assamese status

200+ Best Assamese caption for Instagram on Attitude, love, life, sad, Bihu, Mother

Assamese caption for Instagram, Facebook, WhatsApp, Twitter on Attitude, love, life, sad etc || অসমীয়া Caption/Status

assamese status

মানুহে অতীতৰ পৰাই নিজৰ সুখ, দুখ বোৰ , মনৰ অনুভৱ বোৰ বিভিন্ন মাধ্যমেৰে প্ৰকাশ কৰি আহিছে। পুৰণি কালৰ পৰা গীত, মাত, কবিতা, কাহিনী আকাৰে প্ৰকাশ কৰি আহিছে। সেই গীত মাত, কবিতা, কাহিনী আকাৰে আজিৰ দিনটো মানুহে ভাৱ বোৰ ব্যক্ত কৰি আহিছে যদিও নতুন digital যুগত নতুন মাধ্যম হৈছে social media যোগেদি দিয়া Assamese caption, Assamese status সমূহ। এনে Assamese caption, Assamese status সমূহৰ জৰিয়তে সহজে মানুহে নিজৰ মনোভাৱ, সুখ, দুখৰ মূহুৰ্ত সমূহ আনৰ আগত দাঙি ধৰিব পাৰে।
আপুনি এখন সুন্দৰ ফটো social media সমূহত যেনে facebook, instagram, whatsapp আদিত আপলোড কৰিলে হয়টো ইমান দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিব পাৰে। কিন্তু সেই ফটোখনৰ লগত এটা সুন্দৰ Assamese caption/ Assamese status সংযোগ কৰিলে সহজে আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি।
তলত অসমীয়া ভাষাত বহু কেইটা Assamese status, Assamese caption আপোনালোকৰ সুবিধা হোৱাকৈ সংগ্ৰহ কৰি লিখিছোঁ।ইয়াত বিভিন্ন বিষয়ৰ ওপৰত Assamese caption, Assamese status আপোনালোকৰ সুবিধা হোৱাকৈ আগবঢ়ালোঁ।
আমি সকলোৱে সপোন দেখো। কিছুমান সপোন ৰাতি দেখো কিছুমান দিনত দেখো। ৰাতি দেখা সপোন বোৰ চাগে আমি দিনত পাহৰি যাও, কিন্তু দিনত দেখা সপোন বোৰ অন্তৰত কঢ়িয়াই লৈ ফুৰো যাতে কেনেবাকৈ পূৰ্ণতা দিব পাৰোঁ। সপোন বোৰ সপোন হৈ থাকিব নিদিব, দিঠকত নিশ্চয় পূৰ্ণ হব কেৱল লাগে পৰিশ্ৰম আৰু ধৈৰ্য। সপোন meaning in assamese আন এটা হল স্বপ্ন। সপোন meaning বা অর্থ আমি আপোনালোকক বুজাব বিচৰা নাই বা english of সপোন dream ৰ বিষয়েও কব বিচৰা নাই কেৱল আপোনালোকক কেইটামান সপোন quotes আৰু সপোন status আগবঢ়াই দিব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব পঢ়ি।

dream status assamese
  1. সময় মূল্যৱান, কিন্তু সপোন দেখাৰ কোনো সময় নাথাকে।
  2. আপুনি দেখা সকলো সপোন দিঠকৰত সম্ভৱ, কেৱল সপোন দেখক আৰু কৰ্ম কৰি যাওঁক।
  3. কিছুমান মানুহ আছে যিয়ে সপোনৰ পৃথিৱীত বাস কৰে আৰু কিছুমানে বাস্তৱৰ পৃথিৱীত বাস কৰি বাস্তৱৰ লগত মুখামুখি হয়। সপোন দেখাটো সহজ কিন্তু বাস্তৱৰ মুখামুখি হবলৈ সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন।
  4. সপোনৰ অবিহনে সফলতা কঢ়িয়াই আনিব নোৱাৰি আৰু সফলতা কৰ্মৰ অবিহনে পাব নোৱাৰি।
  5. যিসকলে বেছি কাম কৰে, তেওঁলোকে বেছিকৈ সপোন দেখে।
  6. আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ দিনত সপোন দেখিব ৰাতি নহয়।
  7. নিজৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰক, শক্তিশালী হৈ থাকক, আৰু কেতিয়াও হাৰ নামানিব।
  8. মোৰো এক সৰু সপোন আছে, মোৰ সপোন হৈছে এখন বাগিছাত মোৰ ঘৰ হব আৰু কোনো বস্তু বিছাৰি যাতে বজাৰলৈ যাব নালাগে।
  9. সফলতা আন একো নহয় কেৱল দিনত দেখা সপোনবোৰৰ পূৰ্ণতা।
  10. আপুনি যিটো বিশ্বাস কৰে তাকেই কৰক, যি সপোন দেখিছা তাকেই পূৰণ কৰিবলৈ চেষ্টা কৰা কিন্তু কোনো নিৰীহ ব্যক্তি বা প্ৰাণীৰ অপকাৰ নকৰিবা।
  11. সপোন দেখা কিন্তু সপোনবোৰ পূৰ্ণ নহলে কেতিয়াও বিচলিত নহবা, কাৰণ সেইবোৰ সপোন outdated হব পাৰে কাৰণ এই পৃথিৱীত সকলো বস্তুৰে expiry date থাকে।
  12. সপোন দেখা কেতিয়াও বন্ধ নকৰিব। কাৰণ সপোন কৰ্মৰ প্ৰতি আকৰ্ষিত কৰে।
  13. ডাঙৰ সপোন সৰু সৰু সপোনৰ জৰিয়তেই পূৰ্ণতা পায়।
  14. সপোন আনৰ বাবে আৰু সন্তুষ্টি নিজৰ বাবে ৰাখিবলৈ চেষ্টা কৰিবা সুখি হবা।
  15. সপোনবোৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়।
  16. আশা আৰু সপোন একেই নে?
  17. ইচ্ছাশক্তি থাকে মানে সপোন দেখি থাকা সফল হবাই এদিন।
  18. সকলোৰে ভাল দিন আহিব কেৱল সপোন দেখিবলৈ বাদ নিদিব।
  19. ভৱিষ্যত আপোনাৰ সপোনৰ ওপৰত আধা আৰু কৰ্মৰ ওপৰত আধা নিৰ্ভৰ কৰে।
  20. যদি আপুনি এতিয়াও বিচাৰি পোৱা নাই, তেন্তে বিচাৰি থাকক আপোনাৰ সপোনৰ আধাৰ।

