অসমীয়া সাহিত্যিকৰ সাহিত্য সৃষ্টিৰ কিছু তথ্য Assamese writer’s book list
✓হীৰেন গোহাঁই
- অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা(১৯৮৭)
- সাহিত্যৰ সত্য(১৯৭০)
- সাহিত্য আৰু চেতনা(১৯৭৬)
- বিশ্বয়তন(১৯৮৩)
- বাস্তৱৰ স্বপ্ন (১৯৭২)
- কাল ভ্ৰমৰ (১৯৭৪)
- কেৱল মানুহৰ আছে গান (১৯৭০)
- সমাজ আৰু সমালোচনা (১৯৭২)
- সৃষ্টি আৰু যুক্তি (১৯৭২)
- কীৰ্তন পুথিৰ ৰহবিচাৰ (১৯৮১)
- তেজৰ আখৰে লিখা (১৯৮২)
- কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা (১৯৮৬)
- উপন্যাসৰ আধুনিক সমালোচনা (ভাগ ১,২)
- অদৃষ্ট আৰু অসম (১৯৮৮)
- কাল শ্রত আৰু কাণ্ডাৰী (১৯৯৫)
- Tradition & Paradise lost: a heretical view (1997)
- Assam, a burning question (1984)
- On the present movement in Assam (1980)
- Nature and art in Shakespeare: an essay on Hamlet,Nature and Art In Shakespeare (1988)
- The Magic Plant (1992)
- Aspects of Early 19th Century Bengalee Culture (1990)
✓হোমেন বৰগোহাঞি
- পিতা পুত্ৰ
- আত্মানুসন্ধান
- হালধীয়া চৰায়ে বাওধান খায়,
- সাওদৰ পুতেকে নাও মেলি যায়
- অস্তৰাগ
- তিমিৰ তীৰ্থ
- কুশীলৱ
- এদিনৰ ডায়েৰি
- বিষন্নতা
- নিসংগতা
- সুবালা
- মৎস্যগন্ধা
- ধুমুহা আৰু ৰামধেনু
- মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ
- গদ্যৰ সাধনা
- মানুহ হোৱাৰ গৌৰৱ
- প্ৰজ্ঞাৰ সাধনা
- উচ্চাকাংক্ষা
✓হেম বৰুৱা
- সাগৰ দেখিছা (১৯৫৪)
- ডাক পখিলী
- মেকং নৈ দেখিলোঁ
- ইজৰাইল
- আধুনিক সাহিত্য (১৯৪৮)
- বালিচন্দা(১৯৫৯)
- সালমিহলি (১৯৫৯)
- ৰঙা কৰবিৰ ফুল (১৯৫৯)
- কন্নকি (১৯৬০)
- এই গীত (১৯৬১)
- সাহিত্য আৰু সাহিত্য (১৯৬২)
- আচুফুল (১৯৬৪)
- মন ময়ুৰী (১৯৬৫)
- বহাগত পাতি যাও বিয়া (১৯৬৯)
- স্মৃতিৰ পাপৰী (১৯৭০)
- তলসৰা
- The Red River & the Blue Hill(1954)
✓হেমচন্দ্ৰ বৰুৱা
- হেমকোষ(১৯০০)
- অসমীয়া ব্যাকৰণ(১৮৫৯)
- আদি পাঠ(১৮৭৩)
- পাঠ-মালা) (1882)
- অসমীয়া ল’ৰাৰ ব্যাকৰণ(১৮৮৬)
- পঢ়াশলীয়া অভিধান(১৮৯২)
- বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী
- কানীয়াৰ কীৰ্ত্তন(১৮৬১)
