অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান || Assamese GK language and literature
Assamese gk || assamese gk 2020 || assam gk 2020 || assamese gk questions
প্ৰশ্ন: অসমীয়া ভাষাৰ প্রথম ব্যাকৰণখনৰ নাম কি ?
উত্তৰ: হেমচন্দ্র বৰুৱাৰ অসমীয়া ব্যাকৰণ।
প্ৰশ্ন:অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান প্রথম অসমীয়া অভিধানখনৰ নাম কি?
উত্তৰ:ব্রন্সন চাহাবৰ অভিধান (১৮৬৮)।
প্ৰশ্ন:অসমীয়া ভাবাৰ প্রথম পাঠ্যপুথিখনৰ নাম কি ?
উত্তৰ:অসমীয়া লৰাৰ মিত্র, (১৮৪১) আনন্দৰাম ঢেকীয়াল ফুকন।
প্ৰশ্ন:অসমীয়া চুটি গল্পৰ জনক কোন ?
উত্তৰ:লক্ষ্মীনাথ বেজবৰুৱা ।
প্ৰশ্ন:প্রথম অসমীয়া সামাজিক নাটকখনৰ নাম কি ?
উত্তৰ:ৰাম নৱমী, নাট্যকাৰ – গুণাভিৰাম বৰুৱা।
প্ৰশ্ন:প্রথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি ?
উত্তৰ:পাতালপুৰী – হৰগােবিন্দ শর্মা।
প্ৰশ্ন:প্রথম অসমীয়ালৈ অনুদিত গ্রন্থখনৰ নাম কি ?
উত্তৰ:যাত্রিকৰ যাত্রা’।
প্ৰশ্ন:অসমৰ প্রথম সংবাদ পত্রখনৰ নাম কি ?
উত্তৰ:অৰুণােদয়। (১৮৪৬-১৮৮২) সম্পাদক – নাথান ব্রাউন।
প্ৰশ্ন:প্রথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ?
উত্তৰ:দৈনিক বাতৰি।
প্ৰশ্ন:প্রথম অসমীয়া শিশু আলােচনীখনৰ নাম
উত্তৰ:লৰাবন্ধু।
প্ৰশ্ন:অসমীয়া দৈনিক বাতৰি কাকতৰ প্রথম সম্পাদকজন কোন ?
উত্তৰ:বাগ্মীবৰ নীলমণি ফুকন ।
প্ৰশ্ন:লক্ষ্মীনাথ বেজবৰুৱাক কেতিযা কত কোনে ৰসৰাজ উপাধিৰে বিভুষিত কৰিছিল?
উত্তৰ:১৯৩১ চনত শিৱসাগৰত বহা অসম সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনত সভাপতি নগেন্দ্ৰনাৰায়ণ চৌধুৰীয়ে।
ASSAMESE GK, Assamese language, Assamese language literature, Assamese quiz, general knowledge,
প্ৰশ্ন:‘সাহিত্য একাডেমী’ বটা বিজেতা প্রথম অসমীয়া সাহিত্যিকজন কোন ।
উত্তৰ:যতীন্দ্রনাথ দুৱৰা।
প্ৰশ্ন:পঢ়াশলীয়া অভিধানৰ লিখক কোন ?
উত্তৰ:হেমচন্দ্র বৰুৱা।
প্ৰশ্ন:জোনাকী’ কাকতৰ প্রতিষ্ঠাপক সম্পাদকজন কোন আছিল ?
উত্তৰ:চন্দ্র কুমাৰ আগৰৱালা।
প্ৰশ্ন:বিষ্ণুৰাভাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি ?
উত্তৰ:ফেৰেংগাদাও। লিখক – মেদিনী চৌধুবী।
প্ৰশ্ন:অসম সাহিত্য সভাৰ প্রথম সভাপতি গৰাকী কোন ?
উত্তৰ:পদ্মনাথ গােঁহাই বৰুৱা।
প্ৰশ্ন:অসম সাহিত্য সভাৰ প্রথম গৰাকী প্রধান সম্পাদক কোন ?
