অসমীয়া Best Assamese Attitude Status for girls and boys

Assamese Attitude Status আৰু captions বিচাৰি এতিয়া আৰু হাবাথুৰি খোৱাৰ কোনো প্ৰয়োজন নাই। এই বিষয়ে Google search কৰাৰো কোনো প্ৰয়োজন নহব কাৰণ আপোনালোকৰ বাবে আমি লিখি উলিয়াইছো কেইটামান best Assamese attitude Status and captions যিয়ে আপোনাৰ Attitude সুন্দৰকৈ ফুটাই তুলিব আৰু অসমীয়া Attitude Status ৰ জৰিয়তে নিজকে social media ত সকলোকে আকৰ্ষিত কৰিব পাৰিব। Attitude আমাৰ চৰিত্ৰৰ এক অংগ ই অহংকাৰ বা ego নহয়। Positive Attitude Status আমাক সদায় উৎসাহ যোগায়। বেচি আলোচনা নকৰি আপোনালোকৰ অতি আগ্ৰহৰ Assamese Attitude Status বোৰ তলত আগবঢ়ায় দিলোঁ।

Assamese attitude status

attitude status in Assamese

তৰাৰ দৰে কেৱল জিলিকি থকাৰ মোৰ হাবিয়াস নাই, মই সূৰ্যৰ দৰে মোৰ কামৰ দ্বাৰা সকলোকে প্ৰভাম্বিত কৰিব বিচাৰো।
মোক বেয়া বুলি ভাবিছা নেকি? তেনে হলে আপুনি ভুল ভাবিছা। আচলতে মই ভীষণ বেয়া আৰু ভয়ংকৰ।

Assamese girl attitude status

মই সলনি হোৱা নাই মাত্ৰ মই ডাঙৰ হৈছো আৰু সংযম হৈছোঁ।
মোক আঘাত কৰা প্ৰতিটো কথাই মোক অধিক জীয়াই থাকিবলৈ সাহস দিয়ে।

Assamese boys attitude status

মোৰ ব্যক্তিত্ব নিৰ্ভৰ কৰিব আপোনাৰ মোৰ প্ৰতি কৰা ব্যৱহাৰ ওপৰত।
যেতিয়া মই ভাল হওঁ মোৰ সমান ভাল মানু্হ এই পৃথিৱীত বিচাৰি নাপাব , যেতিয়া বেয়া হওঁ মোৰ সমান বেয়া মানু্হ বিশ্বতে বিচাৰি নাপাব।
মোৰ attitude ৰ কাৰণ হৈছে মোৰ সফলতা।
মই কেতিয়াও মানুহৰ উচ্চ নিচ বা সফল বিফল আদি judge নকৰোঁ তাৰ অর্থ এইয়া নহয় যে মই দুৰ্বল। অৰ্থাৎ মই মই সকলোতকৈ ওপৰত আছোঁ আৰু ওপৰৰ পৰা সকলোকে সমান দেখি।
মই সফল হ’বলৈ জন্ম লৈছো, নিখুঁত হ’বলৈ নহয়।
প্ৰতিটো নিয়ম পাহৰি যাওক, পাৰিলে জীৱনটো উপভোগ কৰক। নিয়মৰ মাজত থাকি নিজকে সীমিত নকৰিব।

Assamese attitude quotes for girls

মানুহে যেতিয়া মোক Attitude দেখুৱায় তেতিয়া মোৰ হাঁহি উঠে কাৰণ Attitude মোৰ জন্মৰ পৰাই আছে আৰু ইয়াক কাক, কত, কেতিয়া দেখাব লাগে মোতকৈ আৰু কোনো নাজানে।
আপোনাক বেয়া সময়ত Attitude ৰ বহুত প্ৰয়োজন হয়।
হাঁহি মোৰ Attitude, হাঁহি মোৰ Intro, হাঁহি মোৰ bio ।
মই হেৰাই যোৱা নাই মই ভাগৰা নাই ।
প্ৰকৃত Attitude ৰ সন্ধানত এজন যাযাবৰী।
সকলোৰে প্ৰেম কাহিনী থাকে কিন্তু মোৰ Attitude কাহিনী আহিছে।
মই মোৰ Attitude ৰ শপত খাই কৈছোঁ বাকীবোৰৰ ভিতৰত মোৰ Attitude শ্ৰেষ্ঠ!
Attitude এটা Price Tag দৰে, আপুনি কিমান মূল্যৱান ইয়াৰ দ্বাৰাই নিৰ্ধাৰণ কৰিব পাৰি।