mothers caption assamese

Assamese caption || caption for instagram || caption for mother’s day || caption for mother love || caption for mother in Assamese || Mother’s Day mothers day quotes from son || Assamese status

  1. মোৰ সকলো বন্ধু বান্ধৱী তোমাৰ দৰে মা বিচাৰে। মই বহুত সুখী তুমি যে কেৱল মোৰ মা।
  2. মা সকলোৰে থাকে কিন্তু তোমাৰ দৰে মা সকলোৰে ভাগ্যত নাই।
  3. এই আধুনিক পৰিবৰ্তনৰ জোৱাৰত তোমাৰ মোৰ প্ৰতি মৰম একেই থাকিল।
  4. সকলো পৰিস্থিতিত সাহসেৰে সন্মুখীন হবলৈ তোমাৰ পৰাই শিকিছো মা।
  5. মই আজি যি পাইছোঁ এয়া একমাত্ৰ তোমাৰ বাবেই সম্ভৱ হৈছে।
  6. মা সংসাৰৰ সকলো বাধা অকলেই যুঁজ দিবলৈ সক্ষম।
  7. মা লগত মোৰ কেৱল মনৰ নহয় হৃদয়ৰো অন্তহীন সংযোগ আছে।
  8. পৃথিৱীৰ বাবে তুমি মা, কিন্তু আমাৰ বাবে তুমিয়ে পৃথিৱী।
  9. মা-এক প্ৰকাশ কৰিব নোৱাৰা সুখানোভূতি।
  10. ছুপাৰহিৰো বহুত দেখিলোঁ কিন্তু মাৰ লগত কাৰো তুলনা নহয়।
  11. মাৰ অবিহনে ঘৰ সম্পূৰ্ণ নহয়।
  12. তুমি যিমানেই ডাঙৰ হোৱা লাগিলে, তুমি নিজে মা হোৱা লাগিলে, তোমাৰ নিজৰ মা অবিহনে আধৰুৱা।
  13. তুমি মোৰ মা আৰু জীৱনজোৰা বন্ধু।
  14. মই তোমাক যিমান বাৰ ভালপাও বুলি কলেও সুখী হব নোৱাৰোঁ কাৰণ মই প্ৰকাশ কৰিব পৰাতকৈ বেছি ভালপাও।

Assamese status || caption for Facebook || mothers day inspirational || mothers day quotes from daughter || caption for mother’s || heart touching mothers day caption || mother’s day wishes || caption for mother picture || Assamese status for insta || Assamese caption

  1. ভাল বেয়াৰ মাজত পাৰ্থক্য সন্তানক এগৰাকী মাতৃৰ বাহিৰে কোনেও বেছি ভালকৈ শিকাব নোৱাৰে।
  2. মাৰ লগত পাৰ কৰা প্ৰতিটো সময় BEST
  3. মা ই কোৱা ধৰণে কৰিলে কোনো কামেতেই বিফল নোহোৱা।
  4. জগতৰ সকলোৰ বাবে তুমি এগৰাকী মা কিন্তু আমাৰ বাবে মায়ে হৈছে জগত।।
  5. মা, মই আৰু আমি, এক সুন্দৰ মিঠা অনুভৱ।
  6. তুমি যিমানেই বেয়া হোৱা লাগিলে আনে তোমাৰ number block কৰিলেও মায়ে কেতিয়াও নকৰে।
  7. মাৰ কোলাৰ সমান সুৰক্ষিত ঠাই এই পৃথিৱীত দ্বিতীয় খন নাই।
  8. মোৰ বাবে জীৱনৰ সকলো ত্যাগ কৰিব পৰা একমাত্ৰ ব্যক্তি হল মোৰ অতিকৈ চেনেহৰ আই।
  9. আই সকলো সময়ত সুখী থাকে কাৰণ আই সুখী নহলে কোনো সুখী নহয়।
  10. আইৰ মৰমৰ প্ৰতিদান বস্তুৰে দিবলৈ চেষ্টা নকৰিবা কাৰণ তুমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিবা।
  11. বিশ্বৰ সকলোকে অন্তহীন মৰম বুজাবলৈ এটা শব্দই যথেষ্ট, সেয়া হৈছে মা।মোৰ মা মোৰ বাবে এক সুন্দৰ অনুভৱ, যাক মই ভাষাৰে বুজাব নোৱাৰো, কেৱল অনুভৱ কৰোঁ।
  12. মই আনৰ দৃষ্টিত ভাল নে বেয়া সেয়া মই কেতিয়াও গুৰুত্ব নিদিওঁ, কিন্তু তোমাৰ দৃষ্টিত কেতিয়াও বেয়া হব নিবিচাৰোঁ।মা হৈছে একমাত্ৰ ব্যক্তি যি তোমাৰ বাবে হাজাৰটা উজাগৰী নিশা কটাইছে আৰু হাজাৰটা উজাগৰী নিশা কটাবলৈ সকলো সময়তে সাজু আছে।
assamese sad status