উত্তৰ:শৰৎচন্দ্র গােস্বামী ।
প্ৰশ্ন:অজগৰ’ কোন গৰাকী অসমীয়া সাহিত্যিকৰ ছদ্মনাম ?
উত্তৰ:চৈয়দ আব্দুল মালিক ।
প্ৰশ্ন:জনপ্রিয় ভাস্কৰ চিৰিজ’ লিখা ৰংমনৰ প্রকৃত নাম কি?
উত্তৰ:ৰবীনচন্দ্র দে।
প্ৰশ্ন:জ্ঞানপীঠ বঁটা লাভ কৰা প্রথম অসমীয়া লিখকজন আৰু তেওঁৰ পুথিখনৰ নাম ?
উত্তৰ:ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কিতাপ মৃত্যুঞ্জয়
প্ৰশ্ন:সাহিত্য একাডেমীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি।
উত্তৰ:ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য্যৰ ইয়াৰুইঙ্গম (১৯৮১)।
প্ৰশ্ন:প্ৰথম ৰেকডিং কৰা অসমীয়া নাটকখনৰ নাম কি?
উত্তৰ:মিত্রদেৱ মহন্তৰ – ৰুক্মিণী হৰণ।
প্ৰশ্ন:বর্তমানলৈকে একেৰাহে প্রকাশহৈ থকা আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকতখনৰ নাম কি ?
উত্তৰ:জনমভূমি। প্রথম সম্পাদক দুলাল চন্দ্র ভুঞা ।
ASSAMESE GK, Assamese language, Assamese language literature, Assamese quiz, general knowledge,
প্ৰশ্ন:প্রথম অসমীয়া পষেকীয়া আলােচনীখনৰ নাম কি ?
উত্তৰ:অৰ্ঘ্য
প্ৰশ্ন:প্রথম অসমীয়া সাপ্তাহিক বার্তালােচনীখনৰ নাম কি ?
উত্তৰ:নৱযুগ। সম্পাদক ড° বীৰেন্দ্র কুমাৰ ভট্টাচার্য্য।
প্ৰশ্ন:প্রথম অসমীয়া মিনি (ক্ষুদ্র) আলােচনীখনৰ নাম কি ?
উত্তৰ:‘বিন্দু’। সম্পাদনা – ড° ভূপেন হাজবিকা ।
প্ৰশ্ন:অসমীয়া ভাষাৰ প্রথম মহিলা আলােচনীখনৰ নাম কি ?
উত্তৰ:উৰুলী। সম্পাদিকা – নলিনীবালা দেবী।
প্ৰশ্ন:সংস্কৃত ভাষাৰ পৰা কাৰ্বি ভাষালৈ ভাগৱত গীতাখন প্ৰথম কোনে অনুবাদ কৰে?
উত্তৰ:ৰং বং তেৰাং।
প্ৰশ্ন:অসমৰ পৰা প্রকাশিত প্রথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি ?
উত্তৰ:আছাম ট্রিবিউন। (১৯৪৬ পৰা বর্তমানলৈকে)
প্ৰশ্ন:কৃষি বিষয়ক প্রথম আলােচনীখনৰ নাম ?
উত্তৰ:আসাম কৃষক
প্ৰশ্ন:অসমীয়া ভাষাৰ প্রথম নাটকখন কি १
উত্তৰ:চিহ্নযাত্রা। শংকৰদেৱ।
অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান
প্ৰশ্ন:কীৰ্তন পুথি কোনে ৰচনা কৰিছিল ?
উত্তৰ:শংকৰদেৱ
প্ৰশ্ন:শংকৰদেৱৰ প্রিয় শিষ্যজনৰ নাম কি १
উত্তৰ:মাধৱদেৱ।
প্ৰশ্ন:নামঘােষা পুথি কোনে ৰচনা কৰিছিল १
উত্তৰ:মাধৱদেৱে।
প্ৰশ্ন:মুছলমান সম্প্রদায়ৰ পৰা অহা শংকৰদেৱৰ শিষ্যজনৰ নাম কি ?
