অসমীয়া সুপ্ৰভাত কবিতা

50+ অসমীয়া সুপ্ৰভাত কবিতা, সুপ্ৰভাত বাণী || 50+ Motivational Good Morning Quotes in Assamese on love, life, success

Good Morning Quotes in Assamese

50+ অসমীয়া সুপ্ৰভাত কবিতা, সুপ্ৰভাত বাণী || 50+ Motivational Good Morning Quotes in Assamese on love, life, success

আমি সকলোৱে প্ৰতিটো পুৱাই এটা ভাল চিন্তাৰ জৰিয়তে positive attitude লৈ দিনটো আৰম্ভ কৰিব বিচাৰো। এই ক্ষেত্ৰত এটা সুন্দৰ positive Good Morning Wishes ৰ বহুত অৰিহণা যোগায়। আমি যিদৰে আনৰ পৰা এনেধৰণৰ good Morning greetings ৰ status, captions, quotes, message আশা কৰোঁ ঠিক সেইদৰে আমি আনকো Good Morning Wishes Status, message, quotes, captions পঠিয়াব পাৰিলে সেই message পঢ়া জনে নিশ্চয় এটা positive attitude লৈ দিনটো আৰম্ভ কৰিব পাৰিব।

ঠিক সেইদৰে আমি আমাৰ জীৱনৰ আটাইতকৈ প্ৰিয় মা, দেউতা, বন্ধু বান্ধৱী, প্ৰেমিক, প্ৰেমিকাক, ভন্টি, ভাইটি, দাদা, বা, প্ৰিয়জন আদিলৈ প্ৰতিটো পুৱাই যদি এটা ভাল Good Morning Wishes message দিলে নিশ্চয় সুখী হব।

সকলো প্ৰকাৰৰ গুৰুত্বপূৰ্ণ মূহুৰ্তৰ আৰম্ভণি কৰাৰ বাবে পুৱাৰ সময়কন সদায়ে উপযুক্ত হিচাপে বিবেচনা কৰা হয়। সেই সময়ত যদি আপোনাৰ পৰা এটা ভাল Good Morning Quotes in Assamese পঢ়িবলৈ পাব আপোনাৰ প্ৰতি ভাল চিন্তাৰ উদ্ভৱ হব। সেয়ে ভাল Good Morning Quotes ইয়াত দিবলৈ চেষ্টা কৰিছোঁ।

এই সকলোবোৰ Good Morning Wishes message, Good Morning Quotes, Good Morning captions, Good Morning status ৰ সহায়ত আমাৰ সম্পৰ্ক বোৰ অধিক সুমধুৰ আৰু সুদৃঢ় হওঁক। এতিয়াই আৰম্ভ কৰক আৰু প্ৰিয়জনলৈ Whatsapp, Facebook, Twitter, Instagram, SMS জৰিয়তে শুভেচ্ছা জনাঁওক।

Good Morning My Friend || Good Morning Dear Friend || সুপ্ৰভাত ছবি || সুপ্ৰভাত meaning || সুপ্ৰভাত বাণী

পুৱাৰ কিৰণেৰে ন জীৱনৰ আৰম্ভণি
নতুন দিনত ন আশাৰে শুভ আৰম্ভণি
সুপ্ৰভাত বন্ধু

পুৱাৰ শুদ্ধ কিৰণৰ পৰশত
সকলোৰে মনবোৰ
শুদ্ধ হওঁক আৰু সুখী হওঁক।
সু প্ৰভাত

Good morning বন্ধু
ৰাতিৰ অন্ধকাৰক বিদায় জনাই
বেলিৰ পোহৰক আদৰণি জনাইছোঁ।
তোমাৰ দিনটো শুভ হওঁক।

নতুন দিনক আদৰণি জনাই
তোমাৰ জীৱনৰ এই গুৰুত্বপূৰ্ণ দিনটোৰ
শুভ কামনা জনালোঁ।
সুপ্ৰভাত বন্ধু

ৰাতিৰ আন্ধাৰ আঁতৰি পুৱাৰ পোহৰ আহিল
চকুত তোমাৰ উজ্বল মুখায়ৱ ভাঁহি আহিল
এনে লাগিল যেন তোমাৰ ওঁঠত ভাঁহি আহিছে
পুৱাৰ শুভেচ্ছা বাৰ্তা সুপ্রভাত সুপ্ৰভাত সুপ্ৰভাত।

পুৱাৰ শুভেচ্ছা বাৰ্তা বহুতে জনাই
কিন্তু তোমাক শুভেচ্ছা জনোৱাৰ
এটাই কাৰণ
কাৰণ তুমি প্রতি মূহুৰ্তত
মোৰ মনৰ মনিকুঠত।

সকলো ৰং
সকলো ক্ষণ
সকলো মন
একে নিশ্চয় নহয়
কিন্তু পুৱাৰ ৰং
পুৱাৰ ক্ষন
পুৱাৰ মন
সকলোৰে প্ৰায় একেই হয়।
হেঙুলিয়া শান্ত সমাহিত সুস্থ মনৰ
সুন্দৰ পৰিবেশ।

প্ৰতিটো পুৱাই তোমাৰ বাবে
ইমানেই ভাল হওঁক যাতে
প্ৰতি পুৱাই ন ন শুভ বাৰ্তা
কঢ়িয়াই আনক।
সু প্ৰভাত

অসমীয়া সুপ্ৰভাত || শুভ ৰাতিপুৱা || অসমীয়া সুপ্ৰভাত কবিতা || পুৱাৰ শুভেচ্ছা বাণী || Good morning Quotes About Life || Good morning Quotes for success

কৰ্ম কৰা ধৰ্ম কৰা
পুৱাৰ পৰাই আৰম্ভ কৰা
সুপ্ৰভাত বন্ধু

পুৱাৰ কিৰণ
পুৱাৰ পৱন
পুৱাৰ শ্ৰৱণ
পুৱাৰ ভ্ৰমণ
সদায়েই অতুলনীয় ক্ষণ।

Good morning Wishes
কেৱল শুভেচ্ছা বাৰ্তা নহয়
ইয়াৰ অৰ্থ হল
তোমাৰ প্ৰতি থকা care আৰু আত্মিয়তা।
সুপ্ৰভাত

প্ৰভাত হল পোহৰ হল
চৰাই চিৰিকতি জীৱ জন্তু
নিজৰ কৰ্মত ব্যস্ত হল
উঠা উঠা উঠা
আমিও প্ৰকৃতিৰ সৈতে মিলি
নিজৰ কৰ্মত ব্যস্ত হও আহা।

Good Morning Message in Assamese

জোনবাই গৈ বেলিক মাতিলে
পক্ষীৰ মাতত জীৱকুল সাৰ পালে
পুৱাই তোমালৈ মনত পৰিলে
সুপ্ৰভাত বাৰ্তাৰে তোমাৰ inbox ভৰিলে।

সুপ্ৰভাত সুপ্ৰভাত সুপ্ৰভাত
এয়া কেৱল মেচেজ নহয়
এইয়া হৈছে মোৰ তোমাৰ প্ৰতি থকা
অপৰিসীম প্ৰেম
যাতে তুমি পুৱাৰ প্ৰথম চকুজুৰিত
মোৰ বাৰ্তা প্ৰত্যক্ষ কৰা।
Good Morning once Again

আৰম্ভ কৰিলে যিদৰে মহান নহয়
আৰম্ভণি কৰিবলৈও মহান হোৱাৰ প্ৰয়োজন নাই
মহান হয় আৰম্ভণিৰ পৰা অন্তলৈ নিৰন্তৰ
নিজ কৰ্মত, নিজ সৎ পথত
নিজকে ব্যস্ত কৰি আনক সহায় কৰা।
Good morning

সুস্থ মন, সুস্থ তন
শুদ্ধ পৱন, শুদ্ধ শ্ৰৱণ
সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ
এনেদৰে আৰম্ভ হওঁক
তোমাৰ দিনটোৰ শুভ যাত্ৰা
সুপ্ৰভাত সুপ্ৰভাত সুপ্ৰভাত

অসমীয়া উপদেশ বাণী || ৰাতিপুৱাৰ কবিতা || শুপ্ৰভাত || Good Morning Quotes in Assamese || Good morning Quotes for love

বেলি মাৰ গলে
এটা দিনৰ সমাপ্তি
বেলি উদয় হলে
এটা এটা নতুন দিনৰ আৰম্ভণি
যিয়ে কঢ়িয়াই আনে
অনেক আশাৰ বতৰা আৰু
সপোনবোৰ বাস্তৱত কৰাৰ ন সুযোগ।

সুখী হোৱাৰ গোপন মূল মন্ত্ৰ
সুস্থ স্বাস্থ্য, সুস্থ মন আৰু
পুৱাৰ সূৰ্য্যৰ দৰ্শন
সুপ্ৰভাত

সুখী হোৱা সুস্থ হোৱা
জীৱনটো আনন্দৰে উপভোগ কৰা
মনৰ সপোনবোৰ পূৰণ কৰা।
সুপ্ৰভাত

জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে
সময় কাৰণ
সময়ে মানুহক শিকাই
সময়ে মানুহক জিকাই
সময়ক সন্মান কৰা লোকে
পুৱাৰ সময়কন সম্পূৰ্ণ
সৎ ব্যৱহাৰ কৰে
নিজৰ জীৱন গঢ়ে
নিজকে সফল কৰে।
সুপ্ৰভাত

মনৰ আনন্দ সৃষ্টিত
হৃদয়ৰ আনন্দ মৰমত
মোৰ আনন্দ তোমাৰ সংগত
তোমাক জনাইছোঁ মৰম আৰু শুভেচ্ছা
এই সুন্দৰ প্ৰভাতত।

নতুন দিনৰ নৱ আলোক
প্ৰভাতৰ আশাৰ কিৰণ
সকলোৰে বাবে হওঁক
শুভ ক্ষণ সুন্দৰ মন।

আন্ধাৰৰ পাচত পোহৰ হবই
বিফলতাৰ পাচত সফলতা আহিবই
নিজ কৰ্মত মাথোঁ নিৰন্তৰ ব্ৰত থাকা
অপেক্ষা কৰা মাথোঁ সেই সময়লৈ
সুপ্ৰভাত

নয়ন দুটি মেলিলৈ মোৰ বাৰ্তা পঢ়া
তোমাৰ বাবে দিছোঁ শুভ বাৰ্তা
পুৱাৰ শুভেচ্ছা শুভ দিনৰ
সুপ্ৰভাত

বন্ধুলৈ Good Morning || Special Good Morning Quotes || Good Morning Quotes in Assamese Language || অসমীয়াত good Morning Wishes

অন্ধকাৰ ৰাতি আঁতৰি গল
পুৱাৰ কিৰণৰ আগমণ হল
তোমাৰ বাবে প্ৰেৰণ কৰিছোঁ
Good Morning

পুৱাৰ সময়কণ ভাল লাগে পক্ষীৰ কলকলনি
আৰু ভাল লাগে তোমাৰ মধুৰ কণ্ঠৰ
Good Morning বাণী
আশা কৰোঁ প্ৰতিদিনে দিবা
এই সুন্দৰ শুভেচ্ছা।

ৰাতিপুৱাৰ মৃদু পৱনৰ লগত
চিলমিল টোপনিৰ মিঠা অনুভৱৰ লগত
এক কাপ গৰম গৰম চাহৰ লগত
তোমাক জনাইছোঁ সুপ্ৰভাত
অন্তৰৰ পৰা মৰমৰ লগত।

কিছু নতুন স্বপ্ন 
কিছু নতুন আশা 
কিছু মৰম
কিছু আৱেগ
অন্তহীন ভালপোৱাৰ হৈতে
তোমাক জনাইছোঁ
Good Morning

জাগিছে জনতা জাগিছে দল
আশাৰ ৰেঙনি দেখিছোঁ
প্ৰতি পুৱাই আনিছে
ন ন বাৰ্তা
মোৰ পৰাও জনাইছোঁ তোমালৈ
সু প্ৰভাত বাৰ্তা

প্ৰভাতৰ আনন্দত পখী উৰিছে আকাশত
ৰাতিৰ অন্ধকাৰ আঁতৰি গল বেলিৰ আলোকত
Good Morning

ৰাতিপুৱাৰ পখীৰ মধুৰ গান
হৰষিত হয় পুৱাৰ শান্ত মন
পাহৰি নাযাবা
পৰি আছে বহু কাম বন।
Good Morning

বিজ্ঞজনে কয়
কাহিলী পুৱাত খোজ দিয়া
দিনটোৰ বাবে আশীৰ্বাদ
আজুৰি আনা।
Good Morning

বন্ধ কুঠৰিত আছা তুমি
সময় হল উদয় হবলৈ
পুৱাৰ বেলি
খবৰ দিলোঁ তোমাক
Good Morning বুলি।

জন্ম দিনত বাৰ্তা দিওঁ Happy Birthday বুলি
দিনত জনাওঁ good day বুলি
দুপৰীয়া হলে কও good afternoon
ৰাতিৰ বাবে বিদায় বাৰ্তা লিখোঁ
Good night বুলি
বৰ্তমান পুৱা হল
তোমাক জগাই দিছোঁ
Good Morning বুলি।

দুবৰীৰ ৰূপালী নিয়ৰ কণা
পুৱাৰ হেঙুলী কিৰণ
ক্ষণিকৰ বাবে থাকে
প্ৰতিদিনে মই থাকিম তোমাৰ কাষত
নিয়ৰ কণা আৰু হেঙুলী কিৰণৰ সৈতে।
Good Morning