Bihu wish || bohag bihu wish || rongali bihu wish || bhogali bihu wish || magh bihu wish || bihu wishes || bihu wishes in assamese || Assamese status for Bihu || Assamese caption for Bihu

বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণজীৱনৰ ই সাহ।
সুধা কণ্ঠ ড° ভূপেন হাজৰিকা

বহাগৰ আগমনে যিদৰে প্ৰকৃতিয়ে নতুন সাজ পৰিধান কৰিলে সেইদৰে নতুন বছৰে তোমাৰ জীৱনলৈ নতুন আশা আৰু সফলতা কঢ়িয়াই আনক।

ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

Wish you and your family a very happy Assamese New Year. Happy Bohag Bihu.

এই বহাগ বিহুৱে সমাজৰ, দেশৰ সকলোঁ অপায় অমংগল নাশ কৰি সকলোৰে মন অধিক সুখ আৰু শান্তি কঢ়িয়াই আনক, তাৰে কামনা কৰি বহাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ প্ৰীতি ভৰা শুভেচ্ছা জনালোঁ।

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি আকৌ আহি পালেহি। সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

গছে পালে নতুন পাত
কুলিয়ে মাতিলে মিঠা মাত
ফুলিলে হেঁপাহৰ কপৌ পাহি
দুৰণিত ঢোল পেঁপাৰ মাত আহিল ভাঁহি।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

বাৰীত কপৌফুল দেখিলে
নাচনীয়ে মেলিলে মন
সাজিকাছি ঘৰতে বিহু নাচিলে
তথাপিও নভৰে মন।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

Have a blissful, awesome, magnificent, Joyful, cheerful Assamese New Year ahead.
Happy Rongali Bihu.

এই বহাগৰ বিহুটিত সমাজৰ সকলো শ্ৰেণীৰ লোকে একতাৰ এনাজৰীত বান্ধ খাই সমাজত অধিক সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰিলো।সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

হেঁপাহৰ বহাগৰ বিহুটিত নাচিব মন নাচনীৰ
এপাক কঁকাল ঘূৰাই
অপেক্ষা মাথোঁ বিহুৱা চেনাইটিৰ
তেওঁ বা আহিব নে নাই।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

কুলি কেতেকীৰ মিঠা মাতে
আনিলে হেঁপাহৰ বহাগৰ বতৰা
বিহুৱা ডেকাটিয়ে ঘৰতে ধৰিলে গান
বিহুতলিত নাচনী য়ে নাচিব নাপায়
ঘৰতে কৰিছে অভিমান।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

ৰঙালী বিহুত প্ৰতিজন অসমীয়াৰ হিয়া মন আনন্দৰে উপচি পৰক আৰু ঘৰত থাকি সুস্বাস্থ্য অধিকাৰী হওঁক। Happy Rongali Bihu।

লকডাউনৰ সময়ত
আৱদ্ধ মই ঘৰত
বহাগৰ বিহুটিত তোমালৈ
ঘনাই পৰিছে মনত।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

কুলি কেতেকী আহিলে
গছে পাত সলালে
বহাগ বিহু টি আহিলে
ডেকা গাভৰুৰ মন আনন্দতে ভৰিলে।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

হেঁপাহৰ বিহুটি আহিলে চেনাই ঐ
ঢোল পেঁপাই ৰিঙিয়াই মাতিছে মাত
অসমীয়াৰ ডেকা গাভৰুৰ
বিহু বিহু লাগিছে গাত।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

বিহুৱা ডেকাই পথাৰত ঢোলতি বজালে
নাচনীক ৰিঙিয়াই লাহৰী গগনাই মাতিলে
বিহুৱান বৈ থকা নাচনীৰ নবহে মন তাঁতত
বিহুৱা ডেকাটি আগ্ৰহেৰে আছে ৰৈ পথাৰত।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

bihu wish assamese status || bihu greetings || rongali bihu greetings || bihu greetings image || bihu greetings in assamese language || Assamese status for bihu greetings || Assamese caption bihu wish

ঢোল বাব নাজানো,
তাল বজাব নাজানো,
পেঁপাটিও বজাব নাজানো
তথাপিও ঢোল, পেঁপা, তালৰ মাতত
সকলো অসমীয়াৰ দৰে
মোৰো দেহা মন
অজান আনন্দত উথলি উঠে।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

ঢোল পেঁপাৰ মাতে কৰিলে
অসমীয়া ডেকা গাভৰুৰ মন বলিয়া
প্ৰিয়জনক বিহুৱান দিব পালে
গাভৰুৰ পূৰ্ণ হব মনৰ হেঁপাহ।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

অসমৰ গৌৰৱ, অসমীয়াৰ গৌৰৱ বাপুতি সাহোন বহাগৰ বিহুটি প্ৰতি বছৰে অতি উলহ মালহৰে অধিক উজলি উঠক আৰু আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনাৰে ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাচিঁলো।

সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

পাহাৰ বগাই বগাই কপৌফুল আনিব
নালাগে এইবাৰ চেনাই
ঘৰতে থাকি সুৰক্ষিত থাকা
তাকে চৰকাৰে কৈছে ঘনাই।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

