তিনিটা সম্পূৰ্ণ বিনামূলীয়া Crypto উপাৰ্জন কৰা App || 3 Free Crypto currency Earning App in Assamese

Assamese crypto earning app

3 Free Crypto currency earning App in Assamese || তিনিটা সম্পূৰ্ণ বিনামূলীয়া Crypto উপাৰ্জন কৰা App

বৰ্তমান সময়ত Free crypto currency বা ডিজিটেল মুদ্ৰা বিষয়ে প্ৰায় সকলো সময়তেই আলোচনা কৰা দেখা যায়। ভাৰত চৰকাৰেও Reserve Bank of India জৰিয়তে নিজস্ব ডিজিটেল মুদ্ৰা ২০২৩ চনত সাধাৰণ লোকৰ বাবে Launch কৰাৰ ঘোষণা কৰাৰ লগে লগে crypto currency অধিক প্ৰাসংগিক হৈ পৰিল। কিন্তু প্ৰকৃত অৰ্থত ডিজিটেল মুদ্ৰা হয়নো কি? ডিজিটেল মুদ্ৰা আমাৰ বাবে উপকাৰী হয়নে? ডিজিটেল মুদ্ৰাৰ জৰিয়তে কি কি কিনিব পাৰিম? আদি প্ৰশ্ন বোৰ আমাৰ মনত আহিব পাৰে। সঁচা অৰ্থত এই বোৰ প্ৰশ্নৰ উত্তৰ কোনো লোকেই সঠিক কৈ কব নোৱাৰে। কিন্তু এটা কথা সঁচা যে crypto currency বা ডিজিটেল মুদ্ৰাই ভৱিষ্যতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই মুদ্ৰা বৰ্তমান সময়ত আমাৰ দেশত ব্যৱসায়িক দিশত অধিক হাৰত প্ৰচলন হোৱা নাই যদিও ভৱিষ্যতে যে অধিক হাৰত প্ৰচলিত হব সেয়া সঁচা। সেয়ে আমি বৰ্তমানৰ পৰাই crypto currency বিষয়ে জ্ঞান অৰ্জন কৰা উচিত। ইয়াৰ বিষয়ে জ্ঞান অৰ্জন কৰিবলৈ নিজৰ কিছু Crypto currency থকাটো অতি জৰুৰী। বৰ্তমান সময়ত বহুতো Crypto currency বজাৰত ঊপলব্ধ। কিন্তু সকলো crypto currency ৰ সমান পৰিমাণৰ value নাই। প্ৰতিদিনেই crypto currency সমূহৰ value share market ৰ দৰে উঠা নমা কৰি থাকে। সেয়েহে আপোনালোকৰ সুবিধা হোৱাকৈ বহুতো Crypto currency exchange, crypto currency wallet, crypto currency mining website online ত আছে। Crypto currency বিষয়ে জানিবলৈ কোনোধৰণৰ ধন বিনিয়োগ নকৰাকৈ কিছু Crypto currency আমি প্ৰায় বিনামূল্যে আহৰণ কৰিব পাৰোঁ। এনে বহু android apps আছে যাৰ জৰিয়তে আপুনি সহজে নিজৰ android phone ৰ সহায়ত apps সমুহ install কৰি এই বিষয়ে অধিক crypto currency বিষয়ে জ্ঞান আৰু উপাৰ্জন (crypto currency earning) কৰিব পাৰিব। আপুনি Google Play Store crypto currency earning apps যদি search কৰে এনে বহুত apps screen ত ওলাব যিবোৰৰ 90% ভুৱা আৰু crypto currency earning দিয়াৰ সলনি আপোনাৰ অমূল্য সময় নষ্ট কৰে। আজি মই কেৱল তিনিটা Android app বিষয়ে জনাম যি কেইটা সম্পূৰ্ণ বিনামূলীয়া আৰু বিশ্বাস যোগ্য। এই গোটেই কেইটা app মই নিজে ব্যৱহাৰ কৰাৰ পাছতহে আপোনালোকৰ আগত আলোচনা বা জনাব বিচাৰিছোঁ। এই app কেইটা ব্যৱহাৰ কৰি আপুনি একেদিনাই অধিক crypto currency earning কৰিব নোৱাৰে বা একেদিনাই ধনী হৈ নাযায়। কিন্তু এই app কেইটা সম্পূৰ্ণ genuine earning app আৰু crypto currency বিষয়ে প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিবলৈ যথেষ্ট বুলি অনুভৱ কৰোঁ।

Free crypto currency trading App

1. Stormgain app ( Bitcoin mining আৰু Free crypto currency trading App )

প্ৰথম অৱস্থাৰ এই app টোৰ বিষয়ে মোৰ genuine হয় নে নহয় সন্দেহ আছিল। কিন্তু যেতিয়া এক মাহ মান ব্যৱহাৰ কৰিলোঁ তেতিয়া গম পালোঁ যে এই app free crypto currency mining আৰু trading বাবে সম্পূৰ্ণ বিনামূলীয়া আৰু genuine। বিনামূল্যে free Crypto currency mining আৰু trading কৰাৰ এইটো এটা উপযুক্ত Android app। Free Crypto currency trading ৰ বিনামূলীয়া অভিজ্ঞতা লাভ কৰিব বিচাৰে তেন্তে Stormgain App একমাত্ৰ আৰু উপযুক্ত মঞ্চ।

✓এই app download কৰি install কৰাৰ পাছত নিজৰ Email ID (নিজৰ ব্যক্তিগত সুৰক্ষাৰ বাবে বেংক বা payment App ত ব্যৱহাৰ কৰা email ID ব্যৱহাৰ নকৰিব) জৰিয়তে sign up কৰিব লাগিব।

✓Sign up কৰাৰ পাছত আপুনি Bitcoin cloud mining কৰিব পাৰিব। প্ৰতি চাৰি ঘণ্টাৰ মুৰে মুৰে mining button টোত click কৰি থাকিব লাগিব।

✓মনত ৰাখিব প্ৰথম ১০০ ঘণ্টাৰ ভিতৰত mining কৰিলে আপুনি bonus লাভ কৰিব। এই bonus লাভ কৰাটো অতি প্ৰয়োজন কাৰণ আপুনি 10 dollar হোৱাৰ পাচতহে নিজৰ wallet ত withdraw কৰিব পাৰিব।

✓Bonus জৰিয়তেই 5 ডলাৰ সহজে লাভ কৰিব আৰু তলৰ লিংকৰ জৰিয়তে download কৰিলে অতিৰিক্ত 3 ডলাৰ লাভ কৰিব আৰু ২ ডলাৰ Bitcoin mining কৰি সহজে 10 ডলাৰ সংগ্ৰহ কৰিব পাৰিব।✓মনত ৰাখিব প্ৰথম দহ ডলাৰ বা mining কৰা Free crypto currency আপুনি কেৱল trading কাৰণেহে ব্যৱহাৰ কৰিব পাৰিব। আপুনি নিজৰ বেংকত withdraw কৰিব নোৱাৰে। কিন্তু সেই 10 ডলাৰ ব্যৱহাৰ কৰি সহজে free crypto currency trading কৰিব পাৰিব।

✓প্ৰথম trading কৰোঁতে সাৱধানেৰে trading কৰা উচিত কাৰণ এবাৰ লোকচান হলে পুনৰ সেই ধন ঘুৰাই নাপাব। এই 10 ডলাৰ ওপৰত যিমান trading কৰি উপাৰ্জন কৰিব সেইখিনি সহজে যিকোনো Indian rupees support কৰা wallet ত transfer কৰি নিজৰ বেংকত withdraw কৰিব পাৰিব।

✓Stormgain app ত আপুনি নিজৰ ধন deposit কৰিও trading কৰিব পাৰে। অৱশ্যে উপযুক্ত trading অভিজ্ঞতা নাথাকিলে নিজৰ ধন বিনিয়োগ কৰি ট্ৰেডিং কৰিলে লোকচান হোৱাৰ সম্ভাৱনা অধিক।

