অসমীয়া ভাষাৰ যুক্তাক্ষৰৰ তালিকা

অসমীয়া যুক্তাক্ষৰ
অসমীয়া যুক্তাক্ষৰ তালিকা

অসমীয়া ভাষাত যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ। সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। অসমীয়া ভাষাত বহুতো যুক্তাক্ষৰ আছে, যিবোৰে অসমীয়া ভাষাক অধিক চহকী কৰি তুলিছে।
তলত বৰ্তমান প্ৰচলিত যুক্তাক্ষৰবোৰ উদাহৰণ স্বৰূপে উল্লেখ কৰা হ’ল।

  1. ত্ৰ = ত + ৰ
  2. জ্ঞ = জ + ঞ
  3. শ্র = শ + ৰ
  4. ষ্ণ = ষ + ণ
  5. ষ্ট = ষ + ট
  6. ষ্ঠ = ষ + ঠ
  7. ণ্ড = ণ + ড
  8. ষ্ক = ষ + ক
  9. স্ক = স + ক
  10. স্খ = স + খ
  11. স্প = স + প
  12. স্ফ = স + ফ
  13. স্ন = স + ন
  14. স্ব = স + ব
  15. হ্ণ = হ + ণ
  16. হ্ন = হ + ন
  17. ক্ষ্ম = ক্ষ + ম
  18. হ্ল = হ + ল
  19. ক্ত = ক + ত
  20. ক্ল = ক + ল
  21. গ্ধ = গ + ধ
  22. গ্ন = গ + ন
  23. গ্ব = গ + ব
  24. ঙ্ক = ঙ + ক
  25. ঙ্খ = ঙ + খ
  26. ঙ্গ = ঙ + গ
  27. চ্চ = চ + চ
  28. চ্ছ = চ + ছ
  29. জ্জ = জ + জ
  30. ঞ্চ = ঞ + চ
  31. ঞ্ছ = ঞ + ছ
  32. ঞ্জ = ঞ + জ
  33. ট্ট = ট + ট
  34. ণ্ট = ণ + ট
  35. ণ্ঠ = ণ + ঠ
  36. ন্ত = ন + ত
  37. ন্দ = ন + দ
  38. ন্ধ = ন + ধ
  39. ন্ন = ন + ন
  40. ন্ব = ন + ব
  41. ল্ক = ল + ক
  42. ল্গ = ল + গ
  43. ল্ট = ল + ট
  44. ল্ড = ল + ড
  45. ল্প = ল + প
  46. ল্ব = ল + ব
  47. ল্ম = ল + ম
  48. ল্ল = ল + ল
  49. শ্চ = শ + চ
  50. শ্ন = শ + ন
  51. শ্ব = শ + ব
  52. শ্ম = শ + ম
  53. শ্ল = শ + ল
  54. ষ্ক্র = ষ + ক + ৰ
  55. ষ্ক = ষ + ক
  56. ষ্ম = ষ + ম
  57. স্থ = স + থ
  58. স্ন = স + ন
  59. স্ব = স + ব
  60. স্ম = স + ম
  61. স্কৃ = স + ক + ঋ
  62. ষ্প্ৰ = ষ + প + ৰ
  63. ঙ্গ = ঙ + গ
  64. দ্ৰু = দ + ৰ + উ
  65. ন্ত্ৰ = ন + ত + ৰ
  66. দ্ধ = দ + ধ
  67. ঘ্ৰ = ঘ + ৰ
  68. ন্ম = ন + ম
  69. জ্ৰ = জ + ৰ
  70. দ্ম = দ + ম
  71. ম্ল = ম + ল
  72. ত্থ = ত + থ
  73. ন্তু = ন + ত + উ
  74. ন্দ = ন + দ
  75. স্তু = স + ত + উ

ইয়াৰ বাহিৰেও যদি আন যুক্তাক্ষৰ আছে তেন্তে তলৰ comment box ত উল্লেখ কৰিব নাপাহৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *