Facebook safety tips |
আপোনাৰ Facebook account safety কেনেকৈ সুৰক্ষিত ৰাখিব তাৰ ৬টা চমু tips জানো আহক।
১. Password settings কেনেকৈ কৰিব
STRONG Password settings and rule |
আজিৰ smartphone যুগত বহুতে নিজৰ phone ত Facebook account খোলে । কিন্তু আমি একাউণ্ট খোলাৰ সময়ত password লৈ বেছি সাৱধান নহও বা আমি নিজৰ লগত জৰিত সাধাৰণ password এটা ৰাখি দিও । এনে কৰিলে বহুতে আপোনাৰ password অনুমান কৰিব পাৰিব আৰু আপোনাৰ একাউণ্ট hack কৰিব পাৰিব। সেই কাৰণে আপুনি আপোনাৰ password আপোনাৰ লগত জৰিত নথকা শব্দ ৰাখিব আৰু এটা number আৰু এটা চিহ্ন ৰখাটো উচিত । ইয়াৰ উপৰিও আপোনাৰ লগত কোনো ঠাইতে password লিখি নাৰাখিব আৰু মনত ৰাখিবলৈ এদিন দুদিনৰ ব্যৱধানত আপুনি আপোনাৰ account logout কৰিব আৰু পুনৰ login কৰিব। এনে কৰিলে আপুনি সহজে password মনত ৰাখিব পাৰিব আৰু সুৰক্ষিত থাকিব। ইয়াৰ উপৰিও আপুনি যদি আনৰ Smartphone বা কম্পিউটাৰত কেতিয়াবা login কৰিব লগা হয় তেন্তে কেতিয়াও logout কৰিবলৈ নাপহৰিব আৰু remember password “No” click কৰিব। আটাইতকৈ প্ৰয়োজনীয় কথা হল আপোনাৰ password কোনো পৰিস্থিতিত আনক নজনাবো সেয়া তোমাৰ যিমানেই আপোন হওঁক লাগিলে। আপোনাৰ আপোন মানুহে হয়টো বেয়া ব্যৱহাৰ নকৰিব পাৰে কিন্তু সুৰক্ষিত ভাবে ব্যৱহাৰ নকৰিব পাৰে।
২. Settings option ৰ সঠিক ব্যৱহাৰ
Settings Option |
একাউণ্ট খোলাৰ পাছতে আমি settings option গৈ কিছুমান আমি privacy option on কৰিব লাগে । নিজৰ phone number আৰু email ID যদি প্ৰয়োজনবোধ নকৰে তেন্তে only me option click কৰি hide কৰি ৰাখিব। সেইদৰে আন বহুতো option আছে যিবোৰ নিজৰ ব্যৱহাৰ উপযোগী হোৱাকৈ settings মিলাই লব । এইক্ষেত্ৰত আপুনি কম্পিউটাৰত গৈ মিলাই ললে বেছি সুবিধা হয় যিহেতু smartphone ত সকলো সুবিধা নহয়। ইয়াত আৰু এটা option আছে যত apps and games বুলি উল্লেখ আছে। ইয়াত গৈ যিবোৰ অলাগতীয়াল apps বা games আছে সেইবোৰ remove কৰি লব লাগে। এনে কৰাৰ ফলত বহু পৰিমাণে আপোনাৰ Facebook account সুৰক্ষিত হৈ থাকে।
৩. Post আৰু comment কৰোঁতে লব লগীয়া সাৱধানতা
৪. ঠগ আৰু প্ৰবঞ্চনাৰ পৰা কেনেকৈ বাচি থাকিব
fraud and suspicious post |
কোনো ধৰণৰ সন্দেহজনক বা সহজে ধন ঘটাৰ প্ৰলোভন দিয়া লিংকত ক্লিক বা শ্বেয়াৰ নকৰিব। এইধৰণৰ লিংক চিনি পাবলৈ আপুনি তলৰ ফটো খন চাব পাৰে। সাধাৰণতে এইধৰণৰ লিংক সমূহ সহজে ধন ঘটাৰ বা কম মূল্যত সামগ্ৰী ক্ৰয় কৰিব পাৰিব বুলি জনাই আৰু আনকো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাই। আপোনাক বিশ্বাস জন্মাবলৈ কিছু edit বা ভুল তথ্য থকা ফটো আপলোড দিয়ে। আপুনি এটা কথা মনত ৰাখিব যে আজিৰ যুগত কোনো লোকে শুদ্ধ পথত সহজে ধন ঘটিব নোৱাৰে । এইধৰণৰ post বোৰৰ লক্ষ্য হল আপুনি তেওঁলোকৰ কথাত ভুল গৈ আপোনাৰ পৰা আপোনাৰ ব্যক্তিগত তথ্য যেনে bank account details, insurance details আদি লোৱা আৰু তেওঁলোকে আপোনাক ঠগ প্ৰবঞ্চনা কৰিব পাৰে। এই ক্ষেত্ৰত বয়োজেষ্ঠ্য লোকসকল অধিক সাৱধান হোৱা উচিত যিহেতু তেওঁলোকক সহজে লক্ষ্য কৰি লব পাৰে। আপুনি কেতিয়াও এনেধৰণৰ post Share নকৰিব যাতে আনে এনেধৰণৰ ঠগৰ চিকাৰ নহয়।
৫. তৃতীয় পক্ষ login কৰাৰ সুবিধা
৬. অভিযোগ (report) বুটাম ব্যৱহাৰ কৰা
report option |
আপুনি যদি লিখনি টো পঢ়ি ভাল পালে বা উপযোগী বুলি ভাবে তেন্তে অনুগ্ৰহ কৰি আনৰ লগত share কৰিব । ( Copy paste নকৰি ৱেবচাইট টো share কৰিবলৈ অনুৰোধ জনালো।)
এইটাআমার একাউন্ট