তলৰ লিংকত ক্লিক কৰি install কৰক আৰু ৩ ডলাৰ বিনামূলীয়াকৈ লাভ কৰক।

✓মনত ৰাখিব প্ৰথম দহ ডলাৰ বা mining কৰা Free crypto currency আপুনি কেৱল trading কাৰণেহে ব্যৱহাৰ কৰিব পাৰিব। আপুনি নিজৰ বেংকত withdraw কৰিব নোৱাৰে। কিন্তু সেই 10 ডলাৰ ব্যৱহাৰ কৰি সহজে free crypto currency trading কৰিব পাৰিব।

✓প্ৰথম trading কৰোঁতে সাৱধানেৰে trading কৰা উচিত কাৰণ এবাৰ লোকচান হলে পুনৰ সেই ধন ঘুৰাই নাপাব। এই 10 ডলাৰ ওপৰত যিমান trading কৰি উপাৰ্জন কৰিব সেইখিনি সহজে যিকোনো Indian rupees support কৰা wallet ত transfer কৰি নিজৰ বেংকত withdraw কৰিব পাৰিব।

✓Stormgain app ত আপুনি নিজৰ ধন deposit কৰিও trading কৰিব পাৰে। অৱশ্যে উপযুক্ত trading অভিজ্ঞতা নাথাকিলে নিজৰ ধন বিনিয়োগ কৰি ট্ৰেডিং কৰিলে লোকচান হোৱাৰ সম্ভাৱনা অধিক।

তলৰ লিংকত ক্লিক কৰি install কৰক আৰু ৩ ডলাৰ বিনামূলীয়াকৈ লাভ কৰক।

Stormgain App Free Download

2. Crypto Sense ( Free Crypto currency earning game)

এই game app টো নিজৰ Android app Phone ত install কৰি সহজ game খেলি Free crypto currency earning কৰিব পাৰে। Crypto Sense game এই কাৰনে মই আপোনালোকক recommend কৰোঁ কাৰণ এই game free crypto currency earning বাবে সম্পূৰ্ণ genuine আৰু Crypto Sense Withdraw কৰিলে লগে লগে আপোনাৰ coinbase account ত transfer কৰি দিয়ে। কোনোধৰণৰ চৰ্ত আৰোপ নকৰে আৰু সহজে free crypto currency নিজৰ Email ID linked থকা coinbase একাউণ্টত জমা হয়।✓ Crypto Sense game খেলিবলৈ আপোনাক email ID জৰিয়তে sign up কৰিব লাগিব।

✓ Crypto Sense app ত সাধাৰণ খেল যেনে flip sense, sliding sense, calculus fest, Lucky sense আদি game খেলি সহজে sense অৰ্জন কৰিব পাৰি।

✓1000 sense তেনেদৰে জমা কৰি তাৰ সমান মূল্যৰ free crypto currency আপোনাৰ coinbase account ত transfer হব। 1000 sense আপুনি আপোনাৰ পচন্দ অনুসৰি যিকোনো crypto currency ত transfer কৰিব পাৰিব।

✓কিন্তু ইয়াৰ বাবে আপোনাক এটা coinbase account ৰ প্ৰয়োজন হব। Coinbase account open কৰিবলৈ একেবাৰে সহজ। কেৱল e-mail ID জৰিয়তে sign up কৰিলেই হল। ভৱিষ্যতে আপুনি coinbase account ৰ অধিক সুবিধা ব্যৱহাৰ কৰিবলৈ online KYC কৰিব লাগিব।
তলৰ লিংকত গৈ coinbase app install কৰিলে ভৱিষ্যতে আপুনি 10 ডলাৰ বিনামূল্যে লাভ কৰিব। এই 10 ডলাৰ লাভ কৰিবলৈ coinbase app ত উল্লেখিত চৰ্ত সমূহ পালন কৰিব লাগিব।

Coinbase App Download

✓ Crypto Sense game খেলিবলৈ আপোনাক email ID জৰিয়তে sign up কৰিব লাগিব।

Crypto Sense App এই লিংকৰ জৰিয়তে playstore ৰ পৰা install কৰক।

Download crypto Sense Game( Bonus tips – এই game খেলোতে যদি আপুনি vpn ব্যৱহাৰ কৰি location USA, UK, Australia আদি কৰি ললে উপাৰ্জন প্ৰায় তিনি চাৰি গুণলৈ বৃদ্ধি হয়।)

( Bonus tips – এই game খেলোতে যদি আপুনি vpn ব্যৱহাৰ কৰি location USA, UK, Australia আদি কৰি ললে উপাৰ্জন প্ৰায় তিনি চাৰি গুণলৈ বৃদ্ধি হয়।)

3. Pi network (ভৱিষ্যতে launch হবলগা crypto currency, Now Free Crypto currency mining App)

Pi network ৰ বিষয়ে আপুনি হয়তো আগতেও Facebook, whatsapp আদিৰ জৰিয়তে অলপ হলেও আপুনি অৱগত। আপোনাৰ বন্ধু বান্ধৱীও Pi network app download কৰিবলৈ অনুৰোধ কৰিছে। মই Pi crypto currency বিষয়ে আপোনাক মই জনা কিছু আভাস দিব বিচাৰোঁ। আপুনি যদি ভাল পাই তেন্তে তলৰ লিংকত গৈ Pi network app playstore পৰা install কৰিব পাৰে।

✓ Pi network এনে এটা App যাৰ জৰিয়তে আপুনি আপোনাৰ Android app জৰিয়তে বিনামূল্যে free crypto currency Pi Coin mining ( Pi Coin সংগ্ৰহ) কৰিব পাৰিব। Crypto currency ৰ আটাইতকৈ valuable Coin Bitcoin প্ৰথম অৱস্থাত এনেদৰে mining কৰা হৈছিল। অৱশ্যে তেতিয়া কম্পিউটাৰ জৰিয়তে কৰা হৈছিল। বৰ্তমানেও Bitcoin mining কৰিব পাৰে।✓ Pi Coin বৰ্তমানেও launch হোৱা নাই বাবে ইয়াৰ value বৰ্তমানেও নিৰ্ধাৰিত হোৱা নাই। বহু লোকে ইয়াৰ value নিৰ্ধাৰন কৰাৰ অনুমান কৰে যদিও সেয়া শুদ্ধ নহয়।

✓ Bitcoin, Ethereum আদি Crypto currency ৰ মাত্ৰ এটা Coin ৰ value বৰ্তমান সময়ত লাখৰ ঘৰত তেন্তে Pi Coin যদি বৰ্তমান সময়ত ইমান সহজে mining কৰিব পাৰোঁ তেন্তে আমি ইয়াৰ লাভ আমি নিশ্চয় লোৱা উচিত। ভৱিষ্যতে ইয়াৰ value কম বা বেচি হলেও কোনোধৰণৰ অনুসুচনা নাথাকিব, যিহেতু ই বিনামূলীয়া। যদি value বেছি হয় তেন্তে কিয় app install কৰি mining নকৰিলোঁ তাৰ এটা নিশ্চয় অনুসুচনা থাকি যাব।

✓ এই Coin Mining কৰিবলৈ প্ৰতিদিনে মাত্ৰ এবাৰ click কৰি ২৪ ঘণ্টাৰ বাবে mining কৰিব পাৰিব।

✓ Pi network app playstore পৰা install কৰাৰ পাচত e-mail ID জৰিয়তে বিনামূল্যে sign up কৰিব পাৰিব। Sign up কৰাৰ পাছত আপুনি নিজৰ original name ব্যৱহাৰ কৰিব। কাৰণ ভৱিষ্যতে mining কৰা free crypto currency Pi Coin withdraw কৰিবলৈ KYC কৰিব লাগিব।

✓Sign up কৰোঁতে এটা referral code বিচাৰিব। Referral code অবিহনে আপুনি account open কৰিব নোৱাৰিব)। আপুনি মোৰ referral code ব্যৱহাৰ কৰিব পাৰে।
Referral code 1 = akotrdigital

✓ Pi Coin বৰ্তমানেও launch হোৱা নাই বাবে ইয়াৰ value বৰ্তমানেও নিৰ্ধাৰিত হোৱা নাই। বহু লোকে ইয়াৰ value নিৰ্ধাৰন কৰাৰ অনুমান কৰে যদিও সেয়া শুদ্ধ নহয়।

✓ Bitcoin, Ethereum আদি Crypto currency ৰ মাত্ৰ এটা Coin ৰ value বৰ্তমান সময়ত লাখৰ ঘৰত তেন্তে Pi Coin যদি বৰ্তমান সময়ত ইমান সহজে mining কৰিব পাৰোঁ তেন্তে আমি ইয়াৰ লাভ আমি নিশ্চয় লোৱা উচিত। ভৱিষ্যতে ইয়াৰ value কম বা বেচি হলেও কোনোধৰণৰ অনুসুচনা নাথাকিব, যিহেতু ই বিনামূলীয়া। যদি value বেছি হয় তেন্তে কিয় app install কৰি mining নকৰিলোঁ তাৰ এটা নিশ্চয় অনুসুচনা থাকি যাব।

✓ এই Coin Mining কৰিবলৈ প্ৰতিদিনে মাত্ৰ এবাৰ click কৰি ২৪ ঘণ্টাৰ বাবে mining কৰিব পাৰিব।

✓ Pi network app playstore পৰা install কৰাৰ পাচত e-mail ID জৰিয়তে বিনামূল্যে sign up কৰিব পাৰিব। Sign up কৰাৰ পাছত আপুনি নিজৰ original name ব্যৱহাৰ কৰিব। কাৰণ ভৱিষ্যতে mining কৰা free crypto currency Pi Coin withdraw কৰিবলৈ KYC কৰিব লাগিব।

✓Sign up কৰোঁতে এটা referral code বিচাৰিব। Referral code অবিহনে আপুনি account open কৰিব নোৱাৰিব)। আপুনি মোৰ referral code ব্যৱহাৰ কৰিব পাৰে।
Referral code 1 = akotrdigital

Download Pi Network App

Referral code 2 = akotrcoin

Download Pi network App

(ওপৰৰ যিকোনো এটা referral code ব্যৱহাৰ কৰিব পাৰে।)
✓আপুনিও আপোনাৰ referral code আন লোকক দি join কৰাব পাৰে। এনে কৰিলে আপোনাৰ সামান্য লাভ হব।তলৰ লিংকত গৈ Download কৰি install কৰক আৰু free crypto currency Mining কৰাৰ অভিজ্ঞতা অৰ্জন কৰক।

ওপৰত উল্লেখিত সকলো খিনি app মই নিজে ব্যৱহাৰ কৰি আছোঁ আৰু ব্যৱহাৰ কৰি Genuine হিচাপে অনুভৱ কৰিছোঁ সেয়েহে আপোনালোকক ইয়াৰ লাভ উপভোগ কৰিবলৈ অনুৰোধ জনালোঁ।

তলৰ লিংকত গৈ Download কৰি install কৰক আৰু free crypto currency Mining কৰাৰ অভিজ্ঞতা অৰ্জন কৰক।

ওপৰত উল্লেখিত সকলো খিনি app মই নিজে ব্যৱহাৰ কৰি আছোঁ আৰু ব্যৱহাৰ কৰি Genuine হিচাপে অনুভৱ কৰিছোঁ সেয়েহে আপোনালোকক ইয়াৰ লাভ উপভোগ কৰিবলৈ অনুৰোধ জনালোঁ।

(Don’t invest your hard earned money without proper guidance in any above mentioned App)

1 Comment

Leave a Reply

Your email address will not be published.