উপন্যাস বা গল্প লিখিবলৈ কেনেকৈ আৰম্ভ কৰিব How to start Writing a Novel or Story

novelwritingtipsforbeginners2333791812598568497.

   সৰুৰে পৰাই আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাহিনী শুনি আহিছোঁ। কিছুমান কাহিনী সদায় কাৰণে মনত থাকি যায় আৰু কিছুমান সময় সোঁতত হেৰাই যায়। কাহিনী কোৱাত (story telller) পাকৈত মানুহক আমি বহুত ভাল পাওঁ।  বিশুদ্ধভাৱে তেওঁলোকে কোৱা কাহিনীবোৰ কোৱাৰ ধৰণটোৱেই আমাক শুনিবলৈ আগ্ৰহী কৰি তোলে। ঠিক সেইদৰে এটা গল্প বা উপন্যাসৰ কাহিনীৰ উপস্থাপনে (how to … Read more