১৫ হাজাৰ

প্ৰশ্ন: পৃথিৱীত কিমান প্ৰজাতিৰ পখিলা আছে?
উত্তৰ:প্ৰায় ১৪ হাজাৰ

প্ৰশ্ন:এটা উঁই হাফলুত কিমান উঁই পৰুৱা থাকিব পাৰে?
উত্তৰ:প্ৰায় ৩০ লাখ

প্ৰশ্ন:পৃথিৱীত কিমান প্ৰজাতিৰ মকৰা আছে?
উত্তৰ:প্ৰায় ৩০ হাজাৰ

প্ৰশ্ন: পৃথিৱীত কিমান প্ৰজাতিৰ সাপ আছে?
উত্তৰ:প্ৰায় ২৭০০ প্ৰজাতিৰ। ইয়াৰে ৪০০ মান বিষাক্ত।

প্ৰশ্ন: পৃথিৱীত কিমান প্ৰজাতিৰ পইতা চুৰা আছে?
উত্তৰ:প্ৰায় ৩৫০০০ বিধ

প্ৰশ্ন: কোন দেশত পইটা চুৰাক খাদ্য হিচাপে খায়?
উত্তৰ:চীন দেশত

প্ৰশ্ন: কোন বিধ পতংগই সৰ্বাধিক বেমাৰৰ বীজাণু কঢ়িয়াই?
উত্তৰ:মাখিয়ে। প্ৰায় ৬৫ বিধ

প্ৰশ্ন: পৃথিৱীত কিমান প্ৰজাতিৰ গুবৰুয়া আছে?
উত্তৰ:প্ৰায় ২৮০০০০ বিধ

প্ৰশ্ন:ঘোঁৰা আৰু গাধৰ বৰ্ণ সংকৰ জাত ক কি কোৱা হয়?
উত্তৰ:খচ্ছৰ

প্ৰশ্ন: আটাইতকৈ খকুৱা জন্তু বিধৰ নাম কি?
উত্তৰ:কুকুৰ নেছিয়া বাঘ

প্ৰশ্ন:কোন বিধ প্ৰাণীৰ গাখীৰত চৰ্বিৰ পৰিমাণ বেছি?
উত্তৰ: হৰিণা। প্ৰায় ১৯.৭৩%

Assamese quiz || assam science gk || assam gk book || assamese gk book

প্ৰশ্ন: গাখীৰ খীৰুৱা যন্ত্ৰ বিধ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:এল অ কলভিন নামৰ মাৰ্কিন অভিযন্তাই ১৮৬০ চনত

প্ৰশ্ন:একোটা কেঁচুৰ গাঁতৰ গভীৰতা কিমান হব পাৰে?
উত্তৰ:প্ৰায় ২.৫ মিটাৰ

প্ৰশ্ন:কোন বিধ পতংগ আলহী পতংগক সেৱা শুশ্ৰূষা কৰে?
উত্তৰ:পৰুৱা

প্ৰশ্ন: মহৰ জীৱনকাল কিমান?
উত্তৰ:১মাহ

প্ৰশ্ন:ৰক্ত ভোজী বাদুলিক কি কোৱা হয়?
উত্তৰ:ভেম্পা য়াৰ

প্ৰশ্ন: তিব্বত মালভূমিত থকা খাড় গৰু সদৃশ জন্তু বিধক কি কোৱা হয়?
উত্তৰ:ইয়াক (yak)।

প্ৰশ্ন:বন্য প্রাণী সংৰক্ষণ আইনখন কেতিয়া ঘােষিত হয় ?
উত্তৰ:১৮৭২ চনত

প্ৰশ্ন:সােণােৱালী বান্দৰ ভাৰতৰ কোনঠাইত পােৱা যায়?
উত্তৰ:মানাহ ৰাষ্ট্ৰীয় উদ্যানত ।

প্ৰশ্ন:ভাৰতৰ বৃহত্তম ৰাষ্ট্রীয় উদ্যানখনৰ নাম কি ?
উত্তৰ:কাঞ্চনজংঘা। ইয়াৰ মাটিকালি ৭৩০০ বর্গ কি. মি. ।