এইবাৰৰ হেঁপাহৰ ৰঙালী বিহুত প্ৰতিজন অসমীয়াই মানৱ সমাজৰ বাবে এক সুন্দৰ নিদৰ্শন দাঙি ধৰি নিজ ঘৰতে নিজ আপোন পৰিয়ালৰ প্ৰিয়জনৰ সৈতে সম্পূৰ্ণ থলুৱা পৰম্পৰাগত ৰীতি নীতিৰে সম্পূৰ্ণ অসমীয়া আৱেগেৰে কোনোধৰণৰ বাধা বিঘিনি নোহোৱাকৈ সুস্থ স্বাস্থ্যৰ বাবে সুস্বাদু স্বাস্থ্য সন্মত অসমীয়া পিঠা পনাৰে নিজ পৰিয়ালৰ সৈতে আপ্যায়ন কৰি অসমীয়া পৰম্পৰাগত গীত মাতেৰে শাৰীৰিক দুৰত্ব মানি চলি আনন্দ মনেৰে আমি সম্পূৰ্ণ সুৰক্ষিত ভাৱে আপোন ঘৰখনতে বিহু আয়োজন কৰি নিজে উলহ মালহৰে উপভোগ কৰোঁ আহক।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।

Assamese sad status|| Assamese heart broken status| Assamese attitude caption| Assamese caption for fb || Assamese status for sad

  1. জীৱনত কেতিয়াবা দুখ হলেহে সুখৰ আচল অৰ্থ বুজা যায়।
  2. দুখে জীৱন জীয়াই থকাৰ পাঠ পঢ়াই।
  3. দুখৰ সময়খিনি শিকাৰ সময় হিচাপে গণ্য কৰিব লাগে।
  4. মোক দুখ জীৱনৰ লগত offer হিচাপে বিনামূল্যে পাইছোঁ।
  5. নিসংগতাই আপোনাক যি শিক্ষা দিব তাক কোনো কিতাপতে পঢ়িব নোপোৱা।
  6. ভগৱান মোৰ জীৱনত সুখ নিবিচাৰোঁ, মাত্ৰ দুখবোৰ কিছু কম বেদনাদায়ক হওঁক।
  7. মই সহজ জীৱন নিবিচাৰোঁ, মাত্ৰ কঠিন সময়বোৰ কটাবলৈ শক্তি বিচাৰোঁ।
  8. জীৱনটো এখন ছবি অংকন কৰাৰ দৰে, যত ৰবৰ ব্যৱহাৰ কৰিব নোৱাৰি।
  9. সুখ আৰু দুখ মোৰ নিজৰ, যেতিয়া যি প্ৰয়োজন হয়, ব্যৱহাৰ কৰিম।
  10. মোৰ নিজৰ দুখ বোৰ তোমাক নিদিওঁ, তোমাৰ দুখবোৰো মই গ্ৰহণ নকৰোঁ।
  11. তুমি নাহিলে, নেদেখিলে মোৰ বুকুৰ ঢপঢপনি তীব্ৰ হয়, এয়াই নেকি প্ৰেম!
  12. সুখী মানুহে সুখ বোৰ ইমানেই উপভোগ কৰে, দুখ বোৰ লগে লগে আঁতৰি যায়।
  13. অপ্ৰিয় হলেও সত্য, কোনো মানুহে সম্পূৰ্ণ সুখী নহয়।
  14. আনৰ ওপৰত সদায় কম নিৰ্ভৰশীল হবা, সুখী হবা।
  15. অসুখী মানুহে আনক কেতিয়াও সুখী কৰিব নোৱাৰে।
  16. সুস্থ শৰীৰৰ মানুহে দুখটো সুস্থিৰ থাকিব পাৰে, আৰু অসুস্থ শৰীৰৰ মানুহে সুখটো উপভোগ কৰিব নোৱাৰে।
  17. চকুলো কেৱল দুখত নহয়, সুখতো নিগৰে।
  18. নিজৰ মনত দুখবোৰ সাঁচি নাৰাখিবা, সুখবোৰ প্ৰতি মূহুৰ্তত উপভোগ কৰিবলৈ চেষ্টা কৰিবা।
assamese status fb

Assamese status|| Assamese attitude caption for facebook|| Assamese attitude caption || Assamese status for love || Assamese caption attitude

  1. সুন্দৰ চেহেৰাই দৃষ্টি আকৰ্ষণ কৰে কিন্তু সুন্দৰ মনে হৃদয় চুই যায়।
  2. ৮০ % ল’ৰা ছোৱালীৰ প্ৰেমিক প্ৰেমিকা থাকে আৰু বাকীবোৰৰ brain থাকে।
  3. যদি কোনোবাই তোমাক কেৱল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এনেকৈ ব্যৱহাৰ কৰিব দিবা যাতে লাভ তোমাৰ হয়।
  4. তুমি জানানে তোমাক কেতিয়া ভাল দেখি, যেতিয়া মোৰ লগত থাকা।
  5. Sorry সোণজনি, মই তোমাৰ হব নোৱাৰিম, কাৰণ ভগৱানে তোমাক perfect কৰি গঢ়িলে আৰু মোক
  6. তোমাতকৈ অলপ বেছি perfect কৰি গঢ় দিলে।
  7. মোৰ উচ্চতা অলপ বেছি, আৰু মূৰ তলত কৰাৰ অভ্যাস মোৰ নাই।
  8. তোমাৰ বিফলতাই হব সফলতাৰ প্ৰথম খোজ।
  9. তোমাৰ হিত চিন্তাই মোৰ যাত্ৰাৰ সাহস হব, তোমাৰ অহিত চিন্তাই মোৰ সফলতা নিশ্চিত কৰিব।
  10. জীৱনৰ আন এটা নাম হল সম্ভাৱনা।
  11. Pink কেৱল এটা ৰঙেই নহয়, ই মোৰ বাবে এক attitude।
  12. মোৰ সফলতা মোৰ attitude ৰ ফচল।
  13. মই awesome , তোমাৰ বাবে – NA
  14. মোক FB ত follow কৰাতকৈ আঁচল জীৱনত follow কৰা তুমি বেছি লাভাম্বিত হ’বা।
  15. মোৰ attitude, মোৰ পৰিচয়।
  16. মোৰ attitude যিমানেই বেয়া হয়, সিমানেই মই ভাল মানুহ হওঁ।
  17. মোৰ আনক বেয়া পোৱাৰ সময় নাই, কাৰণ ভাল পাবলৈ সময়ৰ অভাৱ হয় মোৰ।
  18. হয় মই তোমাক ভাল পাওঁ নহলে মোৰ তোমাৰ প্ৰতি আকৰ্ষণ নাই।

