Mahatma Gandhi's Quotes in Assamese

20+ অসমীয়াত মহাত্মা গান্ধীৰ মহান বাণী || 20+ Best Mahatma Gandhi’s Quotes in Assamese

Mahatma Gandhi’s Quotes in Assamese || অসমীয়াত মহাত্মা গান্ধীৰ মহান বাণী

প্ৰতিবছৰে মহাত্মা গান্ধীৰ জন্মদিন ২ অক্টোবৰ তাৰিখে আমি গোটেই ভাৰতবৰ্ষতে গান্ধী জয়ন্তী হিচাপে পালন কৰি আহিছোঁ। তেওঁক সকলো ভাৰতীয়ৰ উপৰিও বিশ্বৰ সকলো লোকে অহিংসাৰ পূজাৰী হিচাপে শ্ৰদ্ধা জনায় আহিছে। তেওঁ সমগ্ৰ বিশ্বতে নিজৰ জ্ঞান আৰু চিন্তা ধাৰাৰ বাবেও বিখ্যাত। জাতিৰ পিতা মহাত্মা গান্ধীয়ে আমাক প্ৰদান কৰা কেইটামান মহান বাণী আপোনালোকৰ বাবে আগবঢ়ালোঁ।

Mahatma Gandhi quotes in assamese
Mahatma Gandhi Quotes

✓মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত আধাৰিত হয়। সত্য মোৰ ভগৱান আৰু অহিংসা হৈছে তাক অৰ্জন কৰাৰ সাধন।
মহাত্মা গান্ধী।Mahatma Gandhi

✓শক্তি শাৰীৰিক ক্ষমতাৰ পৰা নাহে। ই এক অদম্য ইচ্ছা শক্তিৰ পৰাহে আহে।
মহাত্মা গান্ধী।Mahatma Gandhi

✓প্ৰথমতে তেওঁলোকে আপোনাক গুৰুত্ব নিদিব, তাৰপাছত তেওঁলোকে আপোনাক হাঁহিব , শেষত আপোনাৰ লগত যুঁজ দিব আৰু আপুনি যুঁজত জয়ী হব।মহাত্মা গান্ধী।Mahatma Gandhi

✓আমি মানৱতাৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে। মানৱতা সাগৰৰ দৰে ; যদি কেইটোপালমান সাগৰৰ পানী লেতেৰা হয়, সম্পূৰ্ণ সাগৰখন কেতিয়াও লেতেৰা হৈ নাযায়।মহাত্মা গান্ধী।Mahatma Gandhi

✓সাজ-পােছাকে মানুহক ভদ্র কৰি গঢ়ি নোতোলে। সৎ চিন্তা আৰু সৎ শিক্ষাৰ দ্বাৰাহে এজন প্রকৃত ভদ্রলোক হব পাৰি। মহাত্মা গান্ধী।Mahatma Gandhi

✓লােকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম। কিন্তু নিজক পৱিত্র কৰাটো তাতােকৈ বুদ্ধিমানৰ কথা।মহাত্মা গান্ধী।Mahatma Gandhi

✓যাৰ দুই চকু কুটিল তেওঁ অন্ধ নহয়, যি নিজৰ দোষ ঢাকি আনৰ দোষ খুচৰি ফুৰে তেওঁহে প্রকৃততে অন্ধ।
মহাত্মা গান্ধী।Mahatma Gandhi

Mahatma Gandhi’s Quotes in Assamese || অসমীয়াত মহাত্মা গান্ধীৰ মহান বাণী

✓ দুর্বলে কেতিয়াও ক্ষমা কৰিব নােৱাৰে। ক্ষমাশীলতা একমাত্র শক্তিমানৰ কাম।মহাত্মা গান্ধী।Mahatma Gandhi

✓ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই ভাল।
মহাত্মা গান্ধী।Mahatma Gandhi

