50+ অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান || 50+ Best Assamese GK on language and literature

অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান || Assamese GK language and literature

Assamese  gk on literature
      অসমীয়া ভাষা আৰু সাহিত্য সম্পৰ্কে প্ৰতিটো প্ৰতিযোগিতা মূলক পৰীক্ষাত কিছু সংখ্যক প্ৰশ্ন অন্তৰ্ভূক্ত কৰা দেখা যায়। অসমীয়া সাহিত্যৰ উপৰত ভিত্তি কৰি প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে কেইটামান প্ৰশ্ন/ কুইজ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিলোঁ। অসমীয়া ভাষা আৰু সাহিত্য এটা বিশাল বিষয়, সেয়েহে সকলো বিষয় সামৰি লবলৈ অসুবিধা। আশাকৰোঁ তলৰ প্ৰশ্ন/ কুইজবোৰ আপোনালোকৰ সহায়ক হব।

Assamese gk || assamese gk 2020 || assam gk 2020 || assamese gk questions

প্ৰশ্ন: অসমীয়া ভাষাৰ প্রথম ব্যাকৰণখনৰ নাম কি ?
উত্তৰ: হেমচন্দ্র বৰুৱাৰ অসমীয়া ব্যাকৰণ।

প্ৰশ্ন:অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান প্রথম অসমীয়া অভিধানখনৰ নাম কি?
উত্তৰ:ব্রন্সন চাহাবৰ অভিধান (১৮৬৮)।

প্ৰশ্ন:অসমীয়া ভাবাৰ প্রথম পাঠ্যপুথিখনৰ নাম কি ?
উত্তৰ:অসমীয়া লৰাৰ মিত্র, (১৮৪১) আনন্দৰাম ঢেকীয়াল ফুকন।

প্ৰশ্ন:অসমীয়া চুটি গল্পৰ জনক কোন ?
উত্তৰ:লক্ষ্মীনাথ বেজবৰুৱা ।

প্ৰশ্ন:প্রথম অসমীয়া সামাজিক নাটকখনৰ নাম কি ?
উত্তৰ:ৰাম নৱমী, নাট্যকাৰ – গুণাভিৰাম বৰুৱা।

প্ৰশ্ন:প্রথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি ?
উত্তৰ:পাতালপুৰী – হৰগােবিন্দ শর্মা।

প্ৰশ্ন:প্রথম অসমীয়ালৈ অনুদিত গ্রন্থখনৰ নাম কি ?
উত্তৰ:যাত্রিকৰ যাত্রা’।

প্ৰশ্ন:অসমৰ প্রথম সংবাদ পত্রখনৰ নাম কি ?
উত্তৰ:অৰুণােদয়। (১৮৪৬-১৮৮২) সম্পাদক – নাথান ব্রাউন।

প্ৰশ্ন:প্রথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ?
উত্তৰ:দৈনিক বাতৰি।

প্ৰশ্ন:প্রথম অসমীয়া শিশু আলােচনীখনৰ নাম
উত্তৰ:লৰাবন্ধু।

প্ৰশ্ন:অসমীয়া দৈনিক বাতৰি কাকতৰ প্রথম সম্পাদকজন কোন ?
উত্তৰ:বাগ্মীবৰ নীলমণি ফুকন ।

প্ৰশ্ন:লক্ষ্মীনাথ বেজবৰুৱাক কেতিযা কত কোনে ৰসৰাজ উপাধিৰে বিভুষিত কৰিছিল?
উত্তৰ:১৯৩১ চনত শিৱসাগৰত বহা অসম সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনত সভাপতি নগেন্দ্ৰনাৰায়ণ চৌধুৰীয়ে।

ASSAMESE GK, Assamese language, Assamese language literature, Assamese quiz, general knowledge, 

প্ৰশ্ন:‘সাহিত্য একাডেমী’ বটা বিজেতা প্রথম অসমীয়া সাহিত্যিকজন কোন ।
উত্তৰ:যতীন্দ্রনাথ দুৱৰা।

