Insurance বা বীমা আমি কৰাবলৈ কি কি ক্ষেত্ৰত মন দিয়া উচিত

insurance assamese

ব্যক্তি, ব্যৱসায় আৰু সমাজক অপ্ৰত্যাশিত আৰ্থিক লোকচান আৰু বিপদৰ পৰা ৰক্ষা কৰাত বীমাই ( Insurance) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই এনে এক সুৰক্ষা জাল প্ৰদান কৰে যিয়ে অভাৱনীয় দূৰ্ঘটনাৰ প্ৰভাৱ কমোৱাত সহায় কৰে, যাৰ ফলত স্থিতিশীলতা আৰু মানসিক শান্তি বৃদ্ধি পায়। বৰ্তমান আধুনিক অনিশ্চিত ভৱিষ্যত জীৱনত বীমা (Insurance) কৰাটো অতি মানৱ জীৱনত অতি প্ৰয়োজনীয় আহিছে। … Read more