Birubala Rabha

পদ্মশ্ৰী বিৰুবালা ৰাভা ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া অক্লান্ত সমাজকৰ্মী 1. বিৰুবালা ৰাভা অসমৰ তথা ভাৰতৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমৰ এক জ্বলন্ত সামাজিক ব্যাধি ডাইনী হত্যাৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰিছিল। অসমত ডাইনী সন্দেহত নিৰ্যাতনৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে আৰু সমাজৰ অপসংস্কৃতি, অন্ধবিশ্বাস ৰোধ … Read more