সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক আৰু পুৰস্কৃত গ্ৰন্থ || Sahitya Akademi Award winner Assamese writers name and book

সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক আৰু পুৰস্কৃত গ্ৰন্থ

সাহিত্য একাডেমী বঁটা

১। যতীন্দ্ৰ নাথ দুৱৰা
বনফুল (কবিতা পুথি)
১৯৫৫ চন সাহিত্য একাডেমী বঁটা
২| বেণুধৰ শৰ্মা
কংগ্রেছৰ কাঁচিয়লি ৰদত
১৯৬০ চন সাহিত্য একাডেমী বঁটা
৩| ড° বীৰেন্দ্র কুমাৰ ভট্টাচার্য
ইয়াৰুঙ্গম
১৯৬১ চন সাহিত্য একাডেমী বঁটা
৪| ড° বিৰিঞ্চি কুমাৰ বৰুৱা
অসমীয়া লােক-সংস্কৃতি (সমালােচনা)
১৯৬৪ চন সাহিত্য একাডেমী বঁটা
৫। অম্বিকাগিৰি ৰায়চৌধুৰী
বেদনাৰ উল্কা (কবিতা)।
১৯৬৬ চন সাহিত্য একাডেমী বঁটা
৬। ত্রৈলােক্যনাথ গােস্বামী
আধুনিক গল্প সাহিত্য (সমালােচনা)।
১৯৬৭ চন সাহিত্য একাডেমী বঁটা
৭| নলিনীবালা দেবী
অলকানন্দা (কবিতা)।
১৯৬৮ চন সাহিত্য একাডেমী বঁটা
৮| অতুল চন্দ্র হাজৰিকা
মঞ্চলেখা (আলােচনা)।
১৯৬৯ চন সাহিত্য একাডেমী বঁটা
৯| চৈয়দ আব্দুল মালিক
অঘৰী আত্মাৰ কাহিনী ( উপন্যাস)
১৯৭২ চন সাহিত্য একাডেমী বঁটা
১০। সৌৰভ কুমাৰ চলিহা
গােলাম (গল্প সংকলন )
১৯৭৪ সাহিত্য একাডেমী বঁটা
১১। নবকান্ত বকবা
ককা দেউতাৰ হড় (উপন্যাস)।
১৯৭৫ চন সাহিত্য একাডেমী বঁটা
১২। ড ভবেন্দ্র নাথ শইকীয়া
শৃংখল (গল্প সংকলন)।
১৯৭৬ চন
১৩। আনন্দ চন্দ্র বৰুবা
বকুল কনৰ কবিতা (কবিতা)।
১৯৭৭ চন
১৪। হােমেন বৰগােহাঁই
পিতা-পুত্র (উপন্যাস)।
১৯৭৮ চন
১৫| ভবেন বৰবা
সােণালী জাহাজ (কবিতা)।
১৯৭৯ চন
১৬। যােগেশ দাস
পৃথিবীৰ অসুখ (গল্প সংকলন)।
১৯৮০ চন
১৭। নীলমণি ফুবন
কবিতা (কবিতা সংকলন)।
১৯৮১ চন
১৮। ইন্দিৰা (মামণি ৰয়ছম গোস্বামী )
মামৰে ধৰা তৰােৱাল ( উপন্যাস)
১৯৮২ চন
১৯। ড° নির্মল প্রভা বৰদলৈ
সুদীর্ঘ দিন আক ঋতু (কবিত সংকলন)
১৯৮৩ চন
২০। দেবেন্দ্রনাথ আচার্য (মৰণােত্তৰ)
জংগম (উপন্যাস)।
১৯৮৪ চন
২১। কৃষ্ণ কান্ত সন্দিকৈ (মৰণােত্তৰ)|
ৰচনা সম্ভাৰ (সমালােচনা)
১৯৮৫ চন
২২। তীর্থনাথ শর্মা
বেণুধৰ শর্মা (জীবনী)।
১৯৮৬ চন
২৩| হৰেকৃষ্ণ ডেকা
আন এজন (কবিতা সংকলন )।
১৯৮৭ চন
২৪। ড° লক্ষ্মীনন্দন বৰা
পাতাল ভৈৰবী (উপন্যাস)।
১৯৮৮ চন