Mahatma Gandhi’s Quotes in Assamese || অসমীয়াত মহাত্মা গান্ধীৰ মহান বাণী

✓আপুনি সংসাৰত যি পৰিবৰ্তন আনিব বিচাৰিছে, সেই পৰিবৰ্তন প্ৰথমে নিজকে কৰক।
মহাত্মা গান্ধী।Mahatma Gandhi

✓প্রতিশােধতকৈ ক্ষমতাইহে মনুষ্যত্বৰ চিনাকি। ক্ষমা ভূষণ, ক্ষমতা থকা সত্বেও তাক ব্যৱহাৰ নকৰাটোৱেই প্রকৃত জ্ঞান।
 মহাত্মা গান্ধী।Mahatma Gandhi

✓মই মানুহৰ সেৱাৰ মাজেদি ঈশ্বৰক পাব বিচাৰো, কাৰণ ঈশ্বৰ স্বর্গতাে নাই, পাতালতাে নাই। আছে মাথাে আমাৰ সকলােৰে অন্তৰত।মহাত্মা গান্ধী।Mahatma Gandhi

✓নীতিহীন ৰাজনীতি কামত নলগােৱা সম্পত্তি, বিবেকহীন আনন্দ, চৰিত্রহীন জ্ঞান, নৈতিকতাহীন বাণিজ্য, মানৱতাহীন বিজ্ঞান আৰু ত্যাগহীন পূজা, এই নীতিবোৰ মহাদোষ।
মহাত্মা গান্ধী।Mahatma Gandhi

Mahatma Gandhi’s Quotes in Assamese || অসমীয়াত মহাত্মা গান্ধীৰ মহান বাণী

✓নিন্দাই মােক নীচ কৰিব নােৱাৰে, প্রশংসায়াে মােক উচ্চ স্তৰলৈ নিব নোৱাৰে। মই যি আছো সেয়ে থাকিম।
মহাত্মা গান্ধী।Mahatma Gandhi

Mahatma Gandhi quotes assamese
Mahatma Gandhi quotes in assamese

✓কিতাপৰ পাতৰ পৰা শিক্ষক-শিক্ষয়িত্রীসকলে তােমালােকৰ চৰিত্ৰ দিব নােৱাৰে। চৰিত্র গঠন আচল জীৱনৰ পৰাহে আহে। প্রকৃতপক্ষে তােমালােকৰ নিজৰ ভিতৰৰ পৰাহে চৰিত্র বিকাশ হ’ব লাগিব।
মহাত্মা গান্ধী।Mahatma Gandhi

✓ক্রোধত উন্মত্ত হলে একো লাভ নহয়, ক্রোধৰ পৰাই আক্রোশৰ জন্ম, আক্রোশৰ ফলত বিভৎস ঘটনা ঘটে।মহাত্মা গান্ধী।Mahatma Gandhi

Mahatma Gandhi’s Quotes in Assamese || অসমীয়াত মহাত্মা গান্ধীৰ মহান বাণী

✓অন্তঃকৰণ পবিত্র নহলে পাণ্ডিত্যৰ কোনাে মূল্য নাই। শগুণ যিমানেই ওপৰলৈ উৰি নাথাকক কিয় তাৰ চকু সদায় তলৰ মৰাশৰ ওপৰত।
 মহাত্মা গান্ধী।Mahatma Gandhi

✓প্রলােভনৰ উৰ্দ্ধত থাকিব পৰাজনেহে জীৱনক উপভােগ কৰিব পাৰে।
মহাত্মা গান্ধী।Mahatma Gandhi

✓মোৰ অনুমতি অবিহনে কোনেও মোৰ অনিষ্ট সাধন কৰিব নোৱাৰে।
মহাত্মা গান্ধী।Mahatma Gandhi

✓স্বাস্থ্য হৈছে মানুহৰ প্ৰকৃত ধন; সোন, ৰূপ নহয়।মহাত্মা গান্ধী।Mahatma Gandhi

Thank you.

1 thought on “20+ অসমীয়াত মহাত্মা গান্ধীৰ মহান বাণী || 20+ Best Mahatma Gandhi’s Quotes in Assamese”

Leave a Comment

Your email address will not be published. Required fields are marked *