প্ৰশ্ন:ভাৰতৰ কোনখন ৰাজ্যত সকলােবিধৰ ঘৰিয়াল পােৱা যায় ?
উত্তৰ:উৰিষ্যাত।

প্ৰশ্ন:ভাৰতৰ বৃহত্তম চিৰিয়াখানা খনৰ নাম কি ?
উত্তৰ:অন্না জুলজিকেল পার্ক।

প্ৰশ্ন:অসমৰ গড়ৰ উচ্চতা কিমান ?
উত্তৰ:প্রায় ৬ ফুট ।

প্ৰশ্ন:ফেঁচাৰ কাৰণে বিখ্যাত ভাৰতৰ বনাঞ্চলখনৰ নাম কি ?
উত্তৰ:বিহাৰৰ ভীমবান্ধ বনাঞ্চল ।

প্ৰশ্ন:ভাৰতৰ আন্তর্জাতিক খ্যাতিসম্পন্ন পক্ষীবিদ চেলিম আলিৰ সম্পূর্ণ নাম কি?
উত্তৰ:ড° চালিম মইজুদ্দিন আব্দুল আলি ।

প্ৰশ্ন:ভাৰতত পক্ষী বিজ্ঞানৰ গুৰি ধৰোতা প্রথম ব্যক্তিজন কোন ?
উত্তৰ:এ. অ. হিউম।

প্ৰশ্ন:ভাৰতৰ পক্ষী বিজ্ঞানৰ পােপ বা ধর্মগুৰু হিচাবে কাক আখ্যা দিয়া হয় ?
উত্তৰ:এ অ. হিউম।

প্ৰশ্ন:উত্তৰ-পূর্বাঞ্চলৰ কোনখন ৰাজ্যত চৰাই প্রায় নােহােৱা হৈ পৰিছে ?
উত্তৰ:মিজোৰাম

প্ৰশ্ন:বগা বাঘ ভাৰতৰ কোনখন অভয়াৰণ্যত প্রথম দেখা গৈছিল ?
উত্তৰ:মধ্যপ্রদেশৰ ৰেৱাত ।

প্ৰশ্ন:বিশ্ব জীৱ-জন্তু দিৱস কোন তাৰিখে পালন কৰা হয় ?
উত্তৰ:৪ অক্টোবৰ।
Assamese quiz || assam science gk || assam gk book || assamese gk book
প্ৰশ্ন:ভাৰতৰ পােহনীয়া পক্ষীৰ সর্ববৃহৎ বজাৰখন ক’ত ?
উত্তৰ:হায়দৰাবাদত ।

প্ৰশ্ন:কোনবিধ পক্ষীয়ে অতি সােনকালে যিকোনাে শব্দ বা ভাষা সহজে আয়ত্ত কৰিব পাৰে ?
উত্তৰ:পাহাৰী মইনা।

প্ৰশ্ন:চিকিৎসা বিজ্ঞানৰ গুৰু কোন ?
উত্তৰ:প্রাচীন গ্রীচ চিকিৎসা বিজ্ঞানী হিপʼক্রেটিছ ।

প্ৰশ্ন:হােমিওপেথি চিকিৎসাৰ জনক কোন ?
উত্তৰ:জাপান দেশৰ ডাঃ চেমুৱেল খ্ৰীষ্টিয়ান ফ্রেডৰিক হেনিমেন ।

প্ৰশ্ন:চিকিৎসাবিজ্ঞানত প্রথম নােঁবেল বঁটা লাভ কৰা ব্যক্তিজন কোন ?
উত্তৰ:এমিলৱন বেৰিং (জার্মেনী)।