প্ৰশ্ন:পঢ়াশলীয়া অভিধানৰ লিখক কোন ?
উত্তৰ:হেমচন্দ্র বৰুৱা।

প্ৰশ্ন:জোনাকী’ কাকতৰ প্রতিষ্ঠাপক সম্পাদকজন কোন আছিল ?
উত্তৰ:চন্দ্র কুমাৰ আগৰৱালা।

প্ৰশ্ন:বিষ্ণুৰাভাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি ?
উত্তৰ:ফেৰেংগাদাও। লিখক – মেদিনী চৌধুবী।

প্ৰশ্ন:অসম সাহিত্য সভাৰ প্রথম সভাপতি গৰাকী কোন ?
উত্তৰ:পদ্মনাথ গােঁহাই বৰুৱা।

প্ৰশ্ন:অসম সাহিত্য সভাৰ প্রথম গৰাকী প্রধান সম্পাদক কোন ?
উত্তৰ:শৰৎচন্দ্র গােস্বামী ।

প্ৰশ্ন:অজগৰ’ কোন গৰাকী অসমীয়া সাহিত্যিকৰ ছদ্মনাম ?
উত্তৰ:চৈয়দ আব্দুল মালিক ।

প্ৰশ্ন:জনপ্রিয় ভাস্কৰ চিৰিজ’ লিখা ৰংমনৰ প্রকৃত নাম কি?
উত্তৰ:ৰবীনচন্দ্র দে।

প্ৰশ্ন:জ্ঞানপীঠ বঁটা লাভ কৰা প্রথম অসমীয়া লিখকজন আৰু তেওঁৰ পুথিখনৰ নাম ?
উত্তৰ:ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কিতাপ মৃত্যুঞ্জয়

প্ৰশ্ন:সাহিত্য একাডেমীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি।
উত্তৰ:ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য্যৰ ইয়াৰুইঙ্গম (১৯৮১)।

প্ৰশ্ন:প্ৰথম ৰেকডিং কৰা অসমীয়া নাটকখনৰ নাম কি?
উত্তৰ:মিত্রদেৱ মহন্তৰ – ৰুক্মিণী হৰণ।

প্ৰশ্ন:বর্তমানলৈকে একেৰাহে প্রকাশহৈ থকা আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকতখনৰ নাম কি ?
উত্তৰ:জনমভূমি। প্রথম সম্পাদক দুলাল চন্দ্র ভুঞা ।

ASSAMESE GK, Assamese language, Assamese language literature, Assamese quiz, general knowledge, 

প্ৰশ্ন:প্রথম অসমীয়া পষেকীয়া আলােচনীখনৰ নাম কি ?
উত্তৰ:অৰ্ঘ্য

প্ৰশ্ন:প্রথম অসমীয়া সাপ্তাহিক বার্তালােচনীখনৰ নাম কি ?
উত্তৰ:নৱযুগ। সম্পাদক ড° বীৰেন্দ্র কুমাৰ ভট্টাচার্য্য।

প্ৰশ্ন:প্রথম অসমীয়া মিনি (ক্ষুদ্র) আলােচনীখনৰ নাম কি ?
উত্তৰ:‘বিন্দু’। সম্পাদনা – ড° ভূপেন হাজবিকা ।

প্ৰশ্ন:অসমীয়া ভাষাৰ প্রথম মহিলা আলােচনীখনৰ নাম কি ?
উত্তৰ:উৰুলী। সম্পাদিকা – নলিনীবালা দেবী।

প্ৰশ্ন:সংস্কৃত ভাষাৰ পৰা কাৰ্বি ভাষালৈ ভাগৱত গীতাখন প্ৰথম কোনে অনুবাদ কৰে?
উত্তৰ:ৰং বং তেৰাং।

প্ৰশ্ন:অসমৰ পৰা প্রকাশিত প্রথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি ?
উত্তৰ:আছাম ট্রিবিউন। (১৯৪৬ পৰা বর্তমানলৈকে)