Assamese attitude status for girls

মানুহে আপোনাৰ কথাৰ পৰা আপোনাক বুজিবলৈ চেষ্টা কৰিব, কিন্তু আপোনাৰ Attitude ৰ পৰা আপোনাক সন্মান দিব।
শত্ৰু আৰু মিত্ৰ কেতিয়াও চিৰস্থায়ী নহয়, সেয়েহে সকলোকে অধিক গুৰুত্ব দিয়াৰ কোনো যুক্তি নাই।
জীৱনটো বহুত চুটি। এক মূহুৰ্তও আনৰ বেয়াৰ কথা চিন্তা কৰি অপচয় নকৰিবা।
ভাল চিন্তা মই নকৰোঁ। মই মোৰ ভালৰ কাৰণেহে চিন্তা কৰোঁ।
Attitude এটা সৰু কথা হব পাৰে কিন্তু ই জীৱনত ডাঙৰ প্ৰভাৱ পেলাই।
মনৰ মলিনতা হৃদয়ৰ মলিনত কোনো কালে কৰ্মত নানিবা, তাক মন আৰু হৃদয়তে চাফাই কৰিবলৈ চেষ্টা কৰিবা।

Assamese quotes for girls attitude

Attitude কেৱল জয়ত নাথাকে কেতিয়াবা পৰাজয়তো Attitude থাকে যাক আমি no compromise বুলি কওঁ।
ভুল হব পাৰে তাৰ অৰ্থ এই নহয় যে তাৰ ভুলবোৰ শুধৰণি কৰিবলৈ এবাৰো সুযোগ নিদিম।
আমাৰ আনন্দ তাতে আছে যত আমি সফল হও। কিন্তু বিফলতা! বিফলতাই মানুহক দুখিত কৰাতকৈ অধিক অভিজ্ঞতা সম্পন্ন কৰি গঢ়ি তোলে।
স্মৃতিৰ বোজা কিমান গধুৰ জীৱনে শিকাই যায়। স্মৃতিৰ মধুৰতা সফলতাৰ ওপৰত নিৰ্ভৰ কৰে।
মৰুভূমিত সেউজীয়া বিচৰা আৰু Attitude অবিহনে সফলতা বিচৰা একেই কথা।
ভিৰৰ মাজত থাকি সফলতা বিছৰাতকৈ সফল হৈ ভিৰক নিজৰ পিছত অনাহে আচল সফলতা।
শৈশৱ হেৰাই যায় যৌৱনৰ সন্ধানত, যৌৱন যায় ধন-সম্পত্তিৰ লোভত।
প্ৰেমৰ বাবে নিজকে সলনি নকৰিবা, সঁচা প্রেম নিজৰ শুদ্ধ ৰূপতহে পোৱা যায়।
প্ৰেম ভালপোৱা fake কেতিয়াও হব নোৱাৰে যদিহে তুমি fake নোহোৱা।
বন্ধুত্বৰ মাজত প্ৰেম বিচাৰি বন্ধুত্বক অপমান নকৰিবা। যদি প্ৰেম কৰিবই আছে তেন্তে প্ৰথম প্ৰেমৰ তাৰ পাছত বন্ধুত্ব গঢ়িবা সুখী হবা।