প্ৰশ্ন:মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি ?
উত্তৰ:ছাল ।

প্ৰশ্ন:মানুহৰ দেহকোষত কিমান ক্রমজোম থাকে ?
উত্তৰ: ৪৬ ডাল

প্ৰশ্ন:হেপাটাইটিছ ৰোগ দেহৰ কোন অংশত হয় ?
উত্তৰ:লিভাৰত।

প্ৰশ্ন:কোনবিধ ভিটামিনৰ অভাৱত মানুহৰ কুকুৰীকণা ৰোগ হয় ?
উত্তৰ: ভিটামিন এ

প্ৰশ্ন:মানুহৰ মগজুত কিমান স্নায়ুকোষ থাকে ?
উত্তৰ: প্ৰায় ৮০০০ নিযুত।

প্ৰশ্ন:কোনবিধ ৰক্তকণিকাই শৰীৰটোক বীজানুৰ আক্রমনৰ পৰা ৰক্ষা কৰে?
উত্তৰ: শ্বেত ৰক্তকণিকাই।

প্ৰশ্ন:এজন পূর্ণবয়স্ক মানুহৰ দেহত কিমান পৰিমাণৰ তেজ থাকে?
উত্তৰ: ৫-৬ লিটাৰ।

প্ৰশ্ন:মানৱ দেহত, স্বাভাবিক উষ্ণতা কিমান ?
উত্তৰ:৩৭ ডিগ্রী ছেলছিয়াছ ।

প্ৰশ্ন:জন্মতে শিশুৰ দেহত থকা হাড়ৰ সংখ্যা কিমান ?
উত্তৰ:৩০৫ ডাল ।

প্ৰশ্ন:এন্টিবায়টিক ঔষধ কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰ:বেক্টেৰিয়া ধ্বংসৰ বাবে ।

প্ৰশ্ন:মানৱ দেহৰ আটাইতকৈ চুটি হাড় ডালৰ নাম কি?
উত্তৰ:ষ্টেপচ্ ।

প্ৰশ্ন:তেজলৈ অম্নজান কিহে কট়িয়াই আনে ?
উত্তৰ:হিমগ্লোবিনে

প্ৰশ্ন:ৰক্তচাপ জোখা যন্ত্রবিধৰ নাম কি ?
উত্তৰ:স্ফিগম’-মেন’ মিটাৰ।
Assamese quiz || assam gk question || assam gk 2020 || assam gk for apsc || assam science gk question and answer
Assamese gk science


প্ৰশ্ন:ভাৰতৰ প্রথম মেলেৰিয়া ৰোগ আবিস্কাৰ কৰা ইংৰাজ চিকিৎসক জনৰ নাম কি ?
উত্তৰ:ৰোনাল্ড ৰʼছ।

প্ৰশ্ন:পলিঅ’ ৰোগৰ বেজী কোনে আৱিস্কাৰ কৰিছিল ?
উত্তৰ:জ’নাছ ছক।

প্ৰশ্ন:আমি খােৱা আহাৰ হজম হবলৈ কিমান সময়ৰ আৱশ্যক হয় ?
উত্তৰ:প্রায় ৭ ঘণ্টা ৩০ মিনিট ।

প্ৰশ্ন:এজন সুস্থ মানুহৰ হৃদপিনণ্ডটোৱে মিনিটত কিমানবাৰ টিপটিপাই ?
উত্তৰ:৭২ বাৰ।

প্ৰশ্ন:আটাইতকৈ বেছি লােকৰ হােৱা ৰোগটো কি ?
উত্তৰ:দন্তক্ষয় ।

প্ৰশ্ন:তেজত কি ধাতু থাকে?
উত্তৰ:আইৰণ।

প্ৰশ্ন:মানৱ শৰীৰৰ আটাইতকৈ শক্তিশালী অংশটো কি ?
উত্তৰ:দাঁতৰ উপৰিভাগৰ এনামেল নামৰ বগা অংশটো।

প্ৰশ্ন:গাখীৰত কি কি ভিটামিন থাকে ?
উত্তৰ:ভিটামিন- ক আৰু ঘ ।

প্ৰশ্ন:মানৱদেহত থকা বিভিন্ন মৌলিক পদার্থ সমূহৰ ভিতৰত বেছি পৰিমানে থকা পদার্থবিধ কি ?
উত্তৰ:কেলচিয়াম ।