প্ৰশ্ন:কৃষি বিষয়ক প্রথম আলােচনীখনৰ নাম ?
উত্তৰ:আসাম কৃষক

প্ৰশ্ন:অসমীয়া ভাষাৰ প্রথম নাটকখন কি १
উত্তৰ:চিহ্নযাত্রা। শংকৰদেৱ।

অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান

প্ৰশ্ন:কীৰ্তন পুথি কোনে ৰচনা কৰিছিল ?
উত্তৰ:শংকৰদেৱ

প্ৰশ্ন:শংকৰদেৱৰ প্রিয় শিষ্যজনৰ নাম কি १
উত্তৰ:মাধৱদেৱ।

প্ৰশ্ন:নামঘােষা পুথি কোনে ৰচনা কৰিছিল १
উত্তৰ:মাধৱদেৱে।

প্ৰশ্ন:মুছলমান সম্প্রদায়ৰ পৰা অহা শংকৰদেৱৰ শিষ্যজনৰ নাম কি ?
উত্তৰ:চান্দসাই।

প্ৰশ্ন:শংকৰদেৱৰ শিষ্যত্ব গ্রহণ কৰা নগা লােকজনৰ নাম কি আছিল ?
উত্তৰ:নৰোত্তম

প্ৰশ্ন:গাৰাে জনগােষ্ঠীৰ পৰা অহা শংকৰদেৱৰ প্রিয় শিষ্যজনৰ নাম কি আছিল ?
উত্তৰ:গােবিন্দ ।

প্ৰশ্ন:সত্র আৰু নামঘৰ কোনে প্রতিষ্ঠা কৰিছিল ?
উত্তৰ:মহাপুৰুষ শংকৰদেৱ।

Assamese literature GK || assamese gk || assamese gk 2020 || assam gk 2020 || assamese gk questions

প্ৰশ্ন:ৰামায়ণ অনুবাদ কৰা প্রথম অসমীয়া কবিজন কোন ?
উত্তৰ:মাধৱকন্দলি ।

প্ৰশ্ন:প্রহ্রাদ চৰিত্র পুথিৰ ৰচক কোন ?
উত্তৰ:হেম সৰস্বতী।

ASSAMESE QUIZ


প্ৰশ্ন:অগ্নি কবি কোন ?
উত্তৰ:কমলাকান্ত ভট্টাচার্য্য।

প্ৰশ্ন:অসম কেশৰী কোন।
উত্তৰ:অম্বিকাগিৰী ৰায়চৌধুৰী।

প্ৰশ্ন:প্রতিমাৰ খনিকৰ বুলি কাক কোৱা হয়।
উত্তৰ:চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন:উপন্যাস সম্রাট কোন ?
উত্তৰ:ৰজনীকান্ত বৰদলৈৰ ।

প্ৰশ্ন:কৰ্মবীৰ বুলিলে কাক বুজায় ?
উত্তৰ:নবীনচন্দ্র বৰদলৈ ।

প্ৰশ্ন:কলাগুৰু উপাধি কাক দিয়া হৈছে।
উত্তৰ:বিষ্ণুপ্রসাদ ৰাভা।

প্ৰশ্ন:দেশভক্ত কোন ?
উত্তৰ:তৰুণৰাম ফুকন।

প্ৰশ্ন:ত্যাগবীৰ বুলিলে কাক বুজায় ?
উত্তৰ:হেমচন্দ্র বৰুৱা।

প্ৰশ্ন:ধ্বনি কবি কোন ?
উত্তৰ:বিনন্দ চন্দ্র বৰুৱা।

অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান || Assamese GK ||gk in assamese || gk in assamese language || quiz in assamese language || quiz in assamese

প্ৰশ্ন:নটসূর্য বুলিলে কাক বুজায় ?
উত্তৰ:ফণী শৰ্মা।

প্ৰশ্ন:গীতিকবি বুলিলে কাক বুজায় ?
উত্তৰ:পার্বতী প্ৰসাদ বৰুৱা।

প্ৰশ্ন:বিপ্লৱী কবি কোন ?
উত্তৰ:প্রসন্নলাল চৌধুৰী।

প্ৰশ্ন:বাগ্নীবৰ কবি কোন ।
উত্তৰ:নীলমনি ফুকন।

প্ৰশ্ন:বিহগী কবি কোন ।
উত্তৰ:ৰঘুনাথ চৌধাৰী।

প্ৰশ্ন:ৰসৰাজ কোন ?
উত্তৰ:লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন:সাহিত্যৰথী কোন ?
উত্তৰ:লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন:ৰূপকোঁৱৰ বুলিলে কাক বুজায় ?
উত্তৰ:জ্যোতিপ্রসাদ আগৰবালা।