- স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়(অনুবাদ)
- Assamese Marriage System
✓হলিৰাম বৰুৱা
- যৎকিঞ্চিৎ
✓হৰিনাৰায়ন দত্ত বৰুৱা
- শ্ৰী মদ্ভাগৱত
- শ্ৰী শংকৰ বক্যমৃত
✓সূৰ্য কুমাৰ ভূঞা
- ৰমণী গাভৰু
- বুৰঞ্জীৰ বাণী
- লাচিত বৰফুকন
- কোৱঁৰ বিদ্ৰোহ(১৯৪৮)
- কামৰূপৰ বুৰঞ্জী (১৯৩০)
- দেওধাই অসম বুৰঞ্জী(১৯৩২)
- অসমৰ পদ্য বুৰঞ্জী;(১৯৩২)
- পদসাহ বুৰঞ্জী(১৯৩৫)
- কছাৰী বুৰঞ্জী(১৯৩৬)
- জয়ন্তীয়া বুৰঞ্জী
- ত্ৰিপুৰা বুৰঞ্জী
- সাতসৰী অসম বুৰঞ্জী
- মিৰজুমলাৰ অসম আক্ৰমণ(১৯৫৬)
- গোপাল কৃষ্ণ গোখলে(১৯৬১)
- আহোমৰ দিন(১৯১৮)
- ৰবীন্দ্ৰ নাথ ঠাকুৰ(১৯২০)
- আনন্দৰাম বৰুৱা(১৯২০)
- জোনাকী(১৯২৮)
- চানেকী(১৯২৮)
- অসম জীয়ৰী(১৯৩৫)
- ৰাজেশ্বৰ সিংহ(১৯৭৬)
- ৰমনী গাভৰু(১৯৫১)
- স্বৰ্গদেউ গদাধৰ সিংহ
- আনন্দৰাম ঢেকীয়াল ফুকন
- জগন্নাথ বৰুৱা
- চাৰ এডৱাৰ্ড গেইট
- নিৰ্মালি(১৯১৮)
- পঞ্চমী(১৯২৭)
- ত্ৰিপদী(১৯৬০)
- An Assamese Nurjahan (1962)
- Tungkhungia Buranji (1932)
- Assamese Historical Literature
- Kartuya
- An Account of Assam
- Preliminary Report on the old Record at Assam Secretariat
- Lachit Barphukan and his Times
- Annal of Delhi Badsahai
- Anglo Assamese Relations (1937)
- The Seven Hindrances (1937)
- Atan Buragohain and his Times (1937)
- Studies in the Literature of Assam (1937)
- Catalogue of Historical writings (1955)
✓সুৰেন্দ্ৰ মোহন দাস
- টলষ্টয়ৰ সাধু (অনুবাদ)
- যুদ্ধ আৰু শান্তি (অনুবাদ)
✓সত্যনাথ বৰা(অসমীয়া সাহিত্যৰ বেকন)
- সাৰথি(১৯১৫)
- সাহিত্যৰ বিচাৰ
- বহল ব্যাকৰণ
- গীতাৱলী
- কেন্দ্ৰ সভা(১৯২৫)
- চিন্তা কলি (১৯৩৫)
- আকাশ ৰহস্য
- জীৱনৰ অমিয়া
✓শংকৰদেৱ
- কীৰ্তন
- গুণমালা
- উত্তৰাকণ্ড ৰামায়ন
- বৰগীত
- হৰিশ্চন্দ্ৰ উপাখ্যান
- অজামিল উপাখ্যান
- বলিছলন
- অমৃত মন্থন
- গজেন্দ্ৰ উপাখ্যান
- কুৰুক্ষেত্ৰ
- গোপী-উদ্ধৱ সংবাদ
- কৃষ্ণ প্ৰয়াণ – পাণ্ডব নিৰ্বাৰণ
- ভক্তি প্ৰদীপ
- ভক্তি ৰত্নাকৰ
- নিমি-নৱসিদ্ধ সংবাদ
- অনাদি পাতন
- ভাগৱত প্ৰথম, দ্বিতীয়
- দশম স্কন্ধৰ আদিছোৱা
- ৰামায়ণৰ উত্তৰা কাণ্ড
- কালিয়দমন নাট