Assamese attitude status for boys

Attitude বৰ ডাঙৰ বস্তু নহয়, কিন্তু ইয়াৰ গুৰুত্ব জীৱনৰ কঠিন মূহুৰ্তত বহু কামৰ হয়।
জীৱনৰ Attitude এদিনৰ Attitude তকৈ বহু ওপৰত আৰু গৌৰৱৰ প্ৰতীক।
Attitude সকলোৰে আগত দেখালেও মা দেউতাৰ আগত ইয়াৰ মূল্য a big zero।
মানু্হ সলনি হয় কিন্তু Attitude থকা মানু্হ কেতিয়াও সলনি নহয়।
Attitude বাস্তৱৰ লগত মিলি থাকিলেহে Attitude ৰ value থাকে।
আপোনাৰ মতামতৰ গুৰুত্ব থাকিব যদিহে আপোনাৰ Attitude থাকিব।
আপোন ভালেই জগত ভাল আৰু মোৰ ভালেই আপোনাৰ ভাল। মনত ৰাখিব।
মই নিজেই ঠিকে আছোঁ আৰু থাকিম কিন্তু মই বেয়াৰ লগত বেয়া হবলৈ অলপো সময় নলও।

Assamese attitude caption for girls

Attitude য়ে মোক মূৰ তুলি জীয়াই থাকিবলৈ শিকালে, এই অলংকাৰ মই কেতিয়াও নুখুলো।
ভাল খবৰটো হ'ল মই হাঁহি আছো। বেয়া খবৰটো হ'ল মোৰ হাঁহিত Attitude আছে যি মোক সমালোচনা কৰা লোকৰ বাবে নতুন প্ৰত্যাহ্বান।
My Attitude is not your Cup of Tea। সেয়ে মোৰ Attitude ক সন্মান কৰি মোৰ কাষত নাহিবা।
মোৰ মন ভাল নাথাকিলে মই তোমাৰ কথা ভাবো যিয়ে মোক প্ৰেৰণা দিয়ে ন উদ্যমেৰে কাম কৰাৰ।
তুমি ভবাৰ দৰে মোৰ কোনো Attitude নাই যি আছে সেয়া স্বতস্ফুৰ্ত।
মোৰ বিষয়ে আনে কি ভাৱে মই বহুত গুৰুত্ব দিওঁ কিন্তু তেঁওলোকে কৰা negative মন্ত্যবৰ সদায় বিপৰীতে কাম কৰোঁ। এয়া মোৰ Attitude যি তোমালোকে সৃষ্টি কৰিবলৈ বাধ্য কৰাইছা।
নিজকে ভাল হিচাপে গঢ়ি তোলাতকৈ নিজকে সফল হিচাপে গঢ়ি তোলা। জীৱন সাৰ্থক হব আৰু মন প্ৰফুল্লিত হব।
সত্যৰ মুখামুখি হব নোৱাৰিলে মোৰ মতামত নিবিচাৰিবা। মানুহক ভাল লগাবলৈ মই মিছা কথা নকওঁ। সত্যই হৈছে মোৰ Ultimate Attitude।
তোমাৰ গুৰুত্ব সেই দিনটোলৈহে থাকিব যিদিনালৈকে তোমাৰ Attitude থাকিব আৰু নিৰ্দিষ্ট দৃষ্টিভংগী থাকিব।
Ego আৰু Attitude কেতিয়াও একে নহয়। Attitude সদায় ভাল মানুহৰ লগতহে থাকে আৰু ego যিকোনো লোকৰ থাকিব পাৰে।
জনপ্ৰিয়তা বিচাৰি কাম কৰাৰ কোনো যুক্তি নাই ই মাত্ৰ সময়ৰ অপচয় মাথো। ভাল কাম কৰিলে জনপ্ৰিয়তা নিজে নিজে আহে।
মই ক্ষমা কৰোঁ কিন্তু কেতিয়াও পাহৰি নাযাও। কাৰণ সময় বহু বলৱান।
মোৰ ভুল হব পাৰে কিন্তু মোৰ উদেশ্য আৰু Attitude কেতিয়াও wrong হব নোৱাৰে।

1 thought on “অসমীয়া Best Assamese Attitude Status for girls and boys”

Leave a Comment