প্ৰশ্ন:লােকনায়ক বুলিলে কাক বুজায় ?
উত্তৰ:অমিয় কুমাৰ দাস।

প্ৰশ্ন:লােকপ্রিয় বুলিলে কাক বুজায় ?
উত্তৰ:গােপীনাথ বৰদলৈ ।

প্ৰশ্ন:লােকবন্ধু কোন ?
উত্তৰ:ডাঃ ভুৱনেশ্বৰ বৰুৱা।

প্ৰশ্ন:সাহিত্য ৰত্ন বুলিলে কাক বুজায় ?
উত্তৰ:চন্দ্রধৰ বৰুৱা।

প্ৰশ্ন:বকুলবনৰ কবি কাক কয় ?
উত্তৰ:আনন্দচন্দ্র বৰুৱা।

প্ৰশ্ন:অসমৰ বীৰবালা কোন ?
উত্তৰ:কণকলতা।

প্ৰশ্ন:ভাঙনি কোঁৱৰ কোন ?
উত্তৰ:আনন্দচন্দ্র আগৰৱালা

অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান || Assamese language and literature GK

gk in assamese || gk in assamese language || quiz in assamese language || quiz in assamese

প্ৰশ্ন:পণ্ডিত প্রৱৰ কোন ?
উত্তৰ:কৃষ্ণকান্ত সন্দিকৈ ।

প্ৰশ্ন:লুইত কোঁৱৰ কোন।
উত্তৰ:ৰুদ্ৰ বৰুৱা।

প্ৰশ্ন:অসমৰ আইতা কোন?
উত্তৰ:নলিনীবালা দেৱী।

প্ৰশ্ন:অসমৰ ককা কোন ?
উত্তৰ:নীলমণি ফুকন ।

প্ৰশ্ন:বুঢ়ী আইৰ সাধু গ্রন্থৰ লেখক কোন ?
উত্তৰ:লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন:গীতাঞ্জলি পুথিৰ লেখক কোন ?
উত্তৰ:ৰবীন্দ্রনাথ ঠাকুৰ।

প্ৰশ্ন:মৃত্যুঞ্জয় উপন্যাসৰ লেখক কোন ?
উত্তৰ:ড° বীৰেন্দ্র কুমাৰ ভট্টাচার্য্য।

প্ৰশ্ন:ধন্য নৰতনু ভাল উপন্যাসৰ লেখক কোন ?
উত্তৰ:চৈয়দ আব্দুল মালিক।

প্ৰশ্ন:অসমীয়া ভাষাৰ প্রথম গদ্য ৰচনা কি ?
উত্তৰ:ভট্টদেৱৰ কথাগীতা।

প্ৰশ্ন:প্রথম গীতৰ পুথি ।
উত্তৰ:গীতাৱলী। সত্যনাথ বৰা।

প্ৰশ্ন:জ্ঞান মালিনীৰ কবি কোন ?
উত্তৰ:মঃ মফিজুদ্দিন আহমদ হাজৰিকা।

প্ৰশ্ন:পাপৰিৰ কবি কোন ?
উত্তৰ:গণেশ গগৈ

প্ৰশ্ন:‘ফেৰেংগাদাও’ উপন্যাসৰ লেখক কোন ?
উত্তৰ: মেদিনী চৌধুৰী।

প্ৰশ্ন:সাহিত্যত নােবেল বঁটা পােৱা ভাৰতীয় কবিজন কোন ?
উত্তৰ:ৰবীন্দ্রনাথ ঠাকুৰ

ধন্যবাদ
(সংগৃহীত কুইজ)

2 thoughts on “50+ অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান || 50+ Best Assamese GK on language and literature”

Leave a Comment