Assamese status|| Assamese caption ||Assamese whatsapp status|| Assamese status for facebook || motivational Assamese caption

  1. তোমাৰ চহীটো যেতিয়ালৈকে অটোগ্ৰাফ নহয় তেতিয়ালৈকে পৰিশ্ৰম কৰা।
  2. সফলতাই অচিনাক্ত শত্ৰুৰ সৃষ্টি কৰে।
  3. Awesome Attitude মোৰ একমাত্ৰ পৰিচয়।
  4. তোমাৰ ঠেক চিন্তাই মোক ঢুকি নাপাবা।
  5. হয়, মই হাঁহি আছোঁ, কিন্তু তোমাৰ বাবে নহয়।
  6. মোৰ পৰা ভাল ব্যৱহাৰ আশা কৰিছা যদি মোক তুমি best ব্যৱহাৰ দিব লাগিব।
  7. কিমান উৰিবা তুমি, এদিন মোৰ ওচৰ চাপিব লাগিবই।
  8. তোমাৰ attitude control নকৰিলে এদিন attitude তোমাক control কৰিব।
  9. নীল আকাশৰ তলত, মাটিৰ ওপৰত, মই এক জ্বলন্ত অগ্নিশিখা।
  10. কেতিয়াবা নিজকে চিনি পাবলৈ, জানিবলৈ, ঘৰৰ বাহিৰত এটা খোজেই যথেষ্ট।
  11. মই ৰাস্তা বিচাৰি নাপালে, ৰাস্তা বনাই লওঁ।
  12. মই পুৰণি হৈ যোৱা নাই, মাত্ৰ অতীতক জীয়াই ৰাখিছোঁ।
  13. মই তোমাৰ দাপোন মাত্ৰ, তুমি ভাল হলে, মই অতি ভাল, তুমি বেয়া হলে, মই অতিকৈ বেয়া।
  14. তুমি হয়টো নাজনা মই মোৰ hater ক hate নকৰোঁ, একেবাৰে শেষ কৰি দিও।
  15. মই শুদ্ধ সিদ্ধান্তত বিশ্বাস নকৰোঁ, মই যি সিদ্ধান্ত লও তাক শুদ্ধ কৰাত হে বিশ্বাসী।
  16. তোমাৰ attitude মোক দুখ দিব পাৰে, কিন্তু মোৰ attitude তোমাক শেষ কৰি দিব।
  17. Negativity পৰা আঁতৰত থাকিলেহে positive ফল আশা কৰিব পাৰি।
  18. মানুহৰ এটা কথা কোৱাৰ পাছত দহটা শুনাৰ ধৈৰ্য থকা উচিত।
  19. মই যেতিয়াই সফলতাৰ চাবি বিচাৰি পাওঁ, তেতিয়াই কোনোবাই তলাটো সলাই দিয়ে।
  20. মোৰ attitude মোৰ পৰিচয়, তাত তোমাৰ problem হৈছে যদি কথা পাতিবলৈ বাদ দিয়া।
  21. তোমাৰ Rejection মোৰ বাবে নতুন opportunity।
  22. Attitude, knowledge আৰু Skill মোৰ আচল সৌন্দৰ্য্যৰ চিক্ৰেট।

Assamese caption for instagram|| Assamese caption for facebook|| Assamese status image || Assamese status for self esteem || Assamese caption for self esteem

  1. তুমি আনৰ বাবে সলনি হোৱাৰ কোনো প্ৰয়োজন নাই, ধৰি লবা তোমাৰ সঠিক মানুহজন এতিয়াও লগ পোৱা নাই।
  2. মই available, Limited Edition, only one।
  3. মোৰ পৰা ৰাণীৰ দৰে ব্যৱহাৰ পাবলৈ মোক ৰজাৰ দৰে ব্যৱহাৰ দিব লাগিব।
  4. মই পৃথিৱীত কাকো impress কৰিব অহা নাই, মাত্ৰ মই মোৰ জীৱনটো উপভোগ কৰি সুখী হব আহিছোঁ।
  5. মই মহাণ হব বিচৰা নাই , কিন্তু মহৎ কাম নিশ্চয় কৰি যাম।
  6. মই ইমানেই দুখীয়া যে দুখটো চকু পানী বিচাৰি নাপাওঁ।
  7. দুখীয়াই তেতিয়াহে নিজকে দুখীয়া বুলি অনুভৱ কৰে, যেতিয়া ধনীয়ে দুখীয়া বুলি অনুভৱ কৰাই।
  8. Sorry, মোৰ সফলতাৰ ফিৰিঙতি তোমাৰ চকুত পৰা বাবে।
  9. Thank You, তোমালোকে নোৱাৰিব বুলি কোৱা বাবেই মই আজি সফল হলো।
  10. সফলতাৰ যাত্ৰা কৰিব বিচাৰিলে এখোজ দুখোজ কৈ আগবাঢ়ি যাবা, পলম হ’ব পাৰে, কিন্তু সফলতা নিশ্চিত।
  11. এই দেৱতা আৰু দৈত্যৰ পৃথিৱীত মইয়ে একমাত্ৰ পৰী।
  12. No বুলি কব পৰাটো এক প্ৰকাৰৰ কলা। যিয়ে এই কলা আয়ত্ব কৰিব পাৰিব তেওঁ কেতিয়াও বিপদত নপৰে।
  13. তোমাৰ শুদ্ধ, অশুদ্ধ বিচাৰে তোমাৰ আচল ৰূপটো প্ৰকাশ পায়।
  14. আনে মোৰ বিষয়ে কি ভাৱে, মোৰ চিন্তাৰ পৰিধিত নপৰে।
  15. সফলতা আৰু বিফলতাৰ মাজৰ পাৰ্থক্য মাত্ৰ এয়াই যে বিফলতা সফলতাৰ এখোজ পাছত থাকে।
  16. কঠিন পৰিস্থিতিত জীৱনটোক গালি নিদিবা, ভাৱি লবা ই জীৱনৰ এক শিক্ষা।
  17. Be Yourself, Be Original, Be Unique.
  18. মোক judge কৰাৰ আগতে দহবাৰ ভাবিবা, কাৰণ মইযি দেখাব বিচাৰোঁ তাকহে তুমি দেখিছা।

