10 আধুনিক কৃষিৰ যন্ত্ৰপাতিৰ নাম || Modern Technology Agriculture Machine in Assamese

modern 2Btechnology 2Bagriculture 2Bassamese

আধুনিক কৃষিৰ যন্ত্ৰপাতিৰ নাম   আমাৰ অসম এখন কৃষি প্ৰধান ৰাজ্য। কৃষকে খেতিৰ যোগেদি অসমৰ অৰ্থনৈতিক দিশত তথা খাদ্যৰ শস্যৰ উৎপাদনত অৰিহণা যোগাইছে। বৰ্তমান জনসংখ্যা বৃদ্ধিৰ লগেলগে খাদ্যৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। সেই অনুসৰি খেতিয়কে শস্য অধিক উৎপাদন কৰিব লগা হৈছে আৰু শাক পাচলি বা ধান আদি কৃষি জাত সামগ্ৰীৰ চাহিদাও বৃদ্ধি পাইছে। এনেবোৰ কাৰণতে খেতিয়কে … Read more