- কেলিগোপাল
- ৰুক্মিণী হৰণ
- পাৰিজাত হৰণ
- ৰাম বিজয়
✓লীলা গগৈ
- অসমৰ সংস্কৃতি(১৯৮২)
- নৈ বৈ যায়(১৯৮৩)
- বিকোদৰ বৰুৱাৰ বিয়া(১৯৭৭)
- খঁৰা শিয়ালৰ বিয়া (শিশু কবিতা) (১৯৫৪)
- বুৰঞ্জীয়ে পৰশা নগৰ (১৯৫৭)
- হেৰোৱা দিনৰ কথা (১৯৫৭)
- শৰাইঘাটৰ যুদ্ধৰ কথা (১৯৭৭)
- বেলি মাৰ গল (১৯৮৩)
- বুৰঞ্জী সাহিত্য (১৯৮৮)
- বুৰঞ্জীয়ে কথা কয় (১৯৯১)
- বুৰঞ্জীৰ ৰূপৰেখাঃশিৱসাগৰ (১৯৯৪)
- আহোম জাতি আৰু অসমীয়া সংস্কৃতি (১৯৬১)
- বিহু এটি সমীক্ষা (১৯৬৯)
- টাই সংস্কৃতিৰ ৰূপৰেখা (১৯৭১)
- সাহিত্য সংস্কৃতিৰ বুৰঞ্জী (১৯৭২)
- অসমীয়া লোকগীত (১৯৫৭)
- মণিৰাম দেৱানৰ গীত (১৯৫৭)
- জোনবাই এ এটি তৰা দিয়া (১৯৬৮)
- অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা (১৯৬৮)
- বিহুগীত আৰু বনঘোষা (১৯৬৯)
- কপলিং চিগা ৰেল (১৯৫৯)
- বিয়েৰিং চিঠি (১৯৭৬)
- বিশেষ কি লিখিম (১৯৭৮)
- ঘেৰঘেৰী বাছ (১৯৮১)
- নীলা চিঠি (১৯৮৬)
- হাঁহি আৰু বাঁহী (১৯৮৫)
- গীত মালঞ্চ (১৯৬৪)
- সোণতৰা (১৯৫৪)
- পোনাকণৰ সপোন (১৯৫৫)
- অনুপম কোঁৱৰৰ সাধু (১৯৫৯)
- লাচিত বৰফুকন (১৯৬২)
- ৰংমনৰ কথা (১৯৬৩)
- জয়মতী কুঁৱৰী আৰু মূলা গাভৰু (১৯৬৩)
- ভাৰতৰ কথা (১৯৭২)
- সৰগৰ মুকুতা (১৯৫৭)
- ডকাইত কোন (১৯৫৭)
- নীলা খামৰ চিঠি (১৯৬৩)
- সাহিত্যঃদুটিমান আলোচনা (১৯৮৩)
- চিন্তাৰ স্বাক্ষৰ (১৯৯২)
- অসমীয়া সংস্কৃতি (সম্পাঃ) (১৯৬৬)
- অসমীয়া গ্ৰন্থপঞ্জী (সম্পাঃ) (১৯৭২)
- যতীন্দ্ৰ নাথ দুৱৰাঃকবি আৰু কবি প্ৰতিভা(সম্পাঃ)(১৯৮৭)
- আধুনিক অসমীয়া সাহিত্যৰ পৰিচয় (সম্পাঃ)(১৯৮৮)
- কুমাৰ হৰণ(১৯৭২)
- চোৰ ধৰা (১৯৭২)
- অশ্বকৰ্ণ বধ (১৯৭৩)
- বঙ্গৰ লোক সংস্কৃতি (১৯৮৩)
- সীমান্তৰ মাটি আৰু মানুহ (১৯৬৩)
- বিহু-এটি সমীক্ষা ( ১৯৬৯)
- ইংৰাজী সংকলন
- The Tai Khamtis of North East India
- (১৯৭১)
- The Buranjiss:Historical Literature of Assam(১৯৮৬)
- The History of the System of Ahom Administration (১৯৯১)
✓লক্ষ্যধৰ চৌধুৰী
- মানুহ বিচাৰি
- মোৰ লক্ষ্য (কবিতা)
- নিমিলা অংক(নাটক)
- উমলা ঘৰ(নাটক)
✓লক্ষ্মীনাথ বেজবৰুৱা(ৰসৰাজ)
- পদুম কুঁৱৰী
- সুৰভি
- কেহুকলি
- বুঢ়ী আইৰ সাধু
- ককাদেউতা আৰু নাতিল’ৰা
