Assamese Story || এজন Youtuber ৰ কাহিনী

assamesestoryyoutuber7120733808150037536.

আন হাজাৰজন নতুন প্ৰজন্মৰ যুৱক যুৱতীৰ দৰে ৰাজা নামৰ এজন যুৱকে এজন সফল ইউটিউবাৰ হোৱাৰ সপোন দেখিছিল। তেওঁ প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা ধৰি কন্টেন্ট তৈয়াৰ কৰিছিল, ভিডিঅ’ সম্পাদনা কৰিছিল আৰু ছ’চিয়েল মিডিয়াত নিজৰ চেনেলৰ প্ৰচাৰৰ চেষ্টা কৰিছিল। মুঠতে প্রতি মূহুৰ্তত চেনেলটোয়ে যাতে অধিক প্ৰসাৰ লাভ কৰে দিন ৰাতি এক কৰি দিছিল। ৰাজাৰ কন্টেন্ট ইউটিউবত আপলোড … Read more