অসমীয়া সুপ্ৰভাত ছবি || সুপ্ৰভাত কবিতা || Good Morning Quotes in Assamese || New Good Morning Quotes || Motivational good morning Quotes

সুপ্ৰভাত
তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷সকলোৰে আজিৰ দিনটো শুভ হওঁক তাকে কামনা কৰিছোঁ ৷

সুপ্ৰভাত
তোমাক পুৱাৰ সম্ভাষণ জনাইছো ৷ তোমাৰ মঙ্গল হওঁক, কুশলে থাকা তাকে কামনা কৰিছোঁ ৷

সুপ্ৰভাত
তোমাক পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ তোমাৰ আজিৰ দিনটো সুখৰ হওঁক, আনন্দময় হওঁক তথা স্মৰণীয় হৈ ৰওঁক তাকে কামনা কৰিছোঁ ৷

আমাৰ জীৱনৰ প্ৰতিটো দিনেই আমাৰ জীৱনৰ এটা পৃষ্ঠা। প্ৰতিতো পৃষ্ঠাই যিদৰে অপূৰণীয় আৰু অভিন্ন অংগ সেইদৰে প্ৰতিটো দিনেই আমাৰ জীৱনৰ বাবে অভিন্ন আৰু গুৰুত্ব পূৰ্ণ দিন।
সু প্ৰভাত

তোমাক অন্তৰৰ পৰা সুপ্ৰভাত জনাইছোঁ ৷ তোমাৰ সুস্বাস্থ্য আৰু মঙ্গল কামনা কৰি ঈশ্বৰৰ ওচৰত পুৱাতেই প্ৰাৰ্থনা জনাইছোঁ ৷ তোমাৰ আৰু তোমাৰ পৰিয়ালৰ সকলোৰে আজিৰ দিনটো শুভ হওঁক তথা স্মৰণীয় হওঁক ৷

সুপ্ৰভাত।
তুমি পুৱাৰ বেলিৰ দৰে আগুৱাই যোৱা আৰু উজ্বল হৈ জীৱনত সফলতাৰ বাটত সুন্দৰৰ বাটেৰে আগুৱাই যাব যোৱা মনেৰে, ধ্যানেৰে, কথাৰে আৰু কামেৰে

সুপ্ৰভাত
জীৱনত সকলো শেষ গলেও হতাশ নহবা, কাৰণ আমাক সদায় নতুন এটা আৰম্ভণিয়ে অপেক্ষা কৰি থাকে।

এক সুন্দৰ দিনৰ আশাৰে
ন প্ৰভাতলৈ আদৰণি জনাইছোঁ
Good Morning

প্ৰতিদিনে পুৱা
হাঁহিৰে আৰম্ভ কৰা আৰু
নিশাটো হাঁহিৰ মাজেৰে
অন্ত কৰা।
Good Morning

সদায় হাঁহি থাকা
কেতিয়াবা নিজৰ সুখৰ বাবে
কেতিয়াবা আপোন মানুহৰ সুখৰ বাবে
Good Morning

Positive চিন্তা আৰু প্ৰাৰ্থনাই
আৰম্ভ কৰা পুৱাই
জীৱনত সদায় positive vibe ক
আদৰণি জনাই।
সু প্ৰভাত

Good Morning Quotes In Assamese
সুপ্ৰভাত status || সুপ্ৰভাত মেছেজ || সুপ্ৰভাত Quotes || Good Morning Wishes || Good Morning Sunshine || Good Morning My Love

সু প্ৰভাত
শুভ প্ৰভাত
সুন্দৰ প্ৰভাত
সুস্থ প্ৰভাত
Good Morning


আপোন সেইজনে হয়
যিয়ে কেৱল সফলতাত উৎসাহিত কৰে
বিফলতাৰ পাছতো প্ৰতি মূহুৰ্তত কাষত থাকে।
Good Morning

সফলতা পুৱাৰ দৰে
বিচাৰিলে পোৱা নাযায়
ধৈৰ্যৰে অপেক্ষা কৰা
সময়ত আহিব আৰু সময়ত
অহা বাটেৰে উভতি যাব।
Good Morning

আৰম্ভণি যিয়েই নহওঁক
শেষ কিন্তু ৰজাৰ দৰে কৰিব লাগে।
Good Morning

সকলোৱে ভাৱে
মই সুখী বাবে হাঁহি থাকোঁ
আচলতে মই হাঁহি থাকোঁ বাবে
মই সুখী।
Good Morning

ধন্যবাদ।

Leave a Comment

Your email address will not be published. Required fields are marked *