- জুনুকা
- বাখৰ
- কামত কৃতিত্ব লভিবৰ সংকেত
- ধেমেলীয়া নাটক (প্ৰহসন)
- লিতিকাই
- নোমল
- পাচনি
- চিকৰপতি নিকৰপতি
- নাটৰ কুকি
- গদাধৰ ৰজা
- মঙলা
- চক্ৰধ্বজ সিংহ
- জয়মতী কুঁৱৰী
- বেলিমাৰ
- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
- কৃপাবৰ বৰুৱাৰ ওভতনি
- বৰবৰুৱাৰ বুলনি
- বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
- বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
- বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
- বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
- কৃপাবৰ বৰুৱাৰ সামৰণি
- ভাৰতবৰ্ষৰ বুৰঞ্জী(অনুবাদ)
- অসমীয়া ভাষা আৰু সাহিত্য
- পত্ৰলেখা
- কাঁহুদী আৰু খাৰলি
- মোৰ জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫)(আত্মজীৱনী)
- মোৰ জীৱন সোঁৱৰণ (দ্বিতীয় খণ্ড, ১৯৬১)(আত্মজীৱনী)
- ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত
- শ্ৰীশ্ৰী শংকৰদেৱ
- শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ
- চিন্তাশীল ৰচনাসম্পাদনা কৰক
- তত্ত্বকথা
- শ্ৰীকৃষ্ণকথা
- ভগৱৎ কথা
- সাধুকথাৰ কুঁকি
- জোনবিৰি
✓লক্ষ্মী নন্দন বৰা
- পাতাল ভৈৰৱী(১৯৮৬)
- দৃষ্টিৰূপা(১৯৫৮)
- নিশাৰ পূৰভী (১৯৬২)
- গঙা চিলনীৰ পাখি (১৯৬৩)
- আকৌ শৰাইঘাট (১৯৮০)
- মাটিত মেঘৰ ছাঁ (১৯৭০)
- বিশেষ এৰাতি (১৯৭৯)
✓মহিম বৰা
- কাঠনিবাৰী ঘাট (১৯৬১)
- দেহা গৰকা প্ৰেম (১৯৬৭)
- মই, পিপলী আৰু পূজা (১৯৬৭)
- বহুভুজী ত্ৰিভুজ (১৯৬৭)
- এখন নদীৰ মৃত্যু (১৯৭২),
- ৰাতি ফুলা ফুল (১৯৭৭)
- বৰযাত্ৰী (১৯৮০)
- মোৰ প্ৰিয় গল্প (১৯৮৭),
- গল্প সমগ্ৰ মহিম বৰা (১৯৯৩),
- চিন্তা বিচিত্ৰা (১৯৭৫),
- সাহিত্য বিচাৰ (১৯৮৯)
- হেৰোৱা দিগন্তৰ মায়া (১৯৭৩)
- পুতলা ঘৰ (১৯৭৩)
- এধানি মাহীৰ হাঁহি (১৯৯৭)
- বন্দুলি ফুলৰ ৰং (২০০৭)
- বত্ৰিশ পুতলাৰ সাধু (১৯৭৬),
- তেজীমলা আৰু চিণ্ডেৰেলা (২০০১)
- ৰাজা ৰামমোহন ৰায় (১৯৮৯)
- শ্ৰীশ্ৰী শংকৰদেৱৰ নাট্যাৱলী (১৯৮৯)
- ৰঙা জিঞা (১৯৭৮)
- জোনমণিৰ হাঁহি
✓ৰাম সৰস্বতী
- মহাভাৰত (অনুবাদ)
- বিজয় পৰ্ব
- মণিচন্দ্ৰ ঘোষ পৰ্ব
- পুষ্পহৰণ পৰ্ব
- কালকুব্জ শোষক পৰ্ব
- ভীম চৰিত