উত্তৰ:চান্দসাই।
প্ৰশ্ন:শংকৰদেৱৰ শিষ্যত্ব গ্রহণ কৰা নগা লােকজনৰ নাম কি আছিল ?
উত্তৰ:নৰোত্তম
প্ৰশ্ন:গাৰাে জনগােষ্ঠীৰ পৰা অহা শংকৰদেৱৰ প্রিয় শিষ্যজনৰ নাম কি আছিল ?
উত্তৰ:গােবিন্দ ।
প্ৰশ্ন:সত্র আৰু নামঘৰ কোনে প্রতিষ্ঠা কৰিছিল ?
উত্তৰ:মহাপুৰুষ শংকৰদেৱ।
Assamese literature GK || assamese gk || assamese gk 2020 || assam gk 2020 || assamese gk questions
প্ৰশ্ন:ৰামায়ণ অনুবাদ কৰা প্রথম অসমীয়া কবিজন কোন ?
উত্তৰ:মাধৱকন্দলি ।
প্ৰশ্ন:প্রহ্রাদ চৰিত্র পুথিৰ ৰচক কোন ?
উত্তৰ:হেম সৰস্বতী।
প্ৰশ্ন:অগ্নি কবি কোন ?
উত্তৰ:কমলাকান্ত ভট্টাচার্য্য।
প্ৰশ্ন:অসম কেশৰী কোন।
উত্তৰ:অম্বিকাগিৰী ৰায়চৌধুৰী।
প্ৰশ্ন:প্রতিমাৰ খনিকৰ বুলি কাক কোৱা হয়।
উত্তৰ:চন্দ্ৰকুমাৰ আগৰৱালা।
প্ৰশ্ন:উপন্যাস সম্রাট কোন ?
উত্তৰ:ৰজনীকান্ত বৰদলৈৰ ।
প্ৰশ্ন:কৰ্মবীৰ বুলিলে কাক বুজায় ?
উত্তৰ:নবীনচন্দ্র বৰদলৈ ।
প্ৰশ্ন:কলাগুৰু উপাধি কাক দিয়া হৈছে।
উত্তৰ:বিষ্ণুপ্রসাদ ৰাভা।
প্ৰশ্ন:দেশভক্ত কোন ?
উত্তৰ:তৰুণৰাম ফুকন।
প্ৰশ্ন:ত্যাগবীৰ বুলিলে কাক বুজায় ?
উত্তৰ:হেমচন্দ্র বৰুৱা।
প্ৰশ্ন:ধ্বনি কবি কোন ?
উত্তৰ:বিনন্দ চন্দ্র বৰুৱা।
অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান || Assamese GK ||gk in assamese || gk in assamese language || quiz in assamese language || quiz in assamese
প্ৰশ্ন:নটসূর্য বুলিলে কাক বুজায় ?
উত্তৰ:ফণী শৰ্মা।
প্ৰশ্ন:গীতিকবি বুলিলে কাক বুজায় ?
উত্তৰ:পার্বতী প্ৰসাদ বৰুৱা।
প্ৰশ্ন:বিপ্লৱী কবি কোন ?
উত্তৰ:প্রসন্নলাল চৌধুৰী।
প্ৰশ্ন:বাগ্নীবৰ কবি কোন ।
উত্তৰ:নীলমনি ফুকন।
প্ৰশ্ন:বিহগী কবি কোন ।
উত্তৰ:ৰঘুনাথ চৌধাৰী।
প্ৰশ্ন:ৰসৰাজ কোন ?
উত্তৰ:লক্ষ্মীনাথ বেজবৰুৱা।
প্ৰশ্ন:সাহিত্যৰথী কোন ?
উত্তৰ:লক্ষ্মীনাথ বেজবৰুৱা।
প্ৰশ্ন:ৰূপকোঁৱৰ বুলিলে কাক বুজায় ?