Assamese attitude caption for facebook || Assamese facebook photo caption|| Assamese motivational status || Assamese status for Motivation || Assamese status on attitude || Assamese caption for photo

  1. পositive এttitude সকলোঁ সলনি কৰি দিব পাৰি।
  2. মোক বেয়া পাই তুমি নিজকে ভালপোৱা কৰিব নোৱাৰা।
  3. তুমি নিজে যি হব বিচৰা, কৰিব বিচৰা তাকে কৰা, আনে কি হোৱাটো বা কৰাটো বিচাৰে সেয়া অৰ্থহীন।
  4. সদায় warrior হোৱা worrier নহয়।মই চাপৰ নহয়, মাত্ৰ মাটিৰ লগত মোৰ সম্পৰ্ক অধিক গাঢ়হে ।
  5. কেৱল ব্যস্ত হলেই নহব , ফলাফল দিবও পাৰিব লাগিব।
  6. তুমি প্ৰতি মূহুৰ্তত সন্ধান কৰা পখিলা জনী এইজনীয়ে। বিশ্বাস কৰা।
  7. তুমি যিমানেই ওপৰৰ পৰা পৰিবা, সিমানেই বেছি গভীৰ জ্ঞান অৰ্জন কৰিব পাৰিবা আৰু দুগুণ উৎসাহী হৈ আগবাঢ়ি যাবা।
  8. তুমি গুৰুত্বহীন যেতিয়ালৈকে বিখ্যাত নোহোৱা।
  9. মই এনে লোকক কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ, যাৰ বন্ধুত্ব সকলোৰ লগত থাকে।
  10. মই palyboy নহয় ,মাত্ৰ Girl বোৰেহে play কৰে মোৰ লগত।
  11. মই আনক follow নকৰোঁ, মই একমাত্ৰ নিজকে হে follow কৰো ।
  12. মোৰ একমাত্ৰ Problem হ’ল মোৰ attitude।
  13. Change ‘ONE DAY’ into ‘TODAY’.
  14. কাইলৈৰ কাম আজিয়েই কৰা আৰু আজিৰ কাম এতিয়াই কৰা।
  15. Negative Attitude দ্বাৰা Positive ফল আশা নকৰাই ভাল। Think positive, Live positive।
  16. মোৰ জীৱন মোৰ ইচ্ছা। মোৰ জীৱনৰ কাহিনী মই নিজে লিখিম।
  17. কোনো কাৰণ নোহোৱাকৈ আঁতৰি গৈছা যেতিয়া ক্ষমা বিচাৰি উভতিও নাহিবা।
  18. মোক কেৱল মোৰ মাজতে বিচাৰি পাবা। মোক আনৰ মাজত বিচাৰি লাভ নাই।
  19. যিসকলে তোমাক avoid কৰে তেওঁৰ পাছত ঘূৰি সময় নষ্ট নকৰাই উত্তম।
  20. যদি মোৰ বিষয়ে বেয়াকৈ আনক কব বিচৰা ,মোৰ ওচৰত আহিবা। মই আৰু অলপ শিকাই দিম।
  21. যাৰ সাহস আছে তেওঁয়েই বিজয়ী হয়।
  22. মোৰ কোনো attitude নাই। মোৰ ব্যক্তিত্ব তোমাৰ চিন্তাৰ পৰিধিৰ বাহিৰত।
  23. দুষ্টৰ পৰা আঁতৰত থকাৰ অন্যতম উপায় হল, নিজকে ৰহস্যময় কৰি তোলা।

Assamese status || Assamese instagram caption|| Assamese twitter status || Assamese status on laugh || Assamese caption for instagram

