ইণ্ডোনেছীয়াত ফুৰিবলৈ গৈ বিশ্বৰ এজন সকলোতকৈ ধনী ব্যক্তি হোৱা ২৫ বছৰীয়া যুৱকৰ কাহিনী

lakshmi mittal

ইণ্ডোনেছীয়াত ফুৰিবলৈ গৈ বিশ্বৰ এজন সকলোতকৈ ধনী ব্যক্তি হোৱা ২৫ বছৰীয়া যুৱকৰ কাহিনী   লৰাজনে দেউতাকৰ কথা অনুসৰি তেওঁলোকৰ ইণ্ডোনেছিয়া ত ব্যৱসায় কৰিবলৈ ক্ৰয় কৰা মাটিটুকুৰা বিক্ৰী কৰিবলৈ গৈছিল আৰু কিছুদিন তাত কিছুদিন বন্ধ উপভোগ কৰাৰ উদেশ্য ৰাওনা হৈছিল। দেউতাকে কৈ পঠিয়াইছিল যে উচিত মূল্যত মাটিটুকুৰা বিক্ৰী কৰিবা। যুৱক জনে সেই উদ্দেশ্যেৰে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা … Read more