২৫। ড° হীৰেণ গােঁহাই
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা (আলােচনা)।
১৯৮৯ চন
২৬। স্নেহ দেৱী
স্নেহ দেবীৰ একুৰি গল্প
(গল্প সংকলন)।
১৯৯০ চন
২৭। অজিত বৰুৱা
ব্ৰহ্মপুত্র ইত্যাদি পদ্য (কবিতা সংকলন)।
১৯৯১ চন
২৮। হীৰেন ভট্টাচার্য
শইচৰ পথাৰ মানুহ ( কবিতা সংকলন )।
১৯৯২ চন
২৯ |কেশৱ মহন্ত
মােৰ যে কিমান হেঁপাহ ( কবিতা সংকলন )।
১৯৯৩ চন
৩০| শীলভদ্ৰ
মধুপুৰ বহুদুৰ (গল্প সংকলন)।
১৯৯৪ চন
৩১। চন্দ্রপ্রসাদ শইকীয়া
মহাৰথী (উপন্যাস) ১ম, ২য় খণ্ড।
১৯৯৫ চন
৩২। নিৰুপমা বৰগােহাঞি
অভিযাত্রী (উপন্যাস)।
১৯৯৬ চন
৩৩। ড° নগেন শইকীয়া
আন্ধাৰত নিজৰ মুখ (গল্প সংকলন)।
১৯৯৭ চন
৩৪। অৰুণ শর্মা
আশীর্বাদৰ ৰং (উপন্যাস)।
১৯৯৮ চন
৩৫। মেদিনী চৌধুৰী
বিপন্ন সময় (উপন্যাস)।
১৯৯৯ চন
৩৬। অপূর্ব শর্মা
বাঘে টাপুৰ ৰাতি (গল্প সংকলন)।
২০০০ চন
৩৭। মহিম বৰা
এধানি মাহীৰ হাহি (উপন্যাস)।
২০০১ চন
৩৮। নলিনীধব ভট্টাচার্য
মহৎ ঐতিহ্য (প্রবন্ধ সংকলন)।
২০০২ চন
৩৯। বীৰেশ্বৰ বৰুবা
অনেক মানুহ, অনেক ঠাই
আৰু নির্জনতা (কবিতা)।
২০০৩ চন
৪০। হীৰেন্দ্রনাথ দত্ত
মানুহ অনুকূলে (কবিতা সংকলন)।
২০০৪ চন
৪১। য়েছে দৰজে ঠংচি
মৌন ওঠ মুখৰ হৃদয় (উপন্যাস)।
২০০৫ চন
৪২। অতুলানন্দ গােস্বামী
চেনেহ জৰীৰ গাঁঠি।
২০০৬ চন
৪৩। পূৰবী ববমুদৈ
শান্তনু কুলনন্দন।
২০০৭ চন
৪৪। ৰীতা চৌধুৰী
দেওলাংখুই।
২০০৮ চন
৪৫। ডা০ ধ্রুবজ্যোতি বৰা
কথা-ৰত্নাকৰ।
২০০৯ চন
৪৬। কবীন ফুকন
এই অনুৰাগী এই উদাস।
২০১০ চন
৪৭। কেশদা মহন্ত
অসমীয়া ৰামায়ণী সাহিত্য।
২০১১ চন
৪৮। চন্দনা গােস্বামী
গাটকাইৰ ইপাৰে মােৰ দেশ।
২০১২ চন
৪৯। ৰবীন্দ্র সৰকাৰ
ধুলিয়ৰী ভৰিৰ সাঁচ।
২০১৩ চন
৫০। অৰুপা পটংগীয়া কলিতা
মৰিয়ম আষ্টিন অথবা হীৰা বকৱা
২০১৪ চন
৫১। কুল শইকীয়া
আকাশৰ ছবি আৰু অন্যান্য গল্প
২০১৫ চন
৫২। জ্ঞান পূজাৰী
মেঘমল্লাৰ ভ্রমণ
২০১৬ চন
৫৩| জয়ন্ত মাধৱ বৰা
মৰীয়াহলা
২০১৭ চন
৫৪| সনন্ত তাঁতী
কাইলৈৰ দিনটো আমাৰ হব
২০১৮ চন সাহিত্য একাডেমী বঁটা

1 thought on “সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক আৰু পুৰস্কৃত গ্ৰন্থ || Sahitya Akademi Award winner Assamese writers name and book”

Leave a Comment