অসমীয়া sad, life, happy status and Assamese Captions for instagram

Assamesestatus 1 scaled

অসমীয়া caption smile লগতে অসমীয়া caption হাঁহি বিষয়ে ধুনীয়া captions বোৰ হাঁহি হৈছে আত্মাৰ অনুভূতিৰ অভিব্যক্তি। হাঁহি থাকক, দৃঢ় থাকক। সুখী মানুহতকৈ অন্তৰৰ পৰা দুখী মানুহে বেছি হাঁহে। সুখী হোৱাৰ এটাই মূল মন্ত্ৰ, এইয়া হৈছে মন খুলি হাঁহি থাকা। বিশ্বৰ প্ৰতিজন ব্যক্তিৰে এটাই Common ভাষা হল Smile। হাঁহিয়ে জীৱন, হাঁহিয়েই সুখ সমৃদ্ধিৰ প্ৰতীক। আনৰ মুখৰ … Read more