উত্তৰ:জ্যোতিপ্রসাদ আগৰবালা।
প্ৰশ্ন:লােকনায়ক বুলিলে কাক বুজায় ?
উত্তৰ:অমিয় কুমাৰ দাস।
প্ৰশ্ন:লােকপ্রিয় বুলিলে কাক বুজায় ?
উত্তৰ:গােপীনাথ বৰদলৈ ।
প্ৰশ্ন:লােকবন্ধু কোন ?
উত্তৰ:ডাঃ ভুৱনেশ্বৰ বৰুৱা।
প্ৰশ্ন:সাহিত্য ৰত্ন বুলিলে কাক বুজায় ?
উত্তৰ:চন্দ্রধৰ বৰুৱা।
প্ৰশ্ন:বকুলবনৰ কবি কাক কয় ?
উত্তৰ:আনন্দচন্দ্র বৰুৱা।
প্ৰশ্ন:অসমৰ বীৰবালা কোন ?
উত্তৰ:কণকলতা।
প্ৰশ্ন:ভাঙনি কোঁৱৰ কোন ?
উত্তৰ:আনন্দচন্দ্র আগৰৱালা
অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান || Assamese language and literature GK
প্ৰশ্ন:পণ্ডিত প্রৱৰ কোন ?
উত্তৰ:কৃষ্ণকান্ত সন্দিকৈ ।
প্ৰশ্ন:লুইত কোঁৱৰ কোন।
উত্তৰ:ৰুদ্ৰ বৰুৱা।
প্ৰশ্ন:অসমৰ আইতা কোন?
উত্তৰ:নলিনীবালা দেৱী।
প্ৰশ্ন:অসমৰ ককা কোন ?
উত্তৰ:নীলমণি ফুকন ।
প্ৰশ্ন:বুঢ়ী আইৰ সাধু গ্রন্থৰ লেখক কোন ?
উত্তৰ:লক্ষ্মীনাথ বেজবৰুৱা।
প্ৰশ্ন:গীতাঞ্জলি পুথিৰ লেখক কোন ?
উত্তৰ:ৰবীন্দ্রনাথ ঠাকুৰ।
প্ৰশ্ন:মৃত্যুঞ্জয় উপন্যাসৰ লেখক কোন ?
উত্তৰ:ড° বীৰেন্দ্র কুমাৰ ভট্টাচার্য্য।
প্ৰশ্ন:ধন্য নৰতনু ভাল উপন্যাসৰ লেখক কোন ?
উত্তৰ:চৈয়দ আব্দুল মালিক।
প্ৰশ্ন:অসমীয়া ভাষাৰ প্রথম গদ্য ৰচনা কি ?
উত্তৰ:ভট্টদেৱৰ কথাগীতা।
প্ৰশ্ন:প্রথম গীতৰ পুথি ।
উত্তৰ:গীতাৱলী। সত্যনাথ বৰা।
প্ৰশ্ন:জ্ঞান মালিনীৰ কবি কোন ?
উত্তৰ:মঃ মফিজুদ্দিন আহমদ হাজৰিকা।
প্ৰশ্ন:পাপৰিৰ কবি কোন ?
উত্তৰ:গণেশ গগৈ
প্ৰশ্ন:‘ফেৰেংগাদাও’ উপন্যাসৰ লেখক কোন ?
উত্তৰ: মেদিনী চৌধুৰী।
প্ৰশ্ন:সাহিত্যত নােবেল বঁটা পােৱা ভাৰতীয় কবিজন কোন ?
উত্তৰ:ৰবীন্দ্রনাথ ঠাকুৰ
ধন্যবাদ
(সংগৃহীত কুইজ)
Current Affairs of assam mcq
https://www.gkmaind.tech/2021/04/which-of-following-was-first-product.html?m=1
Thanks For The Great Content Sir. I Will also share with my Friends &once
again Thanks a lot.
Current Affairs of assam
https://www.gkmaind.tech/2021/04/which-of-following-was-first-product.html?m=1