- বকাসুৰ বধ
- কুলাচল বধ
- জঙঘাসুৰ বধ
- জটাসুৰ বধ
- পাঞ্চালী বিবাহ
- সিন্ধুৰা পৰ্ব
- ব্যাসাশ্ৰম
- অশ্বকৰ্ণৰ যুদ্ধ
- খটাসুৰ বধ
- ব্যঞ্জন পৰ্ব
✓ৰত্নকান্ত বৰকাকতী(শেৱালী কবি)
- শেৱালী
- তৰ্পণ
- চন্দ্ৰ হাৰ
- চিত্ৰলেখা
✓ৰজনীকান্ত বৰদলৈ(উপন্যাস সম্ৰাট)
- ৰহদৈ লিগিৰী(১৯৩০)
- মিৰি জীয়ৰী(১৯৯৪)
- মনোমতী(১৯০০)
- দন্দুৱা দ্ৰোহ(১৯০৯)
- নিৰ্মল ভকত(১৯২৭)
- তাম্ৰে স্বৰ মন্দিৰ (১৯২৬)
- ৰঙিলী (১৯২৫)
- ৰাধা আৰু ৰুক্মিণীৰ ৰণ (১৯২৫)
✓ৰঘুনাথ চৌধাৰী (বিহগী কবি)
- সাদৰি (১৯১০)
- কেতেকী(১৯১৮)
- কাৰ বালা(১৯২৩)
- নৱ মল্লিকা(১৯৫৮)
- কৰণি(অপ্ৰকাশিত)
✓যোগেশ দাস
- পৃথিৱীৰ অসুখ
- ডাৱৰ আৰু নাই(১৯৫৫)
- কল পটোৱা ৰ মৃত্যু (১৯৫৩)
- জোনাকীৰ জুই (১৯৫৯)
- নিৰুপাই নীৰুপাই (১৯৬৩)
- এমুঠি ধূলি (১৯৬৫)
- হাজাৰ ফুল (১৯৬৭)
- নেদেখা জুইৰ ধোৱা (১৯৭২)
- অবিধা(১৯৭২)
- নৰেশ আৰু মালতী (১৯৭৭)
- পপীয়া তৰা (১৯৫৬)
- আন্ধাৰ ৰ আঁৰে আঁৰে (১৯৫৮)
- ত্ৰিবেণী (১৯৬১)
- মদাৰৰ বেদনা (১৯৬৩)
- হাজাৰ লোকৰ ভিৰ (১৯৬৫)
- Folklore of Assam(1972)
✓যতীন্দ্ৰ নাথ দুৱৰা(বনফুল কবি)
- বনফুল(১৯৫২)
- ওমৰ তীৰ্থ(১৯২৫)
- আপোন সুৰ(১৯৩৮)
- কথা কবিতা (১৯৩৩)
- মিলনৰ সুৰ (১৯৬০)
✓মৌলানা তৈয়ব উল্লাহ
- উন্মূল কোৰান
- কাৰাগাৰৰ চিঠি
- পোন্ধৰ আগষ্ট
✓মিত্ৰদেৱ মহন্ত
- চেনেহ জৰী
- জুন জুনি
- চন্দ্ৰ হাৰ(১৯২৫)
- লেকলৌ লানি (১৯১৫)
- বিয়া বিপৰ্যয় (১৯২৪)
- জ্ঞান লহৰী প্ৰথম সঃ (১৯২৪), দ্বিতীয় সঃ (১৯৮০)
- ধ্ৰুৱ (১৯২৫)
- মৌ মহাভাৰত (১৯২৫)
- মোহন ভোগ (১৯২৫)
- নিবোকা ৰজা (১৯২৮)
- অসমীয়া ধৰ্মাচাৰ্যৰ উপাধি (১৯৩০)
- ব্ৰিটিছ সাম্ৰাজ্যৰ বুৰঞ্জী (১৯৩১)
- প্ৰহ্লাদৰ ক-খ (১৯৩৫)
- টেঙৰ-ভেঙৰ (১৯৩৫)
- এটা চুৰট (১৯৩৫)
- ব’হাগী বিহুৰ সুৱাগী নাম (১৯৩৬)
- বলিছলন (১৯৪৬)
- ভোটৰ ৰগৰ (১৯৪৬)
- ভাকুট-কুট(১৯৪৮)
- ল-নি পাঠ (২য় ভাগ) (১৯৪৯)
- ল-নি পাঠ (১ম ভাগ) (১৯৫০)
- বৈদেহী বিয়োগ (১৯৫০)
- চৰণ ধূলি (১৯৫৫)
- জুনজুনি (১৯৫৫)
- প্ৰচ্ছন্ন পাণ্ডৱ (১৯৫৬)
- ৰাংঢালী (১৯৫৭)
- গীতি শতদল (১৯৫৯)
- অজামিলৰ মুক্তি (১৯৬০)
- থাপনি গুণমালা (১৯৬০)
- মিঠা ক খ
- টেঙৰী আইতা
- চেনেহ জৰী
- সাৰ্বজনীন অশৌচ বিধি