প্ৰশ্ন:জলাতংক ৰােগ সৃষ্টি কৰা বীজানুবিধৰ নাম কি
উত্তৰ:ৰেবিজ ভাইৰাচ ।

প্ৰশ্ন:সূর্য্যৰ ৰশ্মিত কি ভিটামিন পােৱা যায় ?
উত্তৰ:ভিটামিন- ডি ।

প্ৰশ্ন:মানৱ দেহৰ আটাইতকৈ বেছি ওজন থকা একক ইন্দ্রিয়টো কি ?
উত্তৰ: মগজু

প্ৰশ্ন:কোনবিধ ভিটামিনৰ অভাৱ ঘটিলে বেৰি বেৰি নামৰ ৰোগবিধ হব পাৰে?
উত্তৰ:ভিটামিন- বি১।

প্ৰশ্ন:আমাৰ দেহটোত কিমানবিধ ধাতু আছে ?
উত্তৰ: ১৭ বিধ

প্ৰশ্ন:মানুহৰ শৰীৰত কিমান শ্বেতৰক্তকণিকা থাকে ?
উত্তৰ:প্রায় ৩০০০ কোটি ।

প্ৰশ্ন:পলিঅ’ প্রতিষেধক ঔষধৰ প্রয়ােগ কোনখন দেশত প্রথম কৰা হৈছিল?
উত্তৰ:মার্কিন যুক্তৰাষ্ট্রত ১৯৬৭ চনত ।

প্ৰশ্ন:মানুহৰ দেহত সর্ববৃহৎ গ্রন্থিৰ নাম কি ?
উত্তৰ:লিভাৰ ।

প্ৰশ্ন:মানুহৰ শবীৰৰ দুখ-কষ্ট জুখিব পৰা এককটোৰ নাম
কি?
উত্তৰ:ডল ।
Assamese quiz || assamese gk || assamese gk 2022 || assam gk 2022 || assamese gk questions
প্ৰশ্ন:মানুহৰ শৰীৰৰ হৃদযন্ত্রটো কোনফালে থাকে ?
উত্তৰ: বাঁওপিনে ।

প্ৰশ্ন:জীবানু নাশক ঔষধ প্রস্তুত কৰা প্রথম বিজ্ঞানীজন কোন ?
উত্তৰ:পল এর্লিক (১৯১০)।

প্ৰশ্ন:মানুহৰ চকুত কোন ধৰণৰ লেন্স থাকে ?
উত্তৰ: উত্তল লেন্স।

প্ৰশ্ন:শীতকালত মানুহৰ প্রায় গাৰ ছাল, ওঁঠ আদি ফাঁটে কিয় ?
উত্তৰ: নিম্ন আপেক্ষিক আর্দ্রতাৰ বাবে ।

প্ৰশ্ন:ঘৰত মৰমতে পােহা ভাটো, মইনা আদি চৰাইয়ে মানুহৰ গালৈ এবিধ বীজানু বিয়পায় । বেমাৰ বিধৰ নাম কি ?
উত্তৰ: চিটাকৃচিচ। জ্বৰ, মূৰকামােৰণী, পনীয়া শৌচ, পেটৰ বিষ আদি এই লক্ষণ।


প্ৰশ্ন:অন্যবােৰ ভিটামিনৰ তুলনাত সহজে নষ্ট হােৱা ভিটামিনবিধ কি ?
উত্তৰ: ভিটামিন- চি।

প্ৰশ্ন:মেলেৰীয়া ৰোগৰ কাৰণ উদ্ভাৱন কৰা প্রথম ব্যক্তিজন কোন ?
উত্তৰ: চাৰ্লছ লেভেৰণ

প্ৰশ্ন:ইনছুলিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: F J Benting আৰু J J Mclead

(সংগৃহীত কুইজ)

Leave a Comment

Your email address will not be published. Required fields are marked *