300+ অসমীয়া ভাষাৰ খণ্ড বাক্য, জতুৱা ঠাঁচ || 300+ Popular Assamese Idioms and Phrases with meaning

Assamese 2BIdioms 2Bmeaning

অসমীয়া ভাষাত খণ্ড বাক্য, জতুৱা ঠাঁচৰ ব্যৱহাৰ আৰু ভাষাৰ সুন্দৰতাত গুৰুত্বপূৰ্ণ ভূমিকা আছে। জতুৱা ঠাঁচৰ ব্যৱহাৰৰ ফলত অসমীয়া ভাষাৰ প্ৰকাশ ভংগীত সোণত সুৱগা চৰাৰ দৰে হয়। অসমীয়া ভাষাৰ খণ্ড বাক্য, জতুৱা ঠাঁচ (Assamese Idioms and Phrases) আদিৰ কেইটা মান উদাহৰণ অৰ্থৰ সৈতে তলত উল্লেখ কৰা হৈছে। আশা কৰো আপোনালোকৰ কিছু সুবিধা হব। এই সকলোবোৰ খণ্ড … Read more