অসমীয়া ভাষাৰ যুক্তাক্ষৰৰ তালিকা

E0A685E0A6B8E0A6AEE0A780E0A6AFE0A6BCE0A6BEE0A6AFE0A781E0A695E0A78DE0A6A4E0A6BEE0A695E0A78DE0A6B7E0A7B0625536187910127568. scaled

অসমীয়া ভাষাত যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ। সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। অসমীয়া ভাষাত বহুতো যুক্তাক্ষৰ আছে, যিবোৰে অসমীয়া ভাষাক অধিক চহকী কৰি তুলিছে। তলত বৰ্তমান প্ৰচলিত যুক্তাক্ষৰবোৰ উদাহৰণ স্বৰূপে উল্লেখ কৰা হ’ল। ইয়াৰ বাহিৰেও যদি আন যুক্তাক্ষৰ আছে তেন্তে … Read more