  • হাঁহি থাকা যাতে সমগ্ৰ পৃথিৱী তোমাৰ লগত হাঁহিব পাৰে।তোমালোকে মোৰ নামহে জানা, মোৰ কাহিনী নাজানা।
  • তোমালোকে মই কি কৰিলোঁ সেয়াহে জানা, কেনেকৈ কৰিলোঁ সেয়া হয়টো নাজানা।
  • মূৰ্খৰ লগত নীৰৱতাই একমাত্ৰ উত্তৰ।
  • সফলতাৰ বাবে ভাল বন্ধুৰ প্ৰয়োজন, কিন্তু সফলতাৰ শিখৰত উপনীত হবলৈ ভাল শত্ৰুৰ অতি প্ৰয়োজন।
  • মানুহে মোক হাঁহে কাৰণ মই ব্যতিক্ৰম, মই হাঁহো সিহঁতক কাৰণ তেওঁলোক সকলো একেই।
  • মই নিজৰ কামৰ মাজতে আনক সহায় কৰিব বিচাৰো।
  • মোৰ attitude কেৱল মোৰ বাবে, তোমাৰ বাবে নহয়।
  • যি তোমাৰ বাবে শুদ্ধ তাকে কৰা, অকলশৰীয়া হবা কিছু সময়ৰ বাবে, কিন্তু সুখী হবা।
  • মহান মনোবৃত্তিৰ লোকে Idea বিষয়ে আলোচনা কৰে, ঠেক মনোবৃত্তিৰ লোকে মানুহৰ বিষয়ে আলোচনা কৰে।
  • তোমাৰ লক্ষ্য, উদেশ্য মহৎ হলে, তুমি সফল হবাই।
  • ভাল মানুহ হোৱা, কিন্তু প্ৰমাণ দিয়াৰ চেষ্টা নকৰিবা।
  • মই জন্মগত প্ৰতিভাৱান আছিলোঁ, কিন্তু শিক্ষাই মোক ধ্বংস কৰিলে।
  • অনুপ্ৰেৰণা লোৱা, কিন্তু নকল নকৰিবা।
  • তুমি নিজৰ জীৱন উপভোগ কৰিবলৈ জন্ম লৈছা, আনৰ জীৱনৰ কাৰণে নহয়।
  • জীৱনৰ আন এটা নাম হল Adjustment, কিন্তু সততা আৰু নৈতিকতা লগত compromise নকৰিবা।
  • মানৱতা কেৱল মানুহৰ লগত দেখালে নহব, জীৱ জন্তুৰ লগতো দেখুৱাব লাগিব।
  • পাহাৰ আঁতৰৰ পৰাহে দেখিবলৈ ধুনীয়া।
  • জীৱনটো নদীৰ দৰে প্ৰবাহিত হব লাগে, গতিৰোধ হলে বানপানীৰ দৰে জীৱনটো বিশৃংখল হব পাৰে।

Assamese status|| Assamese caption ||Assamese whatsApp status|| Assamese status for Facebook || Assamese status on motivation

  1. গোপনীয়তা সফলতাৰ এক অন্যতম স্তম্ভ।
  2. মানুহৰ এটাই ধৰ্ম হওঁক মানৱতা।
  3. মোক অনুসৰণ কৰা কিন্তু নকল নকৰিবা।
  4. প্ৰবল ইচ্ছা শক্তিৰ পৰাহে ইপ্সিত লক্ষ্য উপনীত হব পাৰে।
  5. আনৰ লগত যুঁজ দিয়াতকৈ নিজৰ লগত নিজে যুঁজ দিয়া, বেছি লাভৱান হবা।
  6. তুমি ভয় নাখাবা, মই এতিয়াও হাঁহি আছোঁ।
  7. যদি কোনোবাই তোমাক শিল মাৰে, তুমি ইটা মৰাৰ সামৰ্থ্য ৰাখিবা ।
  8. যিদৰে মহাকাশত কোনো সীমা নাই সেইদৰে সম্ভাৱনাৰো কোনো সীমা নাই। বিচাৰি লোৱাটো তোমাৰ কাম।
  9. মা দেউতা সমান ছাঁ দিয়া বটবৃক্ষ জীৱনত দ্বিতীয় জন বিচাৰি নাপাবা।
  10. মহান চিন্তা মহান কৰ্ম সাধাৰণ জীৱন যাপন কৰা লোকেহে কৰিব পাৰে।
  11. এপাহ ফুলে কাষৰ ফুলপাহৰ লগত প্ৰতিযোগিতা কৰি নুফুলে, স্বকীয় ৰূপত ফুলে আৰু সময়ত মৰহি যায়।
  12. মই কেৱল মইহে, তোমাৰ opinion প্ৰয়োজন বোধ নকৰোঁ।
  13. মই শক্তিশালী, মই ধুনীয়া আৰু কি প্ৰয়োজন মোক!
  14. মোৰ ব্যক্তিত্ব এটাই, attitude কেইবাটাও। তোমাৰ যি attitude পচন্দ হয় দিব পাৰো।
  15. Confidence সহায়ত আধা যুঁজ ৰণত নমাৰ আগতে জয় কৰিব পাৰি।

Assamese status on life|| Assamese Instagram status| Assamese LIFE caption|| Assamese caption for fb || Assamese status on positive attitude || Assamese caption on life

  1. তুমি যিমানে ভাল কাম কৰিলেও মানুহে তোমাক সমালোচনা কৰিবই। সেয়েহে সমালোচনা Positive হিচাপে লৈ কাম কৰি যোৱা।
  2. নীৰৱতা সমালোচনাৰ উত্তম উত্তৰ।
  3. নিজে গৰ্বিত অনুভৱ নকৰালৈকে কাম কৰি যোৱা।
  4. নিজক লৈ গৰ্ব নকৰিবা, কিন্তু নিজৰ কৰ্মক লৈ গৰ্ব নিশ্চয় কৰিব পাৰা।
  5. বৃদ্ধ শৰীৰহে হয়, মনটোক বৃদ্ধ হবলৈ নিদিব।
  6. সংসাৰত সুন্দৰ বস্তুৰ অভাৱ নাই, তথাপিও মই তোমাক চাইহে নয়নত শান্তি অনুভৱ কৰো।
  7. সুন্দৰ মনে সকলো বস্তু তে সুন্দৰতা দেখা পাই।
  8. বয়স কেৱল এটা নম্বৰহে, ইয়াক মনৰ মাজত ঠাই নিদিবো।
  9. জীৱনে আগুৱাই যাবলৈ প্ৰতিবাৰে দ্বিতীয় সুযোগ দিয়ে, আৰু সেয়া গ্ৰহণ কৰাটো বুধিয়ক কাম।
  10. মধ্যাকৰ্ষণ শক্তিৰ বাহিৰে কোনেও মোক তলত নিব নোৱাৰে।
  11. মই কেতিয়াও দ্বিতীয় option নহয়। হয় মোক গ্ৰহণ কৰা নহলে মোক হেৰুৱাব লৈ সাজু হোৱা।
  12. কঠিন সময়ত স্থিৰ হব পাৰিলে আন সময়ত জয়ী হবলৈ সহজ হয়।
  13. সকলো কামকে অসম্ভৱ যেনেই লাগে যেতিয়ালৈকে তাক কৰা নাযায়।
  14. সপোন ৰাতি দেখাতকৈ দিনত সুস্থ চিন্তাৰেৰে দেখিব লাগে।
  15. এটা সুন্দৰ জীৱন এটা সুন্দৰ মনৰ দ্বাৰা আৰম্ভ হয়।
  16. যিদৰে তোমাক মানুহে বেয়া পাব সমানুপাতিক ভাৱে মানুহে তোমাক ভালো পাব।
  17. ভাল মানুহে নিজৰ ভাল কামৰ প্ৰচাৰৰ প্ৰয়োজনবোধ নকৰে, বেয়া মানুহে হে বেয়া কাম ঢাকিবৰ বাবে দুই এটা ভাল কামৰ প্ৰচাৰ কৰি ফুৰে।
  18. ডাক টিকটৰ দৰে লক্ষ্যত উপনীত নোহোৱালৈকে লাগি থাকিবা।

Assamese caption for instagram||Assamese caption attitude||Assamese caption for boys||Assamese best caption || best Assamese status || Assamese status on time

  1. মই জানো মই SPECIAL।
  2. পিছলৈ চাই সময় নষ্ট নকৰিবা কাৰণ পিছত যোৱাটো সম্ভৱ নহয়।
  3. সময়ৰ সোঁতত নিজকে এৰি নিদিবা, সময়ত কৈ আগত থাকিবলৈ নিজকে নিয়ন্ত্ৰণত থব লাগিব।
  4. বৃহৎ অৰণ্যত হৰিণাৰ দৰে জীয়াতকৈ নিজৰ সৰু হাবিত বাঘৰ দৰে থকাই উত্তম।
  5. ভগৱানে কোনো ভূল নকৰা বাবে আজি মই সুন্দৰ।
  6. ভগৱান সকলো সময়তে নিজৰ অন্তৰত বিৰাজমান।বিচাৰিব, জগাব জানিলেই হল।
  7. মোৰ শত্ৰু বেছিদিন ভগৱানে জীয়াই ৰাখে যাতে মোৰ সফলতা দৰ্শন কৰি যাব পাৰে।
  8. মানুহৰ ব্যক্তিত্ব সূৰ্যৰ দৰে স্থিৰ হব লাগে যাতে, সকলোকে পোহৰ বিলাবো পাৰা।
  9. মানুহে উশাহত Confidence লৱ লাগে আৰু নিশাহত Doubt এৰি দিব লাগে।
  10. কেৱল Talent থাকিলে নহব, তাক সৎ ব্যৱহাৰ কৰিবও জানিব লাগিব।
  11. মোৰ বিষয়ে আনক নুসুধিবা, সঠিক জানিবলৈ মোক সুধিবা।
  12. কোনো লোককে তোমাৰ বিষয়ে কবলৈ Permission নিদিবা।
  13. সম্পৰ্কত অহাটো সহজ, কিন্তু তাক জীয়াই ৰখাটো কঠিন।
  14. সমস্যা এখন দেৱালৰ দৰে, বাধা দিয়ে কিন্তু পাৰ কৰাটো অসম্ভৱ নহয়।
  15. এটা মিছা কথা কলে তাক গাপ দিবলৈ দহটা মিছা কথা কব লগা হয়।
  16. তোমাৰ এজনো যদি বিশ্বাসী বন্ধু আছে তেন্তে তুমি বহুত ভাগ্যৱান, বিশ্বাসী ব্যক্তিক হেৰুৱাবলগীয়া হলে সেয়া তোমাৰ মূৰ্খামী হব।
  17. ইৰ্ষা এক ডাঙৰ বেমাৰ। তাক Cure কৰিবই লাগিব।
  18. তুমি মোৰ পৰা যি ব্যৱহাৰ আশা কৰা মোকো তেনে ব্যৱহাৰ কৰিবা।
  19. যুদ্ধত জয়ী হবলৈ যুঁজত নামিবও লাগিব।
  20. যিদৰে নাৱত দুখন ভৰি একেলগে কেতিয়াও দিব নালাগে, ঠিক সেইদৰে কাকো কেতিয়াও সম্পূৰ্ণ বিশ্বাস কৰিব নালাগে।

21 thoughts on “200+ Best Assamese caption for Instagram on Attitude, love, life, sad, Bihu, Mother”

  1. ৮০ % ল'ৰা ছোৱালীৰ প্ৰেমিক প্ৰেমিকা থাকে আৰু বাকীবোৰৰ brain থাকে।

  2. জিবনত মই একোয়ে khuda নাই khudisu khali এটা monor মানুহ khei মানুহে নাপালোঁ ্ নাজানো কি ভুল Korisu মই Allahr তাত ইমানে অভাগীনি moi 😫

Leave a Comment

Your email address will